Home Knowledge ভাৰতৰ দীৰ্ঘতম। Longest of India

ভাৰতৰ দীৰ্ঘতম। Longest of India

0

 

ভাৰতৰ দীৰ্ঘতম । Longest of India

ভাৰতৰ দীৰ্ঘতম বান্ধ —- হীৰাকুঁদ বান্ধ

ভাৰতৰ দীৰ্ঘতম ৰেল দলং—-শোন নদীৰ দলং

ভাৰতৰ দীৰ্ঘতম সুৰঙ্গ—-পৰছিক সুৰঙ্গ

ভাৰতৰ দীৰ্ঘতম দলং—- মহাত্মা গান্ধী সেঁতু  (গংগা নদী)

ভাৰতৰ দীৰ্ঘতম পথ—- গ্ৰেণ্ড ট্ৰাংক ৰোড

ভাৰতৰ দীৰ্ঘতম ওলোমা দলং—-বিদ্যাসাগৰ সেঁতু, কলকাতা

ভাৰতৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম—-খড়গপুৰ

ভাৰতৰ দীৰ্ঘতম যাত্ৰীবাহী ৰেল—-গুৱাহাটী-ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ

ভাৰতৰ সৰ্বাধিক ব্যস্ত বিমান বন্দৰ—-মুম্বাই বিমান বন্দৰ

ভাৰতৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই —-মৌচিনৰাম, মেঘালয়

ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য—-গোৱা। ০ ০ ০

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here