Home Quiz ভাৰতৰ ভাষা আৰু সাহিত্য কুইজ 

ভাৰতৰ ভাষা আৰু সাহিত্য কুইজ 

0

আপুনি যদি ‘ভাৰতৰ ভাষা আৰু সাহিত্য কুইজ  বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । ইয়াত ভাৰতৰ ভাষা আৰু সাহিত্য  সম্পর্কে বিভিন্ন উৎসৰ পৰা আমি কুইজবোৰ সংগ্রহ কৰিছোঁ আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে কুইজবোৰ ভাল পাব ।

ভাৰতৰ ভাষা আৰু সাহিত্য কুইজ 

ভাৰতৰ ভাষা আৰু সাহিত্য কুইজ

ভাৰতৰ ভাষা আৰু সাহিত্য কুইজ

প্ৰঃ ভাৰতবৰ্ষত মুঠ কেইটা ভাষা আছে?

উঃ 1,635 টা।

প্ৰঃ ভাৰতৰ চৰকাৰী ভাষা কি?

উঃ হিন্দী।

প্ৰঃ কেতিয়া সংস্কৃত ভাষাৰ উদ্ভৱ হয় ?

উঃ আনুমানিক 3000 খ্ৰীষ্টপূৰ্বত।

প্ৰঃ ভাৰতীয় ভাষাবোৰ কোন ভাষা গোষ্টীৰ অন্তৰ্ভূক্ত।

উঃ ইণ্ডো-এৰিয়ান আৰু দ্ৰাবিড়িয়ান ভাষা গোষ্টীৰ অন্তৰ্ভূক্ত।

প্ৰঃ অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যিক ভাষা কি?

উঃ তেলেগু, উৰ্দু।

প্ৰঃ ছত্তিশগড়ৰ ৰাজ্যিক ভাষা কি?

উঃ হিন্দী।

প্ৰঃ গোৱাৰ ৰাজ্যিক ভাষা কি?

উঃ কঙ্কনী আৰু মাৰাঠী।

প্ৰঃ অসমীয়া গদ্য সাহিত্যৰ পিতৃস্বৰূপ কোন?

উঃ ভট্টদেৱ।

প্ৰঃ ভট্টদেৱৰ দ্বাৰা ৰচনা কৰা অসমীয়া গদ্য পুথিখনৰ নাম কি?

উঃ কথা গীতা।

প্ৰঃ প্ৰথম অসমীয়া অভিধান কোনে ৰচনা কৰে?

উঃ আমেৰিকান মিচনেৰী মাইকেল বব্রনচন চাহােব 1867 চনত।

প্ৰঃ অসমত বসবাস কৰা কিমান শতাংশ লোকে অসমীয়া ভাষা কয়?

উঃ 60% লোকে।

প্ৰঃ শংকৰদেৱৰ দ্বাৰা ৰচনা কৰা এক অংকযুক্ত নাটকসমূহক কি বোলে?

উঃ অংকীয়া নাটক।

প্ৰঃ কোনজন ভাৰতীয় লিখকে প্ৰথমতে সাহিত্যত নবেল বঁটা লাভ কৰে?

উঃ ৰবীন্দ্ৰনাথ ঠাকুৰে (বাংলা সাহিত্যত)।

প্ৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰে কোনখন পুথিৰ বাবে নবেল বঁটা লাভ কৰে?

উঃ ‘গীতাঞ্জলি’ কাব্য গ্ৰন্থখনৰ বাবে  (1913 চনত)।

প্ৰঃ সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথি কোনখন?

উঃ যতীন্দ্ৰনাথ দুৱৰাৰ ‘বনফুল’।

প্ৰঃ প্ৰথম অসমীয়া উপন্যাস কোনখন?

উঃ পদ্মনাথ গোঁহাঞি বৰুৱাৰ দ্বাৰা ৰচিত ‘ভানুমতী’।

প্ৰঃ মহাত্মা গান্ধীৰ আত্মজীৱনীখনৰ নাম কি?

উঃ ‘মোৰ সত্য অন্বেষনৰ কাহিনী’ ।

ভাৰতৰ ভাষা আৰু সাহিত্য কুইজ

প্ৰঃ ভাৰতৰ কোনজন কবিক ‘কবিগুৰু’ বুলি অভিহিত কৰা হৈছে?

উঃ ৰবীন্দ্ৰনাথ ঠাকুৰক।

প্ৰঃ ‘দ্য ইনহেৰিটেন্স অফ লছ’  নামৰ গ্ৰন্থখনৰ লিখক কোন?

উঃ কিৰণ দেশাই।

প্ৰঃ ভাৰতৰ পুৰণি মহাকাব্যখনৰ নাম কি?

উঃ ৰামায়ণ।

প্ৰঃ ‘গীত গোবিন্দ’ পুথিখনৰ ৰচক কোন?

উঃ জয়দেৱ।

প্ৰঃ ‘পঞ্চতন্ত্ৰ’ পুথিখনৰ ৰচকজন কোন?

