আপুনি যদি ‘বিবিধ ক্ৰীড়া কুইজ Miscellaneous Sports Quiz‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘বিবিধ ক্ৰীড়া কুইজ Miscellaneous Sports Quiz’ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।
বিবিধ ক্ৰীড়া কুইজ
প্ৰঃ দৌৰ খেল প্ৰতিযোগিতাৰ বাহিৰে আটাইতকৈ বেছি স্থানৰ প্ৰয়োজন হোৱা খেলবিধ কি?
উঃ গলফ্।
প্ৰঃ ৱাটাৰ পল’ত নে হেণ্ডবলত গ’লকীপাৰে পোষ্টৰ দৈর্ঘ আৱৰি থাকে?
উঃ হেণ্ডবল।
প্ৰঃ বাস্কেটবল আৰু ভলীবলৰ ভিতৰত কোনবিধৰ ডাঙৰ ক’ৰ্ট লাগে?
উঃ বাস্কেটবল।
প্ৰঃ আইচ হকীৰ খেল পথাৰৰ কালি, ফিল্ড হকীৰ খেল পথাৰৰ কালিতকৈ বেছি হয় নে?
উঃ নহয়।
প্ৰঃ ভলীবল ক’ৰ্টৰ আকৃতি ঘূৰণীয়া নে আয়তাকাৰ?
উঃ আয়তাকাৰ।
প্ৰঃ ফুটবলৰ গ ‘ল পোস্ট দুটিৰ মাজৰ দূৰত্ব হকীতকৈ বেছি নে?
উঃ বেছি।
প্ৰঃ মল্লযুদ্ধৰ এৰেনা বক্সিং ৰিঙতকৈ ডাঙৰ নে?
উঃ হয়।
প্ৰঃ ছল্ট লেক ষ্টেডিয়াম ক’ত অৱস্থিত?
উঃ ক’লকাতা।
প্ৰঃ শিৱাজী ষ্টেডিয়াম ক’ত অৱস্থিত?
উঃ নতুন দিল্লী।
প্ৰঃ মহালি ষ্টেডিয়াম ক’ত অৱস্থিত?
উঃ চণ্ডীগড়।
প্ৰঃ নেতাজী সুভাষ ইনড’ৰ ষ্টেডিয়াম ক’ত অৱস্থিত?
উঃ ক’লকাতা।
প্ৰঃ নেহৰু ষ্টেডিয়াম ক’ত অৱস্থিত?
উঃ নতুন দিল্লী।
প্ৰঃ শিবাজী পাৰ্ক ক’ত অৱস্থিত?
উঃ মুম্বাই।
প্ৰঃ ‘ডুৰাণ্ড কাপ’ কি খেলৰ লগত জড়িত?
উঃ ফুটবল।
প্ৰঃ ‘সন্তোষ ট্ৰফী’ কি খেলৰ লগত জড়িত?
উঃ ফুটবল।
প্ৰঃ ‘ৰঞ্জী ট্ৰফী’ কি খেলৰ লগত জড়িত?
উঃ ক্ৰিকেট।
প্ৰঃ ‘থমাচ কাপ’ কি খেলৰ লগত জড়িত?
উঃ বেডমিন্টন।
প্ৰঃ ‘আৰ্থাৰ ৱাকাৰ ট্ৰফী’ কি খেলৰ লগত জড়িত?
উঃ বিলিয়াৰ্ড।
প্ৰঃ ‘অফ চাইড’ শব্দটো কি খেলৰ লগত জড়িত?
উঃ ফুটবল।
প্ৰঃ ‘ৰিভাৰ্ছ ফ্লিক’ শব্দটো কি খেলৰ লগত জড়িত?
উঃ হকী।
প্ৰঃ ‘জাৰ্ক’ শব্দটো কি খেলৰ লগত জড়িত?
উঃ ভাৰোেউত্তোলন।
প্ৰঃ ‘কেনন’ শব্দটো কি খেলৰ লগত জড়িত?
উঃ বিলিয়াৰ্ড।
প্ৰঃ ‘লভ অল’ শব্দটো কি খেলৰ লগত জড়িত?
উঃ বেডমিন্টন।
প্ৰঃ ‘ল’না’ শব্দটো কি খেলৰ সৈতে জড়িত?
