Home Literary Criticism লক্ষ্মীধৰ শৰ্মাৰ প্ৰৱন্ধ ‘মাধৱদেৱ’ — এক আলোচনা | Lakhmidhar Sarmar Madavdev

লক্ষ্মীধৰ শৰ্মাৰ প্ৰৱন্ধ ‘মাধৱদেৱ’ — এক আলোচনা | Lakhmidhar Sarmar Madavdev

0

লক্ষ্মীধৰ শৰ্মাৰ প্ৰৱন্ধ ‘মাধৱদেৱ’ — এক আলোচনা

লক্ষ্মীধৰ শৰ্মাৰ প্ৰৱন্ধ ‘মাধৱদেৱ’ -- এক আলোচনা  Lakhmidhar Sarmar Madavdev

 

লক্ষ্মীধৰ শৰ্মাৰ প্