Home Kabita প্ৰেমৰ স্তৱক | Premor Stavak

প্ৰেমৰ স্তৱক | Premor Stavak

0

প্ৰেমৰ স্তৱক | Premor Stavak

প্ৰেমৰ স্তৱক  Premor Stavak

প্ৰেমৰ স্তৱক

ৰাব্বি মছৰুৰ

প্ৰেমৰ মানেনো কি?

নিশ্চয় শিলে শিলে ঘৰ্ষণ খাই জ্বলি উঠা

অগ্নিস্ফুলিঙ্গ 

মূহুৰ্তৰ উত্তেজনাত উত্তাল মাৰি ওফন্দি উঠা

সাগৰৰ ঢৌ

হয়তোবা!

পাহাৰৰ শিলদ’ল ভাগি নামি অহা

জিৰ জিৰ নিজৰা।

 

সকলো আছে বাবেই মই আছো

অথবা  মই আছো বাবেই সকলো আছে

আছে শূন্যতাত আশাৰ সঁফুৰা

আছে প্ৰেমৰ পথাৰ

আছে সাগৰ 

আছে¸ মাজ নিশাৰ জোন।  ০ ০ ০

প্ৰেমৰ স্তৱক | Premor Stavak

Read More: পৃথিৱীৰ আৰু মোৰ

প্ৰেমৰ স্তৱক | Premor Stavak

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here