উঃ কাবাডী।
প্ৰঃ ‘চাডেন ডেথ’ শব্দটো কি খেলৰ লগত জড়িত?
উঃ ফুটবল।
প্ৰঃ ‘এডভান্টেজ’ শব্দটি কোন খেলৰ লগত জড়িত?
উঃ টেনিছ।
প্ৰঃ ডেকাথলনৰ প্ৰথম ইভেন্টটো কি?
উঃ 100 মিটাৰ।
প্ৰঃ কোনটো হ্রস্বতম ট্রেক ইভেন্টৰ বাবে বিভাগীয়ভাৱে বিশ্ব অভিলেখৰ অনুমোদন কৰা হয়?
উঃ 60 মিটাৰ।
প্ৰঃ এজন বিখ্যাত এথলীটৰ আত্মজীৱনীৰ নাম ’ইনচাইড ট্রেক’। তেওঁৰ নামটো কি?
উঃ কাৰ্ল লিৱিছ।
প্ৰঃ গীত শেঠী ভাৰতৰ এজন বিখ্যাত খেলুৱৈ। তেওঁ কি খেলৰ লগত জড়িত?
উঃ বিলিয়াৰ্ড।
প্ৰঃ কোন গৰাকী এথলীটৰ উপনাম ‘দি ফেন্টম ফিন’?
উঃ পাভ’ নাৰ্মি।
প্ৰঃ ত্ৰিপল জামপ্ ক’ত উৎপত্তি হৈছিল?
উঃ স্কটলেণ্ড।
প্ৰঃ চাফ্ (দক্ষিণ এছীয় ফেডাৰেছন গেমছ ) কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
উঃ 1984 চনত।
প্ৰঃ এথলেটিকচে তিনিবিধ খেলক বুজায়? ইয়াৰ দুবিধ হ’ল দৌৰা আৰু জঁপিওৱা। আনবিধ কি?
উঃ থ্ৰয়িং।
প্ৰঃ কোনবিধ খেলৰ সৈতে ষ্ক্ৰেইডাৰ কাপ’ জড়িত?
উঃ ছী-প্লেন ৰেচিং।
প্ৰঃ ‘ওৱান ডে ৱাণ্ডাৰ্চ’ গ্ৰন্থখনৰ লেখক কোন?
উঃ সন্দীপ পাটিল।
প্ৰঃ ‘চাম ইণ্ডিয়ান ক্ৰিকেটাচ’ গ্ৰন্থখনৰ লিখক কোন?
উঃ ৰুচি মোডী।
প্ৰঃ কোন চনৰ পৰা দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰি অহা হৈছে?
উঃ 1985 চনৰ পৰা।
প্ৰঃ ‘খো-খো’ দলত কিমানজন খেলুৱৈ থাকে?
উঃ 9 জন।
বিবিধ ক্ৰীড়া কুইজ
প্ৰঃ ‘ক্ৰিকেট মাই ষ্টাইল’ কিতাপখনৰ লিখক কোন?
উঃ কপিল দেৱ।
প্ৰঃ ‘অৰ্জুন বঁটা’ কোন চনৰ পৰা প্ৰদান কৰি অহা হৈছে?
উঃ 1961 চনৰ পৰা।
প্ৰঃ ‘এ কেপ্তেইনচ ডায়েৰী’ কিতাপখনৰ লিখক কোন?
উঃ এলেক ষ্টুৱাৰ্ট।
প্ৰঃ ‘ৰাণচ এন ৰুইনচ’ কিতাপখনৰ লিখক কোন?
উঃ সুনীল গাভাস্কাৰ।
প্ৰঃ ইংলেণ্ডৰ ৰাষ্ট্ৰীয় খেল কি?
উঃ ক্ৰিকেট।
প্ৰঃ জাপানৰ ৰাষ্ট্ৰীয় খেল কি?
উঃ জু-জিৎসু।
প্ৰঃ ‘দ্য বেষ্ট অব দ্য বেষ্ট’ কিতাপখনৰ লিখকজনৰ নাম কি?
উঃ চাৰ্লচ ডেভিছ।
প্ৰঃ ভাৰতত কোন তাৰিখে ‘ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস’ উদযাপন কৰা হয়?
উঃ 29 আগষ্ট।
প্ৰঃ প্ৰথম কমনৱেলথ গেমছ ক’ত অনুষ্ঠিত হৈছিল?
