মুফাদ্দালিয়াত । The Mufaddaliyat
মুফাদ্দালিয়াত
মুফাদ্দালিয়াত । The Mufaddaliyat
প্ৰাক-ইছলামী যুগৰ কবিতাৰ আন এক বিখ্যাত সংকলন হৈছে মুফাদ্দালিয়াত। এইখন সংকলন কৰে মুফাদ্দাল আল-দাববী নামৰ এজন লোকে। খ্ৰীষ্টীয় অষ্টম শতিকাত খলিফা আল-মনছুৰৰ নিৰ্দেশমৰ্মে পুথিখন সংকলন কৰা হয়। গ্ৰন্থখনত ৬৭ জন কবিৰ ১২৮ টা কবিতাই স্থান পাইছে। ইয়াৰ ৪৭ জন কবি প্ৰাক-ইছলামী আৰু ইছলামী উভয় যুগৰ। ১৮৮৫ চনত গ্ৰন্থখনৰ এক-তৃতীয়াংশ মি. থৰবেক নামৰ এজন লোকে টোকা আৰু ব্যাখ্যাৰ সৈতে ইংৰাজী অনুবাদ প্ৰকাশ কৰে। ০ ০ ০.
.
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Additional Searches:
- Arabic-Wikipedia
- Muallaqat
- Al-Shanfara-Wikipedia
- Abid al Abras
- Hatim al Tai
- Al-Asha Oasis
- Labid Ibn Rabia
- Antarah bin Shaddad
- Zuhayr bin Abi Sulma
- Imraul Quis
- Amr bin Kulthum
- Tarfa bin al-A’bd
- Hatim Tai-Wikipedia
- The History of Arabic Language
- Learn Arabic Through Assamese
- Arabic Language History
- Sahban Wael
- আৰবী ভাষা