বৰষুণত মুখ গুজি | Barshunot Mukh Guji

0

বৰষুণত মুখ গুজি

ৰাব্বি মছৰুৰ

বৰষুণত মুখ গুজিবৰষুণত মুখ গুজি

বৰষুণত মুখ গুজি

অকলশৰীয়া তগৰ জোপাই 

বৰষুণত মুখ গুজি উচুেপ

এজাক ৰ’দৰ বাবে  

এদিনাখনতো এইজোপা তগৰেই

হাহাকাৰ কৰি ফুৰিছিল এটুপি পানীৰ  বাবে।

এতিয়া ধাৰাষাৰ বৰষুণেও

আঁতৰ কৰিব নোৱাৰে তগৰৰ বুকুৰ তৃষ্ণা।

 

সেয়ে বৰষুণৰ পিছত আকৌ ৰ’দৰ বাবে

এই শোক, এই বিষাদ, এই উচুপনি

প্ৰেমৰ সোৱাদ সেয়ে নেকি 

আইনষ্টাইনৰ 

আপেক্ষিকতাবাদৰ সূত্ৰৰ চকৰিত বন্ধী হৈ ঘূৰি ফুৰে ! ০ ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here