Home Literary Criticism নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা ‘কৰুণতম’– এক আলোচনা | Nirmalprava Bordoloi Karunatam

নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা ‘কৰুণতম’– এক আলোচনা | Nirmalprava Bordoloi Karunatam

0

নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা ‘কৰুণতম’– এক আলোচনা

ৰাব্বি মছৰুৰ
নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা ‘কৰুণতম’-- এক আলোচনা  Nirmalprava Bordoloi Karunatam

 

নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা ‘কৰুণতম’

নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা ‘কৰুণতম’– এক আলোচনা

নিৰ্মল প্ৰভা বৰদলৈৰ ‘কৰুণতম’ কবিতাটি এক আধুনিক কবিতা। কবিতাটিত প্ৰকাৰান্তে  গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ ফুটি উঠিছে।

কবিয়ে গ্ৰাম্য জীৱনৰ প্ৰতি এক শ্রদ্ধাবোধ অনুভৱ কৰিছে। কবিয়ে কৈছে যে আহিনৰ পথাৰৰ গোন্ধ কেনেবাকে তেওঁৰ নাকত লাগিলে দেউতাকৰ কথা মনত পৰে। কাৰণ তেওঁৰ দেউতাক এজন কৃষক আছিল। আনহাতে দোকানৰ জাপ ভঙা গামোচাৰ সুভাসত তেওঁৰ আইৰ কথা মনত পৰে। কাৰণ তেওঁৰ মাক এজনী শিপিনী আছিল । 

নগৰত বাস কৰা কবিয়ে দুখ কৰি কৈছে যে তেওঁৰ মাক-দেউতাকে কবিৰ কাৰণে গ্ৰাম্য জীৱনৰ স্মৃতি  ৰাখি থৈ গৈছে। কিন্তু কবিয়ে নগৰীয়া জীৱনত তেনে কোনো স্মৃতি পৰৱৰ্তী বংশধৰসকলৰ কাৰণে ৰাখি থৈ যাব পৰা নাই বুলি দুখ কৰিছে।

গতিকে দেখা যায় নিৰ্মল প্ৰভা বৰদলৈৰ ‘কৰুণতম’ — কবিতাটিাত গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকিত হৈছে। ০ ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here