Home Quiz বিশ্বৰ বৃহত্তম-কুইজ 

বিশ্বৰ বৃহত্তম-কুইজ 

0

বিশ্বৰ বৃহত্তম-কুইজ

বিশ্বৰ বৃহত্তম-কুইজ

বিশ্বৰ বৃহত্তম-কুইজ

বিশ্বৰ বৃহত্তম-কুইজ

প্ৰঃ বিশ্বৰ বৃহত্তম নদী-দ্বীপ কোনখন?

উঃ  মাজুলী।

প্ৰঃ বিশ্বৰ বৃহত্তম মছজিদ কোনখন?

উঃ  ছাহ ফাইজাল মচজিদ (পাকিস্থান)।

প্ৰঃ বিশ্বৰ বৃহত্তম েবংক কোনখন?

উঃ বেংক  অৱ আমেৰিকা।

প্ৰঃ বিশ্বৰ বৃহত্তম সাগৰীয় চৰাই কি?

উঃ  এলেবট্ৰছ।

প্ৰঃ বিশ্বৰ বৃহত্তম চৰাই কি ?

উঃ  উটপক্ষী।

প্ৰঃ বিশ্বৰ বৃহত্তম আগ্নেয়গিৰি কোনখন?

উঃ  মৌনা লাও।

প্ৰঃ বিশ্বৰ বৃহত্তম গম্বুজ কোনখন?

উঃ  লওউছিয়ানা ছুপাৰডম (আমেৰিকা)।

প্ৰঃ বিশ্বৰ বৃহত্তম মোহনা কোনখন?

উঃ  অব (উত্তৰ ৰাছিয়া)।

প্ৰঃ বিশ্বৰ বৃহত্তম জনবহুল দেশ কোনখন ?

উঃ  চীন।

প্ৰঃ বিশ্বৰ বৃহত্তম উপসাগৰ কোনখন ?

উঃ  মেক্সিকো উপসাগৰ।

প্ৰঃ বিশ্বৰ বৃহত্তম মৰুভূমি কোনখন ?

উঃ  চাহাৰা মৰুভূমি।

প্ৰঃ বিশ্বৰ বৃহত্তম ব-দ্বীপ কোনখন ?

উঃ  সুন্দৰবন।

প্ৰঃ বিশ্বৰ বৃহত্তম জনবহুল মহানগৰী কোনখন ?

উঃ  টকিঅ’ (জাপান)।

প্ৰঃ বিশ্বৰ বৃহত্তম ঘন্টা কোনখন ?

উঃ  মস্কোৰ পিতলৰ ঘন্টা (দুশ টন)।

প্ৰঃ বিশ্বৰ বৃহত্তম দ্বীপ কোনখন ?

উঃ  গ্ৰীণলেণ্ড।

প্ৰঃ বিশ্বৰ বৃহত্তম হ্রদ কোনখন?

উঃ  কাস্পিয়ান হ্রদ।

প্ৰঃ বিশ্বৰ বৃহত্তম পবৰ্বতশ্ৰেণী কোনখন ?

উঃ  এণ্ডিজ, দক্ষিণ আমেৰিকা।

প্ৰঃ বিশ্বৰ বৃহত্তম মহাসাগৰ কোনখন ?

উঃ  প্ৰশান্ত মাহসাগৰ।

প্ৰঃ বিশ্বৰ বৃহত্তম ৰেল ষ্টেচন কোনখন ?

উঃ  গ্ৰেণ্ড চেন্টেল টাৰ্মিনেল, নিউয়ৰ্ক।

প্ৰঃ বিশ্বৰ বৃহত্তম বন্দৰ কোনখন ?

উঃ  নিউয়ৰ্ক বন্দৰ।

বিশ্বৰ বৃহত্তম-কুইজ

প্ৰঃ বিশ্বৰ বৃহত্তম সাগৰ কোনখন ?

উঃ  দক্ষিণ চীন সাগৰ।

প্ৰঃ বিশ্বৰ বৃহত্তম ষ্টেডিয়াম কোনখন ?

উঃ  ষ্টাহভ ষ্টেডিয়াম।

প্ৰঃ বিশ্বৰ বৃহত্তম,  দীৰ্ঘতম প্ৰাচীৰ কোনখন ?

উঃ  চীনৰ প্ৰাচীৰ।

প্ৰঃ বিশ্বৰ বৃহত্তম দেশ কোনখন ?

উঃ  ৰাছিয়া।

প্ৰঃ বিশ্বৰ বৃহত্তম মহাদেশ কোনখন ?

উঃ  এচিয়া।

প্ৰঃ বিশ্বৰ বৃহত্তম মহানগৰী কোনখন ?

উঃ  ইছা, কুইনচ লেণ্ড (অষ্ট্ৰেলিয়া)।

প্ৰঃ বিশ্বৰ বৃহত্তম চিনেমা হল কোনখন?

উঃ  ৰক্সি (নিউয়ৰ্ক)।

প্ৰঃ বিশ্বৰ বৃহত্তম দলং কোনখন ?

উঃ  অকলেণ্ড দলং।

প্ৰঃ বিশ্বৰ বৃহত্তম পুথিভঁৰাল কোনটো ?

উঃ  ইউনাইটেড ষ্টেটচ লাইব্রেৰী অৱ কংগ্ৰেছ (আমেৰিকা)।

প্ৰঃ বিশ্বৰ বৃহত্তম জাহাজ কোনখন?

উঃ  কুইন এলিজাবেথ। ০ ০ ০

বিশ্বৰ বৃহত্তম-কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

বিশ্বৰ বৃহত্তম-কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here