Home Quiz নৌকাচালনা কুইজ 

নৌকাচালনা কুইজ 

0

নৌকাচালনা কুইজ

নৌকাচালনা কুইজ

 

নৌকাচালনা কুইজ, Boating Quiz

নৌকাচালনা কুইজ

প্ৰঃ নৌকা চালনা খেল কোন দেশত প্ৰথমে উদ্ভৱ হোৱা বুলি কোৱা হয়?

উঃ প্ৰাচীন গ্ৰীচত।

প্ৰঃ নৌকাচালনাৰ ‘স্কলাৰ’ মানে কি?

উঃ দুপাত বঠাৰ নৌকাচালনা কৰা নৌকাচালক।

প্ৰঃ 2004 বৰ্ষৰ গ্ৰীষ্মকালীন অলিম্পিকত কোনখন দেশে নৌকাচালনা ইভেন্টত সৰ্বাধিক স্বৰ্ণ পদক লাভ কৰিছিল?

উঃ ৰোমানিয়া।

প্ৰঃ 2000 বৰ্ষত জীৱনজোৰা অৰিহণাৰ বাবে কোনগৰাকী বিখ্যাত নৌকাচালকক সন্মানীয় অৰ্জুন বঁটা প্ৰদান কৰা হয়?

উঃ সুৰেন্দৰ সিং কানৱাচি।

প্ৰঃ বিখ্যাত নৌকাচালক ওলাফ টাফটে কোন দেশৰ নাগৰিক?

উঃ নৰৱে।

প্ৰঃ নৌকাচালনাৰ কেইটামান গুৰুত্বপূৰ্ণ ইভেন্টৰ নাম কোৱা।

উঃ ছিংগল স্কালছ, ডাবল স্কালছ,  কক্সলেছ পেয়ৰছ, লাইটৱেট ডাবল স্কালছ আদি।

প্ৰঃ থেমছ নদীৰ পাৰত ইংলণ্ডৰ দুখন বিশ্ববিদ্যালয়ৰ মাজত বাৰ্ষিক নৌকাচালনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিশ্ববিদ্যালয় দুখনৰ নাম কি ?

উঃ অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু কেম্ৰিজ বিশ্ববিদ্যালয়।

প্ৰঃ  2004 চনত এথেন্স অলিম্পিকত পুৰুষৰ ছিংগলছ স্কালছত সোণৰ পদক অৰ্জন কৰা খেলুৱৈজনৰ নাম কি?

উঃ ওলাফ টাফলে।  0 0 0

Boat Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

নৌকাচালনা কুইজ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here