বাস্কেটবল কুইজ | Basketball Quiz
বাস্কেটবল কুইজ, Basketball Quiz
বাস্কেটবল কুইজ | Basketball Quiz
প্ৰঃ কেতিয়া বাস্কেটবল খেলৰ উদ্ভাৱন হৈছিল?
উঃ 1891 চনত।
প্ৰঃ বাস্কেটবল দলত কিমানজন খেলুৱৈ থাকে?
উঃ পাঁচজন।
প্ৰঃ বাস্কেট বল এটাৰ ওজন কিমান হোৱা উচিত?
উঃ 600 গ্ৰামৰ পৰা 650 গ্ৰাম।
প্ৰঃ পোন প্ৰথমতে বাস্কেটবল ক’ত খেলোৱা হৈছিল?
উঃ আমেৰিকাত।
প্ৰঃ বাস্কেটবল খেলৰ নিয়মাৱলী কোনে প্ৰস্তুত কৰিছিল?
উঃ জেমচ নাই স্মিথ (কানাডা)
প্ৰঃ বাস্কেটবল এটাৰ ফ্রি থ্ৰ’ৰ বাবে দূৰত্ব কিমান?
উঃ বাস্কেটৰ পৰা 4.6 মিটাৰ।
প্ৰঃ কোনজন বিখ্যাত বাস্কেটবল খেলুৱৈৰ শাৰীৰিক উচ্চতাৰ বাবে তেওঁ ‘বিগডিপাৰ’ নামেৰে জনাজাত হয়?
উঃ উইল্ট চেম্বাৰলেইন।
প্ৰঃ বাস্কেটবল পোষ্টৰ উচ্চতা কিমান?
উঃ 3.5 মিটাৰ।
বাস্কেটবল কুইজ
প্ৰঃ কোন চনত বাস্কেটবলৰ নিয়মাৱলী সন্নিবিষ্ট কিতাপ প্ৰকাশিত হৈছিল?
উঃ 1892 চনত।
প্ৰঃ স্কাই হুক উদ্ভাৱনৰ কৃতিত্ব লাভ কৰা বাস্কেটবল চুপাৰষ্টাৰজনৰ নাম কি?
উঃ কৰিম আব্দুৰ জববাৰ।
প্ৰঃ ‘ফেডাৰেচন ইন্টাৰনেচনেল ডি বাস্কেটবল এচ’চিয়েশ্বন’ কেতিয়া গঠন হৈছিল?
উঃ 1932 চনত।
প্ৰঃ কোনজন বিখ্যাত আমেৰিকীয় বাস্কেটবল খেলুৱৈৰ উপনাম ‘দি ড্ৰিম’?
উঃ হেকিম উলাজুৱন।
প্ৰঃ বাস্কেটবলৰ সৈতে জড়িত দুটা উত্তম ৰক্ষণাত্মক কৌশল কি কি?
উঃ মেন-টু-মেন আৰু জ’ন আত্মৰক্ষা।
প্ৰঃ বিখ্যাত বাস্কেটবল খেলুৱৈ মেজিক জনচনৰ প্ৰথম নামটো কি?
উঃ আৰভিন ।
প্ৰঃ জেমছ নাইস্মিথে কি উদ্দেশ্য লৈ বাস্কেটবল উদ্ভাৱন কৰিছিল?
উঃ ফুটবল আৰু বেছবল বতৰৰ মধ্যৱৰ্তী কালত ছাত্ৰ-ছাত্ৰীসকলে খেলিবৰ বাবে বাস্কেটবল উদ্ভাৱন কৰিছিল। 0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:
- বেডমিন্টন কুইজ
- ক্ৰিকেট কুইজ
- খেল ধেমালী কুইজ
- ফুটবল বিশ্বকাপ কুইজ
- খেল কুইজ
- বিশ্ব কুইজ