Home Amplification যত্ন কৰিলেহে ৰত্ন পায়—ভাৱ সম্প্ৰসাৰণ | Jatna Karile Ratna Pay

যত্ন কৰিলেহে ৰত্ন পায়—ভাৱ সম্প্ৰসাৰণ | Jatna Karile Ratna Pay

যত্ন কৰিলেহে ৰত্ন পায়

0

যত্ন কৰিলেহে ৰত্ন পায়-ভাৱ সম্প্ৰসাৰণ | Jatna Karile Ratna Pay

যত্ন কৰিলেহে ৰত্ন পায়---ভাৱ সম্প্ৰসাৰণ  Jatna Karile Ratna Pay

যত্ন কৰিলেহে ৰত্ন পায়

যত্ন কৰিলেহে ৰত্ন পায়—ভাৱ সম্প্ৰসাৰণ | Jatna Karile Ratna Pay

জীৱনত উন্নতি কৰিবলৈ প্ৰয়োজন হোৱা যত্ন বা চেষ্টাৰ গুৰুত্বৰ বিষয়ে ক’বলৈ যাওঁতে উক্ত প্ৰৱচনটো ব্যক্ত কৰা হয়। 

ৰত্ন হ’ল অতি মূল্যবান আৰু  দুৰ্লভ বস্তু। ইয়াক লাভ কৰিবলৈ হ’লে মানুহে পৰিশ্ৰম কৰিবলগা হয় । বিনা পৰিশ্ৰমে অমূল্য ৰত্নক কোনেও লাভ কৰিব নোৱাৰে। ঠিক সেইদৰে মানুহে ৰত্নৰ তুল্য মান-সন্মান, জ্ঞান-বুদ্ধি, ধন-সম্পদ, যশস্যা আদি লাভ কৰিবলৈও অশেষ যত্ন বা পৰিশ্ৰম কৰাৰ প্ৰয়োজন হয়। ৰত্ন লাভৰ আশা কৰি  কাম-বন নকৰি বহি থাকিলে কাৰো হাতত আপোনা-আপুনি ৰত্ন আহি নপৰে। জীৱনত সফলতা লাভ কৰা লোকসকললৈ চালে দেখা যায় যে তেওঁলোকে তেজক পানী কৰা আৰু হাড়ক মাটি কৰা কঠোৰ পৰিশ্ৰমৰ মাজেদিহে আকাংক্ষিত সফলতা লাভ কৰে। এই সফলতাই তেওঁলোকক মহামূল্যৱান ৰত্নৰ তুল্য মূল্যৱান সা-সম্পদেৰে সমৃদ্ধ কৰে। এনে পৰিশ্ৰমী লোকসকলে পৰিশ্ৰমৰ অমৃত ফল লাভ কৰি জীৱনক উপযুক্ত স্থানত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। 0 0 0

যত্ন কৰিলেহে ৰত্ন পায়—ভাৱ সম্প্ৰসাৰণ | Jatna Karile Ratna Pay

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here