উঃ বিষ্ণু শৰ্মা।

প্ৰঃ সংস্কৃত ‘ৰামায়ণ’খন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল?

উঃ মাধৱ কন্দলিয়ে।

প্ৰঃ সংস্কৃত ‘মহাভাৰত’খন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল?

উঃ ৰাম স্বৰস্বতীয়ে।

প্ৰঃ হিন্দী ভাষালৈ অনুদিত হোৱা প্ৰথম অসমীয়া গ্ৰন্থ কোনখন?

উঃ চিত্ৰ ভাগৱত।

প্ৰঃ ‘উত্তৰাকাণ্ড ৰামায়ণৰ’ অসমীয়া অনুবাদ কোনে কৰিছিল?

উঃ শ্ৰীমন্ত শংকৰদেৱে।

প্ৰঃ ‘দ্য ৰেভেনু ষ্টাম্প’ কোনজন ভাৰতীয় লেখকৰ আত্মজীৱনী?

উঃ অমৃতা প্ৰীতম।

প্ৰঃ ‘চি-ইউ-কি’ নামৰ পুথিখনৰ ৰচক কোন?

উঃ হিউয়েনচাং।

প্ৰঃ ‘ইন্ডিয়া উইনচ ফ্রিডম’ গ্ৰন্থখনৰ ৰচক কোন?

উঃ মৌলানা আবুল কালাম আজাদ।

ভাৰতৰ ভাষা আৰু সাহিত্য কুইজ

প্ৰঃ কোনে ‘ৰামচৰিত মানস’ ৰচনা কৰিছিল?

উঃ বাণভট্টই।

প্ৰঃ অৰ্থশাস্ত্ৰ’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উঃ কৌটিল্যই।

প্ৰঃ ‘সূৰ্য সিদ্ধান্ত’ পুথিখনৰ ৰচক কোন?

উঃ কবিৰাজ চক্ৰৱৰ্তী।

প্ৰঃ ‘দ্য গড অফ স্মল থিংনচ’ নামৰ গ্ৰন্থখনৰ ৰচক কোন?

উঃ অৰুন্ধতী ৰয়।।

প্ৰঃ ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ জীৱনৰ ওপৰত তেওঁৰ ভায়েক অজিত তেণ্ডুলকাৰে ৰচনা কৰা জীৱনীমূলক গ্ৰন্থখনৰ নাম কি?

উঃ দ্য মেকিং অফ এ ক্ৰিকেটাৰ।

প্ৰঃ  অসমীয়া ভাষাত ছপা হোৱা প্ৰথম পুথিখনৰ নাম কি?

উঃ ধৰ্ম পুস্তক।

প্ৰঃ ‘পাটকাইৰ সিপাৰে মোৰ দেশ’ পুথিখনৰ ৰচক কোন?

উঃ চন্দনা গোস্বামী।

প্ৰঃ অসমীয়া ভাষাত কোনে প্ৰথম সাধু কথাৰ পুথি ৰচনা কৰে?

উঃ এলিজা ব্রাউনে, 1850 চনত।

প্ৰঃ ’ইগনাইটেড মাইণ্ড’ গ্ৰন্থখনৰ ৰচিয়তা কোন?

উঃ এ পি জে আব্দুল কালাম।

প্ৰঃ কোনজন ভাৰতীয় লিখকক ইংৰাজ কবি উইলিয়াম শ্বেক্সপীয়েৰৰ লগত তুলনা কৰা হয়?

উঃ কালিদাস।

প্ৰঃ ‘শকুন্তলা’ নাটকখন কোনে ৰচনা কৰিছিল?

উঃ কালিদাসে।

প্ৰঃ হৰিনাৰায়ণ আপ্তে কোন ভাষাৰ সাহিত্যিক?

উঃ মাৰাঠী।

ভাৰতৰ ভাষা আৰু সাহিত্য কুইজ

প্ৰঃ অসমীয়া ভাষাত ৰচিত প্ৰথম চনেট পুথি কোনখন?

উঃ হিতেশ্বৰ বৰবৰুৱাৰ ‘মালচ’।

প্ৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?

উঃ লুইতৰ পাৰৰ অগ্নিসুৰ।

প্ৰঃ অসমৰ পৰা প্ৰকাশিত প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি?

উঃ দ্য আসাম ট্ৰিবিউন।

প্ৰঃ মহিলাসকলৰ বাবে প্ৰকাশিত প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি?

উঃ ঘৰ জেউতি।

প্ৰঃ প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি?

উঃ ভানুমতী।

প্ৰঃ অমৃতা প্ৰীতম কোন ভাষাৰ সাহিত্যিক?

উঃ পঞ্জাৱী।

প্ৰঃ ‘ক্ৰিকেট মাই ষ্টাইল’ নামৰ আত্মজীৱনীখন কাৰ ৰচনা?

উঃ কপিল দেৱ।

প্ৰঃ ‘মধুশালা’ গ্ৰন্থখনৰ ৰচক কোন?

উঃ হৰি বংশ ৰায় বচ্চন।

প্ৰঃ ‘কীৰ্তন ঘোষা’ গ্ৰন্থখনৰ ৰচক কোন?

উঃ শ্ৰীমন্ত শংকৰদেৱ।

প্ৰঃ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি?

উঃ দৈনিক বাতৰি।

প্ৰঃ কবি মনকৰে কি গ্ৰন্থ ৰচনা কৰিছিল?

উঃ পদ্ম পুৰাণৰ অংশ।

ভাৰতৰ ভাষা আৰু সাহিত্য কুইজ

প্ৰঃ আহোম যুগৰ শ্রেষ্ঠ কবি কোন?

উঃ কবিৰাজ চক্ৰৱৰ্তী।

প্ৰঃ কোনখিনি আধুনিক সময়ছোৱাক অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগ বুলি কোৱা হয়?

উঃ 1836 চনৰ পৰা 1873  চনলৈ অৰ্থাৎ অসমত বাংলা ভাষা চলি থকা সময়ছোৱাত।

প্ৰঃ ভাৰতৰ ‘জাতীয় সঙ্গীত’ কোনে ৰচনা কৰে?

উঃ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। 

প্ৰঃ ‘এ প্ৰিন্সেছ ৰিমেম্বাৰ’ নামৰ আত্মজীৱনীখন কাৰ ?

উঃ মহাৰাণী গায়ত্ৰী দেৱী।

প্ৰঃ অসমৰ প্ৰথম বাতৰি কাকত কোনখন?

উঃ অৰুনোদই।

প্ৰঃ মহম্মদ ইকবাল কোন ভাষাৰ কবি আছিল?

উঃ উৰ্দু ভাষাৰ।

প্ৰঃ প্ৰথম ভাৰতীয় ইংৰাজী কবি কোন?

উঃ হেনৰী ডেৰ’¸জিঅ’।

ভাৰতৰ ভাষা আৰু সাহিত্য কুইজ

প্ৰঃ ভাৰতৰ কোনজন ইংৰাজী লিখকক ‘মালগুডি’ৰ লিখক বুলি কোৱা হয়?

উঃ আৰ কে নাৰায়ণক।

প্ৰঃ কম্পিউটাৰত কোনে অসমীয়া ভাষাত পুথি লিখি উলিয়াইছিল?

উঃ দিলীপ কুমাৰ দত্তই। ০ ০ ০

Language and Literature of India Quiz

Q. How many languages ​​are there in India?

A. 1,635.

Q. What is the official language of India?

A. Hindi.

Q. When did Sanskrit originate?

A. Around 3000 BC.

Q. Indian languages ​​belong to which language group?

A. It belongs to the Indo-Aryan and Dravidian language families.

Q. What is the state language of Andhra Pradesh?

A. Telugu, Urdu.

Q. What is the state language of Chhattisgarh?

A. Hindi.

Q. What is the state language of Goa?

A. Kankani and Marathi.

Q. Who is the father of Assamese prose literature?

A. Bhattadeva.

Q. What is the name of the book of Assamese prose written by Bhattadeva?

A. The words are Gita.

Q. Who wrote the first Assamese dictionary?

A. American missionary Michael Bobronson in

Q. What percentage of the people living in Assam speak Assamese?

A. 60% of the people.

Q. What are the one-act plays written by Sankaradeva called?

A. Ankia drama.

Q. Which Indian writer was the first to win the Nobel Prize in Literature?

A. Rabindranath Tagore (in Bengali literature).

Q. Rabindranath Tagore won the Nobel Prize for which book?

A. For the poem ‘Gitanjali’ (in 1913).

Q. Which is the first Assamese book to win the Sahitya Akademi Award?

A. ‘Banful’ by Jatindranath Duwara.

Q. Which is the first Assamese novel?

A. ‘Bhanumathi’ by Padmanath Gohani Barua.

Q. What is the name of Mahatma Gandhi’s autobiography?

A. ‘The story of my search for truth’

Q. Which poet of India has been called ‘Kabiguru’?

A. Rabindranath Tagore.

Q. Who is the author of the book ‘The Inheritance of Laws’?

A. Kiran Desai.

Q. What is the name of the oldest epic in India?

A. The Ramayana.

Q. Who is the author of the book ‘Git Govinda’?

A. Jaidev.

Q. Who is the author of the book ‘Panchatantra’?

A. Vishnu Sharma.

Q. Who translated the Sanskrit Ramayana into Assamese?

A. Madhav Kandali.

Q. Who translated the Sanskrit Mahabharata into Assamese?

A. Ram Swaraswati.

Q. Which is the first Assamese book translated into Hindi?

A. Chitra Bhagavat.

Q. Who translated the Uttarakanda Ramayana into Assamese?

A. Srimanta Sankardeva.

Q. ‘The Revenue Stamp’ is the autobiography of which Indian writer?

A. Amrita Pritam.

ভাৰতৰ ভাষা আৰু সাহিত্য কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ভাৰতৰ ভাষা আৰু সাহিত্য কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here