ভিন ভিন ক্ষেত্ৰত অসমৰ প্ৰথম
ভিন ভিন ক্ষেত্ৰত অসমৰ প্ৰথম, First Assamese in Different Field
ভিন ভিন ক্ষেত্ৰত অসমৰ প্ৰথম
বিষয় ———————– ব্যক্তি
অসমৰ প্ৰথম আই. চি. এচ.—–আনন্দৰাম বৰুৱা।
পি. এইচ. ডি—–ময়িদুল ইছলাম বৰা।
উজনি অসমৰ প্ৰথম গ্ৰেজুৱেট—–জগন্নাথ বৰুৱা।
নামনি অসমৰ প্ৰথম গ্ৰেজুৱেট—–আনন্দৰাম বৰুৱা।
অসমৰ প্ৰথম চাহ খেতিয়ক—–জগন্নাথ বৰুৱা।
ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া—–ফখৰুদ্দিন আলি আহমেদ।
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি—–দেৱকান্ত বৰুৱা (1975)।
ৰাজ্যপাল হোৱা প্ৰথম অসমীয়া—–বিষ্ণুৰাম মেধি (তামিলনাডু)।
গুৱাহাটী উচ্চ ন্যায়লায়ৰ বিচাৰপতি—–হলিৰাম ডেকা (1961)।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য—–কৃষ্ণকান্ত সন্দিকৈ (1948)।
অসমৰ বাহিৰত আন ৰাজ্যৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য—–শৰৎ কুমাৰ দত্ত
স্বাধীন অসমৰ মুখ্যমন্ত্ৰী—–গোপীনাথ বৰদলৈ।
সামৰিক বাহিনীৰ বীৰচক্ৰ—–উৎপল বৰুৱা (1965)।
অৰ্জুন বঁটা প্ৰাপক—–দৌৰবিদ ভোগেশ্বৰ বৰুৱা (1966)।
পদ্মভূষণ উপাধি লাভ—–বিমলা প্ৰসাদ চলিহা।
সংগীত নাটক একাডেমী বঁটা লাভ—–শ্ৰী শ্ৰী মিত্ৰদেৱ মহন্ত (1961)।
ডাক টিকটত স্থান পোৱা ব্যক্তি—–লক্ষ্মীনাথ বেজবৰুৱা।
সাহিত্য একাডেমী বঁটা লাভ—–যতীন্দ্ৰ নাথ দুৱৰা (1955)।
কুমেৰু মহাদেশত ভৰি দিয়া বিজ্ঞানী—–ৰাঘৱ চন্দ্ৰ ডেকা (1987)।
গুঃ বিশ্ববিদ্যালয়ৰ প্ৰথম ডক্টৰেট—–সত্যেন্দ্ৰ নাথ শৰ্মা, মহেশ্বৰ নেওগ।
অসমীয়া কথা-ছবি নিৰ্মাতা—–জ্যোতি প্ৰসাদ আগৰৱালা।
কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰী পদ—–সুৰেন্দ্ৰ নাথ বুঢ়াগোঁহাই।
লণ্ডণ বিশ্ববিদ্যালয়ৰ পৰা ডি. লিট উপাধি লাভ কৰা—–ড⁰ সূৰ্য কুমাৰ ভূঞা।
বিলাতত ইঞ্জিয়িাৰিং পাছ—–বলি নাৰয়ণ বৰা।
প্ৰথম অসমীয়া ভাষা তত্বত ডক্টৰেট—–ড⁰ বাণীকান্ত কাকতি।
বিদেশত স্বাধীন ব্যৱসায় কৰা প্ৰথমজন অসমীয়া—–ভোলানাথ বৰুৱা।
অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্বনৰ সভাপতি—–নুৰুল আমিন।
আইন বিষয়ত ডক্টৰেট—–ড⁰ জগদীশ চন্দ্ৰ মেধি।
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি—–পাৰ্বতী কুমাৰ গোস্বামী।
জ্ঞানপীঠ বঁটা লাভ কৰোঁতা—–বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (1979)।
বিলাতত শিক্ষা লাভ—–আনন্দৰাম ঢেকিয়াল ফুকন।
প্ৰথম পানীজাহাজ ক্ৰয় কৰা অসমীয়াজন—–মাণিক চন্দ্ৰ বৰুৱা।
চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক—–কেশব নাথ ফুকন।
সৰ্বভাৰতীয় বিজ্ঞান বঁটা লাভ—–খনিন্দ্ৰ বৰুৱা (1993)।
ছোভিয়েট দেশ নেহৰু বঁটা লাভ—–সুৰেন্দ্ৰ মোহন দাস।
সৰ্বভাৰতীয় দুৰ্গা ৰতন বঁটা লাভ—–কীৰ্তিনাথ হাজৰিকা (1986)।
সৰ্বভাৰতীয় শংকৰদেৱ বঁটা লাভ—–কীৰ্তিনাথ হাজৰিকা আৰু ভূপেন হাজৰিকা (1987)।
সৰ্বভাৰতীয় গোৱেঙ্কা বঁটা—–কীৰ্তিনাথ হাজৰিকা (1987)।
কানাডাৰ শ্রেষ্ঠ ’অকোফা’ বঁটা লাভ—–ড⁰ ঈশ্বৰ চন্দ্ৰ চক্ৰবৰ্তী।
কথাছবিৰ পৰিচালক—–প্ৰমথেশ বৰুৱা।
ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ—–ৰঞ্জীত বৰপূজাৰী (1960)।
‘সৰ্বভাৰতীয় দাদাচাহেব ফাল্কে বঁটা’ লাভ—–ড⁰ ভূপেন হাজৰিকা (1992)।
বঙালী ছবিত অভিনয় কৰা শিল্পী—প্ৰমথেশ বৰুৱা
প্ৰথম অসময়ীয়া বিমান চালক—–মহানন্দ দাস।
ভাৰতীয় চলচিত্ৰত সৰ্ব প্ৰথম অসমীয়াজন—–ড⁰ ভূপেন হাজৰিকা।
অসমীয়া টাইপ ৰাইটাৰৰ আৱিষ্কাৰক—–হৰিপ্ৰসাদ বৰুৱা।
‘অসম উপত্যকা বঁটা’ লাভ—–ড⁰ ভবেনাথ শইকীয়া (1993)।
অসম সাহিত্য সভাৰ উপাধি লাভ—–লক্ষ্মীনাথ বেজবৰুৱা (সাহিত্যৰথী)।
গুৱাহাটী দূৰদৰ্শনত বাতৰি পাঠক —–প্ৰতাপ বৰদলৈ। ০ ০ ০
ভিন ভিন ক্ষেত্ৰত অসমৰ প্ৰথম, First Assamese in Different Field
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:
- বিভিন্ন ক্ষেত্ৰত প্রথম অসমীয়া
- GK-Largest, Longest, Tallest in India
- ভাৰত
- ভাৰতৰ সেনা প্রশিক্ষণ কেন্দ্ৰসমূহ
- Army Training Centers of Indi