Home Knowledge ভাৰতৰ সেনা প্রশিক্ষণ কেন্দ্ৰসমূহ

ভাৰতৰ সেনা প্রশিক্ষণ কেন্দ্ৰসমূহ

0

ভাৰতৰ সেনা প্রশিক্ষণ কেন্দ্ৰসমূহ

ভাৰতৰ সেনা প্রশিক্ষণ কেন্দ্ৰসমূহ

 

ভাৰতৰ সেনা প্রশিক্ষণ কেন্দ্ৰসমূহ

ভাৰতৰ সেনা প্রশিক্ষণ কেন্দ্ৰসমূহ

প্রশিক্ষণ কেন্দ্ৰৰ নাম——–স্থান 

(১) ইণ্ডিয়ান মিলিটাৰী একাডেমী—-দেৰাদুন

(২) ডিফেন্স ছার্ভিস  ষ্টাফ কলেজ—-ৱেলিংটন

(৩) নেচনেল ডিফেন্স একাডেমী—-খদক বছলা

(৪) নেচনেল ডিফেন্স কলেজ—-নতুন দিল্লী

(৫) অফিছাৰ্চ ট্রেইনিং স্কুল—-মাদ্ৰাজ

(৬) স্কুল অব আৰ্টিলাৰী—-দেউলালী

(৭) কলেজ অব মিলিটাৰী ইঞ্জিনিয়াৰিং—-কিৰকী

(৮) ইনষ্টিটিউট অব ডিফেন্স মেনেজমেন্ট—-চেকান্দৰবাদ

(৯) আৰ্মি ডিফেন্স ক্ৰপচ স্কুল—-জববলপুৰ

(১০) আৰ্মড ফ’চেচ মেডিকেল কলেজ—-পুনা

(১১) ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজ—-দেৰাদুন

(১২) আৰ্মি ক্লাৰ্কচ ট্রেইনিং চেন্টাৰ—-ঔৰংগবাদ

(১৩) আৰ্মি এয়াৰ টেন্সপ’ৰ্ট চােপাৰ্ট স্কুল—-আগ্ৰা

(১৪) ইনটেলিজেন্স ট্রেইনিং স্কুল এণ্ড ডিপ’ট —- পুনে

(১৫) ক্ৰপছ অফ মিলিটাৰী পুলিচ চেন্টাৰ এণ্ড স্কুল—-বাংগালোৰ।

(১৬) ইন্ফ্রান্টি  স্কুল—-হাউ

(১৭) আৰ্মি কেডেট কলেজ—-দেৰাদুন

(১৮) হাই এলটিটিউড ওৱেলফেয়াৰ স্কুল—-গুলমাৰ্গ

(১৯) আৰ্মি ছার্ভিস  ক্ৰপচ স্কুল—-বেৰিলি

(২০) কলেজ কম্বেট—-হাউ। ০ ০ ০

ভাৰতৰ সেনা প্রশিক্ষণ কেন্দ্ৰসমূহ, Army Training Centers of India

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here