বিশ্বৰ বিখ্যাত গ্ৰন্থ। বিশ্বৰ বিখ্যাত গ্ৰন্থ বিষয়ক এই অসমীয়া প্ৰবন্ধত বিশ্ব সাহিত্যৰ অমৰ আৰু প্ৰসিদ্ধ গ্ৰন্থসমূহৰ নাম, লেখক, বিষয়বস্তু আৰু সাহিত্যিক গুৰুত্ব সহজ আৰু আকৰ্ষণীয় ভাষাত উপস্থাপন কৰা হৈছে।
বিশ্বৰ বিখ্যাত গ্ৰন্থ
গ্ৰন্থ ————- গ্ৰন্থকাৰ
ৰামায়ণ——- বাল্মিকী
মহাভাৰত——- ব্যাসদেৱ
পঞ্চতন্ত্ৰ——-বিষ্ণু শৰ্মা
ৰাম চৰিত মানস ——- তুলসী দাস
অৰ্থশাস্ত্ৰ ——- কৌটিল্য
ন হন্যতে ——- মৈত্ৰীয় দেৱী
উত্তৰ ৰাম চৰিত ——- ভৱভূতি
অভিজ্ঞান শকুন্তলম ——- কালিদাস
কথা সৰিৎ সাগৰ ——- সোমদেৱ
গীতাঞ্জলি ——- ৰবীন্দ্ৰনাথ ঠাকুৰ
জ্ঞান মালিনী ——- মফিজুদ্দিন হাজৰিকা
হুমায়ূন নামা ——- গুলবদন বেগম
তুজুক ই- জাহাঙ্গীৰি ——- সম্ৰাট জাহাঙ্গীৰ
আলমগীৰনামা ——- মিৰ্জা মহম্মদ কাচিম
ফাতুহিত-ই-আলমগিৰি ——- ঈশ্বৰ দাস
তাৰিখ-ই আলাই ——- আমীৰ খশ্ৰু
ৰাজতৰঙ্গিনী ——- কহলান
মৃত্যুঞ্জয় ——- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
সাৰথি ——- সত্যনাথ বৰা
গড অফ স্মল থিংছ ——- অৰুন্ধতী ৰয়
হৰ্ষ চৰিত ——- বাণভট্ট
ইণ্ডিকা ——- মেগাস্থেনিচ
তাৰিখ -ই- হিন্দ ——- আলবেৰুণী
অষ্টাধ্যয়ী ——- পানিনি
কীৰ্তন ঘোষা ——- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
নামঘোষা ——- মহাপুৰুষ শ্ৰী মাধৱদেৱ
মোৰ সত্য অন্বেষণৰ কাহিনী ——- মহাত্মা গান্ধী
ইণ্ডিয়ান ফিল’ছফি ——- সৰ্বপল্লী ৰাধাকৃষ্ণন
ইগনাইটেদ মাইণ্ড ——- এ পি জে আব্দুল কালাম
আনন্দ মঠ ——- বংকিম চন্দ্ৰ চেটাৰ্জী
বিশ্ব ইতিহাসৰ জিলিãনি ——- জৱাহৰলাল নেহৰু
ইণ্ডিয়া উইনচ ফিèডম ——- মৗলানা আবুল কালাম আজাদ
এডেভঞ্চাৰ অফ টম ছায়াৰ——- মাৰ্ক টোৱেইন
এ উইক উইথ গান্ধী ——- লুইচ ফিচাৰ
এ ওমেনচ লাইফ ——- গ্য দ্য মোপাছাঁ
মেন এণ্ড চুপাৰমেন ——- জৰ্জ বাৰ্ণাৰ্ড শ্ব
মুন ৱাক ——- মাইকেল জেকচন
মেয়ৰ অফ কেষ্টাৰ ব্রীজ ——- থমাচ হাৰ্ডি
মেইন কেম্প ——- এড’লফ হিটলাৰ
মিড’ল মাৰ্চ ——- জৰ্জ ইলিয়ট
দ্য থাৰ্ড ওৱেভ ——- এলভিন টফলাৰ
দ্য ছংছ অফ ইণ্ডিয়া ——- সৰোজিনী নাইডু
এ চাইনা পেচেজ ——- জন কেননেথ গলব্ৰেইথ
এজ ইউ লাইক ইট ——- উইলিয়াম শ্বেকসপীয়েৰ
এন ইকুৱেল মিউজিক ——- বিক্ৰম শেঠ
এলিচ ইন ৱাণ্ডাৰলেণ্ড ——- লুইচ কেৰ’ল
ফৰ্টিনাইন ডেজ ——- অমৃতা প্ৰীতম
ইণ্ডিয়া ডিভাইডেড ——- ৰাজেন্দ্ৰ প্ৰসাদ
গাইড ——- আৰ কে নাৰায়ণ
জিপচি ——- আলেকজেণ্ডাৰ পুস্কিন
এনচিয়েন্ট ইভিনিংচ ——- নৰমেন মেইলাৰ
মাদাৰ ——- মেক্সিম গোৰ্কী
এনাটমি অফ মেলানক’লি ——- ৰবাৰ্ট বাৰ্টন
কনফেচনচ ——- জে জে ৰুচো
দেথ অফ ভেনিচ ——- টমাচ মান
ডেচেন্ট অফ মেন ——- চাৰ্লচ ডাৰউইন
ফেয়াৰি কুইন ——- এডমাণ্ড স্পেনচাৰ
গেদাৰিং ষ্ট্ৰম ——- উইনষ্টোন চাৰ্চিল
গোদান ——- প্ৰেমচান্দ। ০ ০ ০
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:
- বিভিন্ন ক্ষেত্ৰত প্রথম অসমীয়া
- GK-Largest, Longest, Tallest in India
- ভাৰত
- ভাৰতৰ সেনা প্রশিক্ষণ কেন্দ্ৰসমূহ