উঃ হেমিল্টন (কানাডা)।
প্ৰঃ অৰ্জুন বঁটা লাভ কৰা প্ৰথম সাঁতোবিদজনৰ নাম কি?
উঃ বজৰঙ্গী প্ৰসাদ।
প্ৰঃ ‘দি টাও অব ক্ৰিকেট’ গ্ৰন্থখনৰ লিখক কোন?
উঃ আশিস নন্দী।
প্ৰঃ ‘অল ইণ্ডিয়া কাউন্সিল অব স্প’ৰ্টচ’ কেতিয়া গঠন কৰা হয়?
উঃ 1954 চনত।
প্ৰঃ 1927 চনত হোৱা প্ৰথম বিশ্ব টেবুল টেনিছ প্ৰতিযোগিতা ক’ত অনুষ্ঠিত কৰা হৈছিল?
উঃ লণ্ডন।
প্ৰঃ স্পেইনৰ ৰাষ্ট্ৰীয় খেল কি?
উঃ ষাঁড় যুঁজ।
প্ৰঃ ‘স্কীয়িং’ ইনড’ৰ খেল হয় নে?
উঃ নহয়।
প্ৰঃ ৰাগবী খেলৰ প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে?
উঃ 15 জন।
প্ৰঃ অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় খেল কি?
উঃ ক্ৰিকেট। বিবিধ ক্ৰীড়া কুইজ
প্ৰঃ ‘চাৰ্লট স্পাইৰেল’ কি খেলত ব্যৱহাৰ কৰা হয়?
উঃ আইচ স্কেটিং।
প্ৰঃ সংযুক্ত আৰব গণৰাজ্যৰ ৰাষ্ট্ৰীয় খেল কি ?
উঃ উট দৌৰ।
প্ৰঃ মহিলাৰ বাবে শ্বুটপুটৰ ওজন কিমান হ’ব লাগে?
উঃ 4 কেজি।
প্ৰঃ পুৰুষৰ বাবে জোভলিনৰ দৈর্ঘ কিমান হোৱা উচিত?
উঃ 2.6 – 2.7 মিটাৰ।।
প্ৰঃ খো খো খেলৰ খেলপথাৰখনৰ পৰিমাপ কিমান?
উঃ 27 মিটাৰ × 15 মিটাৰ।
প্ৰঃ ডার্বি ক’ৰ্চৰ দীঘ কিমান?
উঃ 2.4 কিঃমিঃ।
প্ৰঃ জেভলিন থ্ৰ’ৰ বাবে ৰাণৱেৰ নিম্নতম দৈর্ঘ কিমান হ’ব লাগে?
উঃ 33.5 মিটাৰ।
প্ৰঃ লং জাম্পৰ ৰাণৱেৰ নিম্নতম ৰ্দ্ঘৈ কিমান?
উঃ 40 মিটাৰ।
প্ৰঃ ভূটানৰ ৰাষ্ট্ৰীয় খেল কি?
উঃ আৰ্চাৰী।
প্ৰঃ স্ক্ৰেবল স্কুৱাৰ ব’ৰ্ডত কিমানটা বৰ্গক্ষেত্ৰ থাকে?
উঃ 225 টা।
প্ৰঃ চীনৰ ৰাষ্ট্ৰীয় খেল কি?
উঃ টেবুল টেনিছ।
প্ৰঃ খো-খো খেলত কিমানজন খেলুৱৈ থাকে?
উঃ 9 জন। বিবিধ ক্ৰীড়া কুইজ
প্ৰঃ পুৰুষৰ জেভ্লিনৰ ওজন কিমান?
উঃ 800 গ্ৰাম।
প্ৰঃ মহিলাৰ জেভ্লিনৰ ওজন কিমান?
উঃ 600 গ্ৰাম।
প্ৰঃ মহিলাৰ জেভলিনৰ ৰ্দ্ঘৈ কিমান হোৱা উচিত?
উঃ 2.2 মিঃ ☓ 2.3 মিঃ।
প্ৰঃ ডিছকাছ থ্ৰ’ ইভেন্টত মহিলাৰ ডিছকাছৰ ওজন কিমান?
