বুহতুৰিৰ হামাছা (The Hamasa of Buhturi)
বুহতুৰিৰ হামাছা
বুহতুৰিৰ হামাছা । The Hamasa of Buhturi
আবু তাম্মামৰ হামাছা সংকলনৰ কিছু বছৰ পিছত বুহতুৰি নামৰ আন এজন ব্যক্তিয়ে আৰবী কবিতাৰ এক সংকলন প্ৰস্তুত কৰে। সংকলনখনক তেওঁৰ নাম অনুসৰি ‘বুহতুৰিৰ হামাছা’ বুলি কোৱা হয়। তেওঁ পুথিখন কেইবাটাও ভাগত বিভক্তি কৰি কবিতাৰ বিষয়বস্তুৰ ওপৰত চমুটোকাও সংযোজন কৰিছিল। তেওঁৰ টোকাৰ পৰা জনা যায় যে তেওঁ তেওঁৰ ৰুচি অনুসৰিহে কিবতাবোৰ মূল্যায়ন কৰিছিল। এই সংকলনখন ‘আবু তাম্মামৰ হামাছা’ৰ সমকক্ষ নহয় যদিও পুথিখন প্ৰাচীন আৰবী কবিতাৰ এক উল্লেখযোগ্য সমল হিচাপে বিবেচনা কৰা হয়। ০ ০ ০.
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Additional Searches:
- Arabic-Wikipedia
- Hamasa
- Abu Tammam
- Muallaqat
- Al-Shanfara-Wikipedia
- Abid al Abras
- Hatim al Tai
- Al-Asha Oasis
- Labid Ibn Rabia
- Antarah bin Shaddad
- Zuhayr bin Abi Sulma
- Imraul Quis
- Amr bin Kulthum
- Tarfa bin al-A’bd
- Arabic Prose Literature
- Hatim Tai-Wikipedia
- The History of Arabic Language
- Learn Arabic Through Assamese
- Online Sources Arabic Language
- Arabic Language History
- Sahban Wael
- আৰবী ভাষা