বিশ্বৰ বিখ্যাত গ্ৰন্থ
বিশ্বৰ বিখ্যাত গ্ৰন্থ,Famous Books
বিশ্বৰ বিখ্যাত গ্ৰন্থ
গ্ৰন্থ ————- গ্ৰন্থকাৰ
ৰামায়ণ——- বাল্মিকী
মহাভাৰত——- ব্যাসদেৱ
পঞ্চতন্ত্ৰ——-বিষ্ণু শৰ্মা
ৰাম চৰিত মানস ——- তুলসী দাস
অৰ্থশাস্ত্ৰ ——- কৌটিল্য
ন হন্যতে ——- মৈত্ৰীয় দেৱী
উত্তৰ ৰাম চৰিত ——- ভৱভূতি
অভিজ্ঞান শকুন্তলম ——- কালিদাস
কথা সৰিৎ সাগৰ ——- সোমদেৱ
গীতাঞ্জলি ——- ৰবীন্দ্ৰনাথ ঠাকুৰ
জ্ঞান মালিনী ——- মফিজুদ্দিন হাজৰিকা
হুমায়ূন নামা ——- গুলবদন বেগম
তুজুক ই- জাহাঙ্গীৰি ——- সম্ৰাট জাহাঙ্গীৰ
আলমগীৰনামা ——- মিৰ্জা মহম্মদ কাচিম
ফাতুহিত-ই-আলমগিৰি ——- ঈশ্বৰ দাস
তাৰিখ-ই আলাই ——- আমীৰ খশ্ৰু
ৰাজতৰঙ্গিনী ——- কহলান
মৃত্যুঞ্জয় ——- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
সাৰথি ——- সত্যনাথ বৰা
গড অফ স্মল থিংছ ——- অৰুন্ধতী ৰয়
হৰ্ষ চৰিত ——- বাণভট্ট
ইণ্ডিকা ——- মেগাস্থেনিচ
তাৰিখ -ই- হিন্দ ——- আলবেৰুণী
অষ্টাধ্যয়ী ——- পানিনি
কীৰ্তন ঘোষা ——- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
নামঘোষা ——- মহাপুৰুষ শ্ৰী মাধৱদেৱ
মোৰ সত্য অন্বেষণৰ কাহিনী ——- মহাত্মা গান্ধী
ইণ্ডিয়ান ফিল’ছফি ——- সৰ্বপল্লী ৰাধাকৃষ্ণন
ইগনাইটেদ মাইণ্ড ——- এ পি জে আব্দুল কালাম
আনন্দ মঠ ——- বংকিম চন্দ্ৰ চেটাৰ্জী
বিশ্ব ইতিহাসৰ জিলিãনি ——- জৱাহৰলাল নেহৰু
ইণ্ডিয়া উইনচ ফিèডম ——- মৗলানা আবুল কালাম আজাদ
এডেভঞ্চাৰ অফ টম ছায়াৰ——- মাৰ্ক টোৱেইন
এ উইক উইথ গান্ধী ——- লুইচ ফিচাৰ
এ ওমেনচ লাইফ ——- গ্য দ্য মোপাছাঁ
মেন এণ্ড চুপাৰমেন ——- জৰ্জ বাৰ্ণাৰ্ড শ্ব
মুন ৱাক ——- মাইকেল জেকচন
মেয়ৰ অফ কেষ্টাৰ ব্রীজ ——- থমাচ হাৰ্ডি
মেইন কেম্প ——- এড’লফ হিটলাৰ
মিড’ল মাৰ্চ ——- জৰ্জ ইলিয়ট
দ্য থাৰ্ড ওৱেভ ——- এলভিন টফলাৰ
দ্য ছংছ অফ ইণ্ডিয়া ——- সৰোজিনী নাইডু
এ চাইনা পেচেজ ——- জন কেননেথ গলব্ৰেইথ
এজ ইউ লাইক ইট ——- উইলিয়াম শ্বেকসপীয়েৰ
এন ইকুৱেল মিউজিক ——- বিক্ৰম শেঠ
এলিচ ইন ৱাণ্ডাৰলেণ্ড ——- লুইচ কেৰ’ল
ফৰ্টিনাইন ডেজ ——- অমৃতা প্ৰীতম
ইণ্ডিয়া ডিভাইডেড ——- ৰাজেন্দ্ৰ প্ৰসাদ
গাইড ——- আৰ কে নাৰায়ণ
জিপচি ——- আলেকজেণ্ডাৰ পুস্কিন
এনচিয়েন্ট ইভিনিংচ ——- নৰমেন মেইলাৰ
মাদাৰ ——- মেক্সিম গোৰ্কী
এনাটমি অফ মেলানক’লি ——- ৰবাৰ্ট বাৰ্টন
কনফেচনচ ——- জে জে ৰুচো
দেথ অফ ভেনিচ ——- টমাচ মান
ডেচেন্ট অফ মেন ——- চাৰ্লচ ডাৰউইন
ফেয়াৰি কুইন ——- এডমাণ্ড স্পেনচাৰ
গেদাৰিং ষ্ট্ৰম ——- উইনষ্টোন চাৰ্চিল
গোদান ——- প্ৰেমচান্দ। ০ ০ ০
বিশ্বৰ বিখ্যাত গ্ৰন্থ,Famous Books of the World
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
বিশ্বৰ বিখ্যাত গ্ৰন্থ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:
- বিভিন্ন ক্ষেত্ৰত প্রথম অসমীয়া
- GK-Largest, Longest, Tallest in India
- ভাৰত
- ভাৰতৰ সেনা প্রশিক্ষণ কেন্দ্ৰসমূহ
- Army Training Centers of Indi