Home Knowledge প্রখ্যাত আত্মজীৱনী

প্রখ্যাত আত্মজীৱনী

0

প্রখ্যাত আত্মজীৱনী

প্রখ্যাত আত্মজীৱনী

 

প্রখ্যাত আত্মজীৱনী

প্রখ্যাত আত্মজীৱনী

গ্ৰন্থ —————— গ্ৰন্থকাৰ

লং ৱাক টু ফ্রিডম —- মেলচন মাণ্ডেলা

তুজুক ই- জাহাঙ্গীৰি —- সম্ৰাট জাহাঙ্গীৰ

মাই লাইফ এণ্ড দ্য বিউটিফুল গেম ———- পেলে 

ফ্রিডম অফ একজাইল —- দালাই লামা

ফ্রেইণ্ডচ নট মাষ্টাৰচ —- আয়ুব খান

দ্য মেন ইন দ্য মিডল —- গৰ্ডন গ্ৰীনিজ

অটোবায়োগ্ৰাফি —- বাৰ্ট্ৰণ্ড ৰাচেল

মোৰ সত্য অন্বেষণৰ কাহিনী —- মহাত্মা গান্ধী

ইগনাইটেদ মাইণ্ড —- এ পি জে আব্দুল কালাম                                    

ইণ্ডিয়া উইনচ ফ্রিডম —- মৌঃআবুল কালাম আজাদ

এট দ্য ডাবল —- ৰিচাৰ্ড হেডলি

মাই প্ৰেচিডেন্টিয়েল ইয়াৰচ —- আৰ ভেঙকট ৰমণ

ইন দ্য ফাষ্ট লাইন —- জিঅ’ফ বয়কট

মাই অটোবায়োগ্ৰাফি —- চাৰ্লি চেপলিন

অল ৰাউণ্ড ভিউ —- ইমৰান খান

গ’ল —- ধ্যান চাঁদ

মাই লাইফ এণ্ড টাইমচ —- ভি ভি গিৰি 

চামবডী চামবডী —- ৰবী উইলিয়ামচ

এন আমেৰিকান লাইফ —- ৰ’নাল্ড ৰেগান

মাই উন ষ্টুৰী —- ডিকী ৱাৰ্ড

আনফিনিচড জাৰ্ণি —- ইহুদী মেনুহীন

দ্য ফল অফ স্পাৰ’ —- চালিম আলি

মাই লাইফ এণ্ড মাই মিউজিক —- ৰবি শংকৰ

গল্ডেন গাৰ্ল —- পি টি ঊষা

অ’টোবায়োগ্ৰাফি অফ এন আননুন ইণ্ডিয়ান —- নিৰোদ চৌধুৰী

মোৰ কথা —- জ্ঞানদাভিৰাম বৰুৱা

জীৱন স্মৃতি —- অমিয় কুমাৰ দাস

মোৰ জীৱনৰ নহ’লবোৰ  —- চৈয়দ আব্দুল মালিক

অতীতৰ সোঁৱৰণ —- শৈলধৰ ৰাজখোৱা

জীৱন বৃত্ত  —- ভবেন্দ্ৰনাথ শইকীয়া

এৰি অহা দিনবোৰ —- নলিনীৱালা দেবী

স্মৃতিৰ পাপৰি —- অতুল চন্দ্ৰ হাজৰিকা

মাই ৰেমিনিচচেনচ —- ৰবীন্দ্ৰনাথ ঠাকুৰ

মোৰ জীৱন সোঁৱৰণ —- লক্ষ্মীনাথ বেজবৰুৱা

কাৰাগাৰৰ চিঠি —- মহম্মদ তৈয়বুল্লা

জীৱন বীণাৰ সুৰ —- পদ্মধৰ চলিহা।  ০ ০ ০

প্রখ্যাত  আত্মজীৱনী, List of Some Famous Autobiographies

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here