উঃ 1.5 কিঃগ্ৰাম।
প্ৰঃ স্নুকাৰ খেলৰ উদ্ভাৱক কোন?
উঃ ছাৰ নেভিলি চেম্বাৰলেইন।
প্ৰঃ পাকিস্থানৰ ৰাষ্ট্ৰীয় খেল কি?
উঃ হকী। বিবিধ ক্ৰীড়া কুইজ
প্ৰঃ অৰ্জুন বঁটা কি?
উঃ খেল জগতলৈ বিশেষ অৰিহনা যোগোৱা ব্যক্তিলৈ প্ৰদান কৰা এক বাৰ্ষিক বঁটা।
প্ৰঃ দ্ৰোণাচাৰ্য বঁটা কি?
উঃ দ্ৰোণাচাৰ্য বঁটা হ’ল প্ৰখ্যাত ক্ৰীড়া প্ৰশিক্ষকলৈ প্ৰদান কৰা বাৰ্ষিক বঁটা।
প্ৰঃ ‘ৰঞ্জীঃ এ জেনিয়াছ ৰিচ এণ্ড ষ্ট্ৰাঞ্জ’ নামৰ গ্ৰন্থখনৰ নাম কি?
উঃ চাইমন ৱাইল্ড।
প্ৰঃ প্ৰাচীন কালত কোনবিধ খেল ‘মাছ বল’ নামে জনাজাত আছিল?
উঃ ছফ্টবল।
প্ৰঃ ফেন্সিং কোন দেশত উৎপত্তি হৈছিল?
উঃ ফ্রান্স।
প্ৰঃ ‘অন টপ ডাউন আণ্ডাৰ’ কিতাপখনৰ ৰচক কোন?
উঃ ৰে ৰবিনছন।
প্ৰঃ ‘501 ডাউন’ আৰু ‘301 ডাউন’ কি খেলৰ লগত জড়িত?
উঃ ডাৰ্টছ।
প্ৰঃ কোনো টুৰ্ণামেন্টৰ ‘ৱাইল্ড কাৰ্ড এন্ট্রি’ মানে কি?
উঃ ‘ৱাইল্ড কাৰ্ড এন্ট্রি’ মানে বাছনি, দলবদ্ধতা আৰু প্রতিষ্ঠা বহিৰ্ভূত প্ৰৱেশ। ৰেক আউটৰ বিপৰীতে এনে ধৰণৰ প্ৰৱেশৰ ব্যৱস্থা কৰা হয়।
প্ৰঃ জেমছ বণ্ডৰ ছবি ‘অক্টোপাছি’ত এজন ভাৰতীয় খেলুৱৈয়ে ভূমুকি মাৰিছে। তেওঁৰ নাম কি?
উঃ আনন্দ অমৃতৰাজ।
প্ৰঃ প্ৰামাণিক বিলিয়াৰ্ড টেবুল এখনত কিমানটা পকেট থাকে?
উঃ 6 টা। বিবিধ ক্ৰীড়া কুইজ
প্ৰঃ বিলিয়াৰ্ডত বিশ্ব খিতাপ দখল কৰা কনিষ্ঠতম ভাৰতীয় খেলুৱৈ গৰাকীৰ নাম কি?
উঃ গীত শেঠী।
প্ৰঃ চি কে নাইডু আৰু দিলীপ ভেঙচৰকাৰ উভয়ৰে উপনাম কি?
উঃ দুয়োজনৰে উপনাম ‘কৰ্ণেল’।
বিবিধ ক্ৰীড়া কুইজ
প্ৰঃ ‘অক্টোপাছ’ খেলৰ অনন্য বৈশিষ্ট্য কি?
উঃ এই খেলবিধ পানীৰ তলত খেলা হয়।
প্ৰঃ কোনবিধ এথলেটিক খেলৰ সৈতে ‘এঞ্চৰ’ শব্দটো জড়িত?
উঃ ৰিলে দৌৰ।
প্ৰঃ পেছাগতভাৱে মিলখা সিং, ধ্যান চান্দ, ফ্রেন্স পুস্কাৰ আৰু হিমু অধিকাৰীৰ মাজত কিবা এটি মিল আছে। মিলটো কি?
উঃ আটাইকেইজনে সৈন্য বাহিনীত চাকৰি কৰিছিল।
প্ৰঃ 1960 চনৰ অলিম্পিকত এবেব বেকেলাই মাৰাথন দৌৰ চেম্পিয়নশ্বিপত বিজয় সাব্যস্ত কৰিছিল। তেওঁৰ এই বিজয় কিয় ব্যতিক্ৰমী আছিল?
উঃ তেওঁ খালী ভৰিৰে দৌৰিছিল।
প্ৰঃ অশ্বাৰোহনত ব্যৱহাৰ হোৱা ঘোঁৰা এটাৰ বৰণ ধোঁৱা বৰণীয়া বুলিলে প্ৰকৃততে কি ৰঙক বুজোৱা হয়?
উঃ বগা। বিবিধ ক্ৰীড়া কুইজ
প্ৰঃ “আই এম ডিয়েগো’ নামৰ আত্মজীৱনীখন কোনজন খেলুৱৈৰ?
উঃ ডিয়েগো মাৰাডোনা।
প্ৰঃ ‘মোৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী হ’ল মাধ্যাকৰ্ষণ’– কোনজন খেলুৱৈয়ে কৈছিল?
উঃ চাৰ্গেই বাব্কা।
প্ৰঃ এজন আমেৰিকীয় এথলীটৰ আত্মজীৱনীৰ নাম “ইনচাইড ট্রেক’। এথলীট গৰাকীৰ নাম কি?
উঃ কাৰ্ল লিৱিছ।
প্ৰঃ ‘স্পছ জাম’ ছবিত অভিনয় কৰা খেলুৱৈ গৰাকীৰ নাম কি?
উঃ মাইকেল জৰ্ডান।
প্ৰঃ কোনজন কিংবদন্তী খেলুৱৈৰ উপনাম ‘ইব’নি এক্সপ্ৰেছ’?
উঃ জেছে অ’ৱেনছ।
প্ৰঃ নিজৰ লক্ষ্য নিজেই হোৱা একমাত্ৰ খেলবিধৰ নাম কি?
উঃ বুমেৰাং থ্ৰয়িং।
প্ৰঃ ‘প্ৰিন্স হিটাৰ’ শব্দটি ক্ৰিকেটত ব্যৱহাৰ হোৱাৰ আগতে অইন এবিধ খেলত শব্দটো ব্যৱহাৰ কৰা হৈছিল। খেলবিধৰ নাম কি?
উঃ বেছবল। বিবিধ ক্ৰীড়া কুইজ
প্ৰঃ বেছবলত ‘অইটছাৰ’ শব্দটোৱে কি বুজায়?
উঃ বেছবলত বল দলিওৱা খেলুৱৈজন।
প্ৰঃ আফগানিস্থানৰ কোনবিধ স্থানীয় খেলক হিন্দী ছবি ‘খোদা গৱাহ’ত উপস্থাপন কৰা হৈছিল?
উঃ বাজকাছি।
প্ৰঃ স্লুকাৰ খেলত সাত ৰঙৰ বল আছে। ইয়াৰ ছটা হ’ল– ৰঙা, সেউজীয়া, হালধীয়া, নীলা, মুগা আৰু গুলপীয়া। সপ্তম ৰঙটো কি?
উঃ ক’লা।
প্ৰঃ আন্তৰ্জাতিক ক্ৰিকেটত (টেষ্ট আৰু এদিনীয়াত) 1,000 টা উইকেট দখল কৰা প্ৰথম বলাৰজনৰ নাম কি?
উঃ মুথিয়া মুৰলিধৰণ।
প্ৰঃ বিলিয়াৰ্ডত এজন খেলুৱৈয়ে এটা কেনন পকেটত সুমুৱালে কিমান পইন্ট অৰ্জন কৰিব পাৰিব?
উঃ দুই। বিবিধ ক্ৰীড়া কুইজ
প্ৰঃ বিলিয়াৰ্ডত ৰঙা বলটো পকেটত থলে সংশ্লিষ্ট খেলুৱৈজনে কিমান পইন্ট সংগ্ৰহ কৰিব?
উঃ তিনি।
প্ৰঃ প্ৰেমচান্দ ডোগ্ৰা ভাৰতৰ এজন বিখ্যাত শৰীৰচৰ্চাবিদ। তেওঁৰ উল্লেখযোগ্য সাফল্য কি?
উঃ তেওঁ ৱৰ্ল্ড খিতাপ লাভ কৰা প্ৰথমজন ভাৰতীয় শৰীৰচৰ্চাবিদ।
প্ৰঃ ‘য়াংকিছ’ হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন মহানগৰৰ এটা বিখ্যাত বেছবল দল। এই মহানগৰৰ নামটো কি?
উঃ নিউয়ৰ্ক। বিবিধ ক্ৰীড়া কুইজ
প্ৰঃ এগৰাকী আমেৰিকান দৌৰবিদৰ উপনাম ‘কানচাছ কমেট’। তেওঁৰ প্ৰকৃত নামটো কি?
উঃ মৰিচ গ্ৰীণ।
প্ৰঃ ডেভিছ কাপৰ ট্ৰফীটোৰ আৰ্হি তৈয়াৰ কৰা ইংৰাজ ডিজাইনাৰজনৰ নাম কি?
উঃ ৰ’লেন্দ ৰোডছ।
প্ৰঃ ‘লুডু’ এটা লেটিন শব্দ। ইয়াৰ অৰ্থ কি?
উঃ মই খেলোঁ।
প্ৰঃ ‘হোৱাইট শ্লেম’ শব্দটো কি খেলৰ লগত জড়িত?
উঃ কেৰম। বিবিধ ক্ৰীড়া কুইজ
প্ৰঃ কোনটো আন্তৰ্জাতিক ক্ৰীড়া সংগঠনৰ মূলমন্ত্ৰ “আমি একেটা পৰিয়াল”।
উঃ ফেডাৰেছন ইন্টাৰনেচনেল দি এচেছ।
প্ৰঃ আমেৰিকাৰ এখন ষ্টেডিয়াম ‘দি হাউচ অব দেঠ ৰাথ বিল্ট’ নামে জনা যায়। ষ্টেডিয়ামখনৰ প্ৰকৃত নাম কি?
উঃ য়াংকি ষ্টেডিয়াম।
প্ৰঃ এছিয়াৰ শ্রেষ্ঠ এথলীট প্ৰশিক্ষক হিচাপে বিবেচিত হোৱা 1978 চনত ‘এডিডাছ সোণালী জোতা বঁটা’ অৰ্জন কৰা ভাৰতীয় গৰাকী কোন?
উঃ মহম্মদ ইয়াজ বাবৰ।
প্ৰঃ ‘কন্টক ব্রিজ’ নামৰ খেলবিধৰ উদ্ভাৱকজন কোন?
উঃ হেৰ’ল্ড এছ. ভানডাৰবিল্ট।
প্ৰঃ ‘ব্রেড মেনছ বেষ্ট’ কিতাপখনৰ ৰচক কোন?
উঃ ৰ’ণাল্ড পেৰী।
প্ৰঃ কোনবিধ জলক্ৰীড়াত সম্পূৰ্ণৰূপে আবৃত এস্কিমো কেন’ৰ ব্যৱহাৰ হয়?
উঃ কায়া কিং।
প্ৰঃ কোনবিধ খেলত খেলুৱৈয়ে ভৰিত কাঠৰ দীঘল, ঠেক টুকুৰা পিন্ধি বৰফৰ ওপৰেৰে গতি কৰা হয়?
উঃ স্কীয়িং।
বিবিধ ক্ৰীড়া কুইজ
প্ৰঃ কোনটো জনপ্ৰিয় ইনড’ৰ খেলক ‘টেন পিনছ’ বুলিও কোৱা হয়?
উঃ বলিং।বিবিধ ক্ৰীড়া কুইজ
প্ৰঃ পানীৰ তলত হোৱা হকীক কি বোলা হয়?
উঃ অক্টোপাছি।
প্ৰঃ এবিধ খেল আয়াৰলেণ্ডত খেলা ‘হাৰ্লি’, স্কটলেণ্ডত খেলা ‘ছিন্টি’ আৰু ইংলেণ্ডত খেলা ‘বেণ্ডি’ খেলৰ পৰা উৎপত্তি হৈছে। খেলবিধৰ নাম কি?
উঃ আইচ হকী।
প্ৰঃ চুমু মল্লযুদ্ধত ব্যৱহৃত ‘য়ুকুজুনা’ শব্দৰ অৰ্থ কি?
উঃগ্ৰেণ্ড চেম্পিয়ন।
প্ৰঃ ফিলিপাইনৰ মাৰ্চিয়েল আৰ্টৰ এক ব্যতিক্ৰমী নাম আছে। নামটো কি?
উঃ এছক্ৰিমা।
প্ৰঃ ‘আজলান শ্বাহ কাপ’ কোনবিধ খেলৰ সৈতে জড়িত?
উঃ হকী। বিবিধ ক্ৰীড়া কুইজ
প্ৰঃ ‘উবেৰ কাপ’ কি খেলৰ লগত জড়িত?
উঃ মহিলাৰ বেডমিন্টন।
প্ৰঃ ‘ৱৰ্মছ’ আৰু মানহাট্ৰান চাৰ্ট’ শব্দ দুটা এক বিখ্যাত খেলত লগত জড়িত। খেলবিধৰ নাম কি?
উঃ ক্ৰিকেট।
প্ৰঃ ‘টি’ শব্দটো কি খেলৰ সৈতে জড়িত?
উঃ গল্ফ।
প্ৰঃ ‘য়ুকু গেৰী’ শব্দটো কি খেলৰ লগত জড়িত?
উঃ কেৰাটে।
প্ৰঃ ক্ৰীড়া বিষয়ক শব্দ ‘কিউ’ কোন খেলৰ লগত জড়িত?
উঃ বিলিয়াৰ্ড।
প্ৰঃ ‘পুল আউট’ শব্দটো কি খেলৰ লগত জড়িত?
উঃ বেছবল।
প্ৰঃ ‘নেলছন মেণ্ডেলা ট্ৰফী’ কি খেলৰ লগত জড়িত?
উঃ এথলেটিকছ।
প্ৰঃ ‘ইজাৰ কাপ’ কোনবিধ খেলৰ লগত জড়িত?
উঃ পল’।
প্ৰঃ ‘ৰায় ল’পেজ’ আৰু ‘কুইনছ গেমবিট’ কি খেলৰ সৈতে জড়িত শব্দ?
উঃ দবা।
প্ৰঃ ‘চেকমেট’ শব্দটো কি খেলৰ লগত জড়িত?
উঃ দবা। 0 0 0
Miscellaneous sports quiz
Q. What is the sport that requires the most space other than athletics?
A. Golf.
Q. Does the goalkeeper cover the length of the post in water polo or handball?
A. Handball.
Q. Between basketball and volleyball, which type of court do you need?
A. Basketball.
Q. Is the field area of ice hockey longer than the field area of field hockey?
A. Not at all.
Q. Is the shape of the volleyball court round or rectangular?
A. Rectangular.
Q. Is the distance between the goal posts in football longer than in hockey?
A. More.
Q. Is a wrestling arena bigger than a boxing ring?
A. Yes.
Q. Where is Salt Lake Stadium located?
A. Kolkata.
Q. Where is Shivaji Stadium located?
A. New Delhi.
Q. Where is Mahali Stadium located?
A. Chandigarh.
Q. Where is the Netaji Subhash Indoor Stadium located?
A. Kolkata.
Q. Where is Nehru Stadium located?
A. New Delhi.
Q. Where is Shivaji Park located?
A. Mumbai.
Q. What sport is the Durand Cup associated with?
A. Football.
Q. What sport is the Santosh Trophy associated with?
A. Football.
Q. What sport is the Ranji Trophy associated with?
A. Cricket.
Q. What sport is the Thomas Cup associated with?
A. Badminton.
Q. What sport is the Arthur Walker Trophy associated with?
A. Billiards.
Q. What sport is the term ‘off side’ associated with?
A. Football.
Q. What sport is the term ‘reverse flick’ associated with?
A. Hockey.
Q. What sport is the word ‘jerk’ associated with?
A. Weightlifting.
Q. What game is the word ‘canon’ associated with?
A. Billiards.
Q. What sport is the word ‘love all’ associated with?
A. Badminton.
Q. What sport is the word ‘Lona’ associated with?
A. Kabaddi.
Q. What sport is the term ‘Sudden Death’ associated with?
A. Football.
Q. The word ‘advantage’ is associated with which game?
A. Tennis.
Q. What is the first event of the Decathlon?
A. 100 meters.
Q. For which shortest track event is a world record sanctioned departmentally?
A. 60 meters.
Q: The autobiography of a famous athlete is called ‘Inside Track’ What is his name?
A. Carl Lewis.
Q. Geet Sethi is a famous Indian athlete. What sport is he involved in?
A. Billiards.
Q. Which athlete is nicknamed ‘The Phantom Finn’?
A. Pav’ Narmi.
Q. Where did the triple jump originate?
A. Scotland.
Q. When did the CAF (South Asian Federation Games) start?
A. In 1984.
Q. Athletics refers to three sports? There are two types of this: running and jumping. What is the other type?
A. Throwing.
Q. With which sport is the Schreider Cup associated?
A. Sea-plane racing.
Q. Who is the author of ‘One Day Wonders’?
A. Sandeep Patil.
Q. Who is the author of the book ‘Some Indian Cricketers’?
A. Ruchi Modi.
Q. Since which year has the Dronacharya Award been awarded?
A. Since 1985.
Q. How many players are in the ‘Kho-Kho’ team?
A. 9 people.
Miscellaneous sports quiz
Q. Who is the author of the book ‘Cricket My Style’?
A. Kapil Dev.
Q. The Arjuna Award has been awarded since which year?
A. Since 1961.
Q. Who is the author of the book ‘A Captain’s Diary’?
A. Alec Stewart.
Q. Who is the author of the book ‘Runs and Ruins’?
A. Sunil Gavaskar.
Q. What is the national game of England?
A. Cricket.
Q. What is the national sport of Japan?
A. Ju-Jitsu.
Q. What is the name of the author of the book ‘The Best of the Best’?
A. Charles Davis.
Q. On which date is ‘National Sports Day’ celebrated in India?
A. August 29th.
Q. Where was the first Commonwealth Games held?
A. Hamilton (Canada).
Q. What is the name of the first swimmer to win the Arjuna Award?
A. Bajrangi Prasad.
Q. Who is the author of The Tao of Cricket?
A. Ashish Nandi.
Q. When was the All India Council of Sports formed?
A. In 1954.
Q. Where was the first World Table Tennis Championship held in 1927?
A. London.
Q. What is the national sport of Spain?
A. Bullfighting.
Q. Is skiing an indoor sport?
A. Not at all.
Q. How many players are on each side of a rugby game?
A. 15 people.
Q. What is Australia’s national sport?
A. Cricket. Miscellaneous sports quizzes
Q. What game is the ‘Charlotte Spiral’ used in?
A. Ice skating.
Q. What is the national sport of the United Arab Republic?
A. Camel racing.
Q. What should be the shootput weight for women?
A. 4 kg.
Q. What should be the length of a jovlin for men?
A. 2.6 – 2.7 m.
Q. What is the dimensions of the kho kho field?
A. 27 m × 15 m.
Q. How long is the derby course?
A. 2.4 km.
Q. What is the minimum length of the runway for the javelin throw?
A. 33.5 metres.
Q. What is the minimum length of the long jump runway?
A. 40 metres.
Q. What is the national game of Bhutan?
A. Archery.
Q. How many squares are on the Scrabble Square board?
A. 225 pieces.
Q. What is the national sport of China?
A. Table tennis.
Q. How many players are there in a game of kho-kho?
A. 9 people. Miscellaneous sports quizzes
Q. What is the weight of the men’s javelin?
A. 800 grams.
Q. What is the weight of the women’s javelin?
A. 600 grams.
Q. What should be the length of a women’s javelin?
A. 2.2 m ☓ 2.3 m.
Q. What is the weight of the women’s discus in the discus throw event?
A. 1.5 kg.
Q. Who invented the game of snooker?
A. Sir Neville Chamberlain.
Q. What is the national sport of Pakistan?
A. Hockey.
Miscellaneous sports quizzes
Q. What is the Arjuna Award?
A. An annual award given to individuals who have made outstanding contributions to the world of sports.
Q. What is the Dronacharya Award?
A. The Dronacharya Award is an annual award given to a renowned sports coach.
Q. What is the name of the book ‘Ranji: A Genius Rich and Strange’?
A. Simon Wilde.
নোট: যদি আপুনি উক্ত ‘বিবিধ ক্ৰীড়া কুইজ Miscellaneous Sports Quiz’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
বিবিধ ক্ৰীড়া কুইজ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান: