Home Knowledge ভাৰতীয় সেনা বিষয়াৰ পদবীসমূহ

ভাৰতীয় সেনা বিষয়াৰ পদবীসমূহ

0

ভাৰতীয় সেনা বিষয়াৰ পদবীসমূহ

ভাৰতীয় সেনা বিষয়াৰ পদবীসমূহ

ভাৰতীয় সেনা বিষয়াৰ পদবীসমূহ

(ক) স্থল বাহিনী

পদ-ক্ৰম—- পদবী                   

১——–জেনেৰেল।

২——–লেফটেনেন্ট জেনেৰেল

৩——–মেজৰ জেনেৰেল

৪——–ব্রিগেডিয়েৰ

৫——–কৰ্ণেল

৬——–লেফটেনেন্ট কৰ্ণেল

৭——–মেজৰ

৮——– কেপ্তেইন

০——–লেফটেনেন্ট কেপ্তেইন

১০——–চেকেণ্ড লেফটেনেন্ট।

(খ) নৌ বাহিনী

পদ-ক্ৰম—– পদবী                   

১——–এডমিৰেল

২——–ভাইচ এডমিৰেল

৩——–ৰিয়াৰ এডমিৰেল

৪——–কমোদোৰ

৫——–কেপ্তেইন

৬——–কামাণ্ডাৰ

৭——–লেফটেনেন্ট কামাণ্ডাৰ

৮——–লেফটেনেন্ট

৯——–ছাব লেফটেনেন্ট 

১০——–এক্টিং ছাব লেফটেনেন্ট।

(গ) বায়ু বাহিনী

পদ- ক্ৰম—– পদবী                   

১——–এয়াৰ চীপ মাৰ্ছাল

২——–এয়াৰ মাৰ্ছাাল

৩——–এয়াৰ ভাইচ মাৰ্ছাল

৪——–এয়াৰ কমোদোৰ

৫——–গোট  কেপ্তেইন

৬——–উইং কামাণ্ডাৰ

৭——–স্কোৱাদ্ৰেন লিডাৰ

৮——–ফ্লাইট লেফটেনেন্ট

৯——–ফ্লাইং অফিচাৰ

৯——–পাইলট অফিচাৰ। ০ ০ ০

ভাৰতীয় সেনা বিষয়াৰ পদবীসমূহ,The Positions of the Indian Army Officials

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here