Home Knowledge ভাৰতৰ বৃহত্তম। Largest of India

ভাৰতৰ বৃহত্তম। Largest of India

0

ভাৰতৰ বৃহত্তম । Largest of India

 

ভাৰতৰ বৃহত্তম । Largest of India

ভাৰতৰ বৃহত্তম গুৰুদ্বাৰ—-স্বৰ্ণ মন্দিৰ, অমৃতস্বৰ

ভাৰতৰ বৃহত্তম ব-দ্বীপ—-সুন্দৰবন

ভাৰতৰ বৃহত্তম মৰুভূমি—-থৰ মৰুভূমি

ভাৰতৰ বৃহত্তম হ্রদ—-কাল্লেৰু, অন্ধ প্ৰদেশ

ভাৰতৰ বৃহত্তম নদী-দ্বীপ—-মাজুলী (ব্রহ্মপুত্ৰ)

ভাৰতৰ বৃহত্তম গুহা—-অমৰনাথ গুহা

ভাৰতৰ বৃহত্তম গীৰ্জা—-চে কেথেড্ৰেল, গোৱা

ভাৰতৰ বৃহত্তম গুহা মন্দিৰ—-ইলোৰা, মহাৰাষ্ট্ৰ

ভাৰতৰ বৃহত্তম চিনেমা হ’ল—-থাংগাম, মাদুৰাই

ভাৰতৰ বৃহত্তম বান্ধ—-নাগাৰ্জুনা সাগৰ

ভাৰতৰ   বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চল—-আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ।

ভাৰতৰ বৃহত্তম জনবহুল নগৰ—-মুম্বাই

ভাৰতৰ বৃহত্তম পুথিভঁৰাল—-নেচনেল লাইব্রেৰী, কলকাতা। ০ ০ ০

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here