Home Ass Grammar বিশেষণ পদৰ শ্ৰেণী বিভাগ | Classification of Assamese Adjective

বিশেষণ পদৰ শ্ৰেণী বিভাগ | Classification of Assamese Adjective

0

বিশেষণ পদৰ শ্ৰেণী বিভাগ

বিশেষণ পদৰ শ্ৰেণী বিভাগ  Classification of Assamese Adjective

 

বিশেষণ পদৰ শ্ৰেণী বিভাগ

বিশেষণ পদৰ শ্ৰেণী বিভাগ | Classification of Assamese Adjective

আমি শিকি আহোছো যে বিশেষ্য বা সৰ্বনাম পদৰ গুণ, দোষ, সংখ্যা, পৰিমাণ, অৱস্থা আদি বুজোৱা পদক বিশেষণ (Adjective) বোলে।

অসমীয়া বিশেষণ পদবোৰক মুঠতে তিনিটা ভাগত ভাগ কৰা হৈছে, যথা–

(১) বিশেষ্য-বিশেষণ (Adjectival Noun) 

(২) বিশেষণীয়-বিশেষণ (Adjectival Adverb) আৰু

(৩) ক্ৰিয়া-বিশেষণ  (Adjectival Verb) 

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল ।

 

বিশেষ্য-বিশেষণ (Adjectival Noun) 

বিশেষ্য বা সৰ্বনাম পদৰ গুণ, দোষ, অৱস্থা, আদি বুজোৱা বিশেষণ পদক বিশেষ্য-বিশেষণ বোলে। উদাহৰণ–

গুণী ল’ৰা, তিতাঁ কেৰেলা, মিঠা ফল, অভিজ্ঞ শিক্ষক ইত্যাদি।

বিশেষণ পদৰ শ্ৰেণী বিভাগ

বিশেষণীয়-বিশেষণ (Adjectival Adverb)

বিশেষণ পদক বিশেষকৈ বুজোৱা পদক বিশেষণীয় বিশেষণ বোলে।  উদাহৰণ–

অতি ভাল ল’ৰা, বৰ ডাঙৰ কঁঠাল, খুব দুষ্ট ছোৱালী,  ইত্যাদি।

বিশেষণ পদৰ শ্ৰেণী বিভাগ

ক্ৰিয়া-বিশেষণ  (Adjectival Verb)

ক্ৰিয়া পদৰ ধৰণ বা অৱস্থা বুজোৱা বিশেষণক ক্ৰিয়া-বিশেষণ বোলে।  উদাহৰণ–

ভালদৰে পঢ়িবা, বেগাই যোৱা, লাহে লাহে খোজ কাঢ়িবা ইত্যাদি।

 

অনুশীলনী

(১) বিশেষণ কাক বোলে?  

(২) বৈশিষ্ট্য অনুযায়ী অসমীয়া বিশেষণ পদবোৰক কেই শ্ৰেণীত  ভাগ কৰা হৈছে? প্ৰতিবিধৰ নাম লিখি উদাহৰণ দিয়া। ০ ০ ০

বিশেষণ পদৰ শ্ৰেণী বিভাগ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here