ভাৰতৰ বিভিন্ন ৰাজ্যৰ জাতীয় প্রাণী । National Animals of Indian States
ভাৰতৰ বিভিন্ন ৰাজ্যৰ জাতীয় প্রাণী
ভাৰতৰ বিভিন্ন ৰাজ্যৰ জাতীয় প্রাণী । National Animals of Indian States
ৰাজ্যৰ নাম—- প্রাণী ৰ নাম—-বৈজ্ঞানিক নাম
অসম—-এশিঙ্গীয়া গঁড—-Rhinoceros unicornis
মণিপুৰ—-থামিন—-Cervus eldi
নাগালেণ্ড—-গোধাফুটুকী বাঘ—-Neofelis nebulasa
অৰুণাচল প্ৰদেশ—-য়াক—-Bos mutus
পশ্চিম বংগ—-ভাৰতীয় হাতী—-Elephas maximus
মেঘালয়—-বিন্টুৰঙ—-Arctietis binturong
ত্ৰিপুৰা—-চশমা চকুৱা বান্দৰ—-Presbytes phayrei
মিজোৰাম—-সোণালী মেকুৰী—-Felis temminchei
বিহাৰ—-শ্লথ ভালুক—-Merussus ussinus
উত্তৰ প্ৰদেশ—-নাহৰ ফুটুকী বাঘ—-Panthera pardus
হিমাচল প্ৰদেশ—-কস্তুৰী মৃগ—-Moschus moschiferus
পঞ্জাৱ—-কৃষ্ণষাড়—-Antilope cervicapra
গুজৰাট—-ভাৰতীয় সিংহ—-Panthera leo persica
মহাৰাষ্ট্ৰ—-মেঠোন—-Bos gaurus
তামিলনাডু—-নীলগিৰি থৰ—-Hemitragus hylocrius
অন্ধ্ৰপ্ৰদেশ—-চাৰিশিঙ্গীয়া হৰিণ—-Tetraceros quadricornis
দিল্লী—-হনুমান বান্দৰ—-Presbyttis entellus
ৰাজস্থান—-ছিংকাৰা। গেজেল—-Gazella gazella
উৰিষ্যা—-শৰপহু—-Cervus unicolor
মধ্যপ্ৰদেশ—-দল হৰিণ—-Cervus duvauceli
হাৰিয়ানা—-নীলগাই—-Hemitragus hylocrius
চিকিম—-ৰঙা পাণ্ডা—-Ailurus falgens
জম্বু-কাশ্মীৰ—-কাশ্মীৰ ষ্টেগ / হেঙ্গুল—-Cervus eldi eldi
কেৰালা—-সিংহনেজীয়া বান্দৰ—-Macca silenus. ০ ০ ০
ভাৰতৰ বিভিন্ন ৰাজ্যৰ জাতীয় প্রাণী, National Animals of Indian States
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান: