ভাৰতৰ দীৰ্ঘতম। Longest of India ভাৰতৰ দীৰ্ঘতম ওলোমা দলং—-বিদ্যাসাগৰ সেঁতু, কলকাতা ভাৰতৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম—-খড়গপুৰ ভাৰতৰ দীৰ্ঘতম যাত্ৰীবাহী ৰেল—-গুৱাহাটী-ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ
ভাৰতৰ দীৰ্ঘতম । Longest of India
ভাৰতৰ দীৰ্ঘতম বান্ধ —- হীৰাকুঁদ বান্ধ
ভাৰতৰ দীৰ্ঘতম ৰেল দলং—-শোন নদীৰ দলং
ভাৰতৰ দীৰ্ঘতম সুৰঙ্গ—-পৰছিক সুৰঙ্গ
ভাৰতৰ দীৰ্ঘতম দলং—- মহাত্মা গান্ধী সেঁতু (গংগা নদী)
ভাৰতৰ দীৰ্ঘতম পথ—- গ্ৰেণ্ড ট্ৰাংক ৰোড
ভাৰতৰ দীৰ্ঘতম ওলোমা দলং—-বিদ্যাসাগৰ সেঁতু, কলকাতা
ভাৰতৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম—-খড়গপুৰ
ভাৰতৰ দীৰ্ঘতম যাত্ৰীবাহী ৰেল—-গুৱাহাটী-ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ
ভাৰতৰ সৰ্বাধিক ব্যস্ত বিমান বন্দৰ—-মুম্বাই বিমান বন্দৰ
ভাৰতৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই —-মৌচিনৰাম, মেঘালয়
ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য—-গোৱা। ০ ০ ০
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






