Home Knowledge ভাৰত চৰকাৰৰ উদ্যোগসমূহ

ভাৰত চৰকাৰৰ উদ্যোগসমূহ

0

ভাৰত চৰকাৰৰ উদ্যোগসমূহ

ভাৰত চৰকাৰৰ উদ্যোগসমূহ

 

ভাৰত চৰকাৰৰ উদ্যোগসমূহ

ভাৰত চৰকাৰৰ উদ্যোগসমূহ

উদ্যোগ প্রতিষ্ঠানৰ নাম——স্থান 

(১) হিন্দুস্থান পেপাৰ কর্পোৰেচন লিমিটেড—-নতুন দিল্লী

(২) হিন্দুস্থান অৰ্গেনিক কেমিকেলচ—-কোলাবা

(৩) হিন্দুস্থান টুলচ্‌ লিমিটেড—-বাংগালোৰ

(৪) হিন্দুস্থান কেবল লিমিটেড—-ৰূপনাৰায়ণপুৰ

(৫) হিন্দুস্থান এৰ’নাটিক লিমিটেড—-বাংগালোৰ

(৬) ইণ্ডিয়ান অইল কৰ্প’ৰেচন—-মুম্বাই

(৭) হিন্দুস্থান টেলিপ্ৰিন্টাৰ্চ লিমিটেড—-মাদ্ৰাজ

(৮) হিন্দুস্থান ষ্টিল লিমিটেড—-ৰাঁচি

(৯) হিন্দুস্থান এন্টিবাইটিক লিমিটেড—-পিমপ্ৰী

(১০) হিন্দুস্থান ফাৰ্টিলাইজাৰ কর্পোৰেচন—- দুৰ্গাপুৰ, নামৰূপ

(১১) কটন কর্পোৰেচন অব ইণ্ডিয়া—- নতুন দিল্লী

(১২) চিত্তৰঞ্জন লেকোমেটিভ ৱৰ্কচপ—-চিত্তৰঞ্জন

(১৩) চিমেন্ট কর্পোৰেচন অব ইণ্ডিয়া—-নতুন দিল্লী

(১৪) বোকাৰো ষ্টিল লিমিটেড—-বোকাৰো

(১৫) ভাৰত অপথেলমিক গ্লাছ লিমিটেড—-দুৰ্গাপুৰ

(১৬) ভাৰত হেভি প্লেট এণ্ড ভেছেলছ লিমিটেড—-বিশাখাপট্টনম

(১৭) ভাৰত হেভী ইলেকট্ৰিকেলছ লিমিটেড—-ভূপাল

(১৮) কোলাৰ গোল্ড মাইনচ লিমিটেড—-কৰ্ণাটক

(১৯) ভাৰত ইলেকট্ৰনিকচ লিমিটেড—-বাংগালোৰ

(২০) ইঞ্জিনিয়াৰ ইণ্ডিয়া লিমিটেড—-নতুন দিল্লী

(২১) ৰাষ্ট্ৰীয় কেমিকেলচ এণ্ড ফাৰ্টিলাইজাৰচ—-ট্ৰম্বে

(২২) ডিজেল লোকোমেটিক ৱৰ্কশ্বপ—-বাৰানসী

(২৩) স্কুটাৰ্চ ইণ্ডিয়া লিমিটেড—-লখনৌ

(২৪) ষ্টিল অথ’ৰিটি অব ইণ্ডিয়া—-নতুন দিল্লী

(২৫) হিন্দুস্থান জিংক লিমিটেড—-উদয়পুৰ

(২৬) হিন্দুস্থান ক’পাৰ লিমিটেড—-কলকাতা

(২৭) ত্রিবেনী ষ্টাকচাৰেলচ—-নাইনী।

(২৮) ভাৰত এলুমিনিয়াম কোম্পানী লিমিটেড—-নতুন দিল্লী

(২৯) ইন্সন্ট’মেন্টচ লিমিটেড—-কোটা

(৩০) মৰাপাট কর্পোৰেচন লিমিটেড—-কলকাতা

(৩১) নেচনেল বাইচাইকেল কৰ্প’ৰেচন অব ইণ্ডিয়া লিঃ—-মুম্বাই। ০ ০ ০

ভাৰত চৰকাৰৰ উদ্যোগসমূহ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

ভাৰত চৰকাৰৰ উদ্যোগসমূহ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here