Home Quiz বিশ্বৰ দীৰ্ঘতম-কুইজ 

বিশ্বৰ দীৰ্ঘতম-কুইজ 

0

আপুনি যদি বিশ্বৰ দীৰ্ঘতম-কুইজ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । ইয়াত বিশ্বৰ দীৰ্ঘতম-কুইজবোৰ বিভিন্ন উৎসৰ পৰা আমি সংগ্রহ কৰিছোঁ আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে কুইজবোৰ ভাল পাব ।

বিশ্বৰ দীৰ্ঘতম-কুইজ

 

বিশ্বৰ দীৰ্ঘতম-কুইজ

বিশ্বৰ দীৰ্ঘতম-কুইজ 

প্ৰঃ বিশ্বৰ দীৰ্ঘতম বান্ধ কোনখন?

উঃ  হীৰাকঁদ (মহানদী, ভাৰত)।

প্ৰঃ বিশ্বৰ দীৰ্ঘতম প্ৰাচীৰ কোনখন?

উঃ  চীনৰ প্ৰাচীৰ।

প্ৰঃ  বিশ্বৰ দীৰ্ঘতম দলং কোনখন?

উঃ  চীন দেশৰ ডংহাই দলং। 

প্ৰঃ বিশ্বৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী কোনখন?

উঃ  এণ্ডিজ, দক্ষিণ আমেৰিকা

প্ৰঃ বিশ্বৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম  কোনখন?

উঃ  খড়গপুৰ (ভাৰত)।

প্ৰঃ বিশ্বৰ দীৰ্ঘতম মহাকাব্য কোনখন?

উঃ  মহাভাৰত।

প্ৰঃ বিশ্বৰ দীৰ্ঘতম ৰেল সুৰঙ্গটোৰ নাম কি ?

উঃ  চেইকান ৰেল টানেল, জাপান।

প্ৰঃ বিশ্বৰ দীৰ্ঘতম নদী  কোনখন?

উঃ  নীলনদী (আফ্রিকা)

প্ৰঃ বিশ্বৰ দীৰ্ঘতম বাৰান্দা  কোনখন?

উঃ  ৰামেশ্বৰম মন্দিৰৰ বাৰান্দা (ভাৰত)

প্ৰঃ বিশ্বৰ দীৰ্ঘতম ৰেল দলং কোনখন?

উঃ  হেপী প্লং দলং (আমেৰিকা)।

প্ৰঃ বিশ্বৰ দীৰ্ঘতম সুৰঙ্গ কোনখন?

উঃ  চেন্টাগ’টাৰড পথৰ সুৰঙ্গ (চুইজাৰলেণ্ড)। 0 0 0

 

The World’s Longest-Quiz

Q. Which is the longest dam in the world?

A. Diamond (Mahanadi, India).

Q. Which is the longest wall in the world?

A. The Great Wall of China.

Q. Which is the longest bridge in the world?

A. The Donghai Bridge in China.

Q. Which is the longest mountain range in the world?

A. Andes, South America

Q. Which is the longest railway platform in the world?

A. Kharagpur (India).

Q. Which is the longest epic in the world?

A. The Mahabharata.

Q. What is the name of the longest railway tunnel in the world?

A. Seikan Railway Tunnel, Japan.

Q. Which is the longest river in the world?

A. Nile River (Africa)

Q. Which is the longest porch in the world?

A. Porch of Rameswaram Temple (India)

Q. Which is the longest railway bridge in the world?

A. Happy Long Bridge (USA).

Q. Which is the longest tunnel in the world?

A. Santagotard Road Tunnel (Switzerland).0 0 0

নোট: যদি আপুনি উক্ত বিশ্বৰ দীৰ্ঘতম-কুইজ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিশ্বৰ দীৰ্ঘতম-কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here