Home Biographies টেনজিং নৰগে। Tenjin Norge

টেনজিং নৰগে। Tenjin Norge

0

টেনজিং নৰগে। Tenjin Norge

টেনজিং নৰগে। Tenjin Norge

 

টেনজিং নৰগে

টেনজিং নৰগে। Tenjin Norge

টেনজিং নৰগে (Tenjin Norge) আছিল প্ৰথমজন নেপালী-ভাৰতীয়  এভাৰেষ্ট শৃংগ বিজয়ী। তেওঁ নৰৱেৰ এডমাণ্ড হিলাৰীৰ লগত ১৯৫৩ চনত পৃথিৱীৰ আটাইতকৈ উচ্চতম শৃংগ এভাৰেষ্টত আৰোহণ কৰে। তেওঁৰ জন্ম হয় ১৯১৪ চনত নেপালৰ খুম্বুত। তেওঁ ১৯৮৬  চনত ভাৰতৰ দাৰ্জিলিঙত মৃত্যু বৰণ কৰে। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

বি. দ্র. উক্ত ‘টেনজিং নৰগে ।Tenjin Norge ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here