প্রখ্যাত আত্মজীৱনী। প্রখ্যাত আত্মজীৱনী বিষয়ক এই অসমীয়া প্ৰবন্ধত বিশ্ব আৰু ভাৰতৰ বিশিষ্ট ব্যক্তিসকলৰ জীৱনকথা বৰ্ণনা কৰা প্ৰসিদ্ধ আত্মজীৱনীসমূহৰ নাম, লেখক আৰু প্ৰেৰণাদায়ক মূল ভাব সহজ আৰু আকৰ্ষণীয় ভাষাত উপস্থাপন কৰা হৈছে।
প্রখ্যাত আত্মজীৱনী
গ্ৰন্থ —————— গ্ৰন্থকাৰ
লং ৱাক টু ফ্রিডম —- মেলচন মাণ্ডেলা
তুজুক ই- জাহাঙ্গীৰি —- সম্ৰাট জাহাঙ্গীৰ
মাই লাইফ এণ্ড দ্য বিউটিফুল গেম ———- পেলে
ফ্রিডম অফ একজাইল —- দালাই লামা
ফ্রেইণ্ডচ নট মাষ্টাৰচ —- আয়ুব খান
দ্য মেন ইন দ্য মিডল —- গৰ্ডন গ্ৰীনিজ
অটোবায়োগ্ৰাফি —- বাৰ্ট্ৰণ্ড ৰাচেল
মোৰ সত্য অন্বেষণৰ কাহিনী —- মহাত্মা গান্ধী
ইগনাইটেদ মাইণ্ড —- এ পি জে আব্দুল কালাম
ইণ্ডিয়া উইনচ ফ্রিডম —- মৌঃআবুল কালাম আজাদ
এট দ্য ডাবল —- ৰিচাৰ্ড হেডলি
মাই প্ৰেচিডেন্টিয়েল ইয়াৰচ —- আৰ ভেঙকট ৰমণ
ইন দ্য ফাষ্ট লাইন —- জিঅ’ফ বয়কট
মাই অটোবায়োগ্ৰাফি —- চাৰ্লি চেপলিন
অল ৰাউণ্ড ভিউ —- ইমৰান খান
গ’ল —- ধ্যান চাঁদ
মাই লাইফ এণ্ড টাইমচ —- ভি ভি গিৰি
চামবডী চামবডী —- ৰবী উইলিয়ামচ
এন আমেৰিকান লাইফ —- ৰ’নাল্ড ৰেগান
মাই উন ষ্টুৰী —- ডিকী ৱাৰ্ড
আনফিনিচড জাৰ্ণি —- ইহুদী মেনুহীন
দ্য ফল অফ স্পাৰ’ —- চালিম আলি
মাই লাইফ এণ্ড মাই মিউজিক —- ৰবি শংকৰ
গল্ডেন গাৰ্ল —- পি টি ঊষা
অ’টোবায়োগ্ৰাফি অফ এন আননুন ইণ্ডিয়ান —- নিৰোদ চৌধুৰী
মোৰ কথা —- জ্ঞানদাভিৰাম বৰুৱা
জীৱন স্মৃতি —- অমিয় কুমাৰ দাস
মোৰ জীৱনৰ নহ’লবোৰ —- চৈয়দ আব্দুল মালিক
অতীতৰ সোঁৱৰণ —- শৈলধৰ ৰাজখোৱা
জীৱন বৃত্ত —- ভবেন্দ্ৰনাথ শইকীয়া
এৰি অহা দিনবোৰ —- নলিনীৱালা দেবী
স্মৃতিৰ পাপৰি —- অতুল চন্দ্ৰ হাজৰিকা
মাই ৰেমিনিচচেনচ —- ৰবীন্দ্ৰনাথ ঠাকুৰ
মোৰ জীৱন সোঁৱৰণ —- লক্ষ্মীনাথ বেজবৰুৱা
কাৰাগাৰৰ চিঠি —- মহম্মদ তৈয়বুল্লা
জীৱন বীণাৰ সুৰ —- পদ্মধৰ চলিহা। ০ ০ ০
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






