Home Literary Criticism বুহতুৰিৰ হামাছা । The Hamasa of Buhturi

বুহতুৰিৰ হামাছা । The Hamasa of Buhturi

0

বুহতুৰিৰ হামাছা (The Hamasa of Buhturi)

বুহতুৰিৰ হামাছা । The Hamasa of Buhturi

 

বুহতুৰিৰ হামাছা

বুহতুৰিৰ হামাছা । The Hamasa of Buhturi

আবু তাম্মামৰ হামাছা সংকলনৰ কিছু বছৰ পিছত বুহতুৰি নামৰ আন এজন ব্যক্তিয়ে আৰবী কবিতাৰ এক সংকলন প্ৰস্তুত কৰে। সংকলনখনক তেওঁৰ নাম অনুসৰি ‘বুহতুৰিৰ হামাছা’ বুলি কোৱা হয়। তেওঁ পুথিখন কেইবাটাও ভাগত বিভক্তি কৰি কবিতাৰ বিষয়বস্তুৰ ওপৰত চমুটোকাও সংযোজন কৰিছিল। তেওঁৰ টোকাৰ পৰা জনা যায় যে তেওঁ তেওঁৰ ৰুচি অনুসৰিহে কিবতাবোৰ মূল্যায়ন কৰিছিল। এই সংকলনখন ‘আবু তাম্মামৰ হামাছা’ৰ সমকক্ষ নহয় যদিও পুথিখন প্ৰাচীন আৰবী কবিতাৰ এক উল্লেখযোগ্য সমল হিচাপে বিবেচনা কৰা হয়। ০ ০ ০.

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here