Home Quiz বিশ্বৰ ক্ষুদ্ৰতম-কুইজ

বিশ্বৰ ক্ষুদ্ৰতম-কুইজ

0

আপুনি যদি বিশ্বৰ ক্ষুদ্ৰতম-কুইজ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । ইয়াত বিশ্বৰ ক্ষুদ্ৰতম-কুইজবোৰ বিভিন্ন উৎসৰ পৰা আমি সংগ্রহ কৰিছোঁ আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে কুইজবোৰ ভাল পাব ।

বিশ্বৰ ক্ষুদ্ৰতম-কুইজ

বিশ্বৰ ক্ষুদ্ৰতম-কুইজ

বিশ্বৰ ক্ষুদ্ৰতম-কুইজ 

প্ৰঃ বিশ্বৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি?

উঃ  অষ্ট্ৰেলিয়া।

প্ৰঃ বিশ্বৰ ক্ষুদ্ৰতম দ্বীপটোৰ নাম কি?

উঃ  উমানন্দ (ব্রহ্মপুত্ৰ)।

প্ৰঃ বিশ্বৰ ক্ষুদ্ৰতম চৰাইবিধৰ নাম কি?

উঃ  হামিংবাৰ্ড।

প্ৰঃ বিশ্বৰ ক্ষুদ্ৰতম দেশখনৰ নাম কি? 

উঃ   ভেটিকান। ০ ০ ০

The World’s Smallest-Quiz

Q. What is the name of the smallest continent in the world?

A. Australia.

Q. What is the name of the smallest island in the world?

A. Uma Nanda (Brahmaputra).

Q. What is the name of the smallest bird in the world?

A. Hummingbirds.

Q. What is the name of the smallest country in the world?

A. The Vatican.0 0 0

নোট: যদি আপুনি উক্ত বিশ্বৰ ক্ষুদ্ৰতম-কুইজ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিশ্বৰ ক্ষুদ্ৰতম-কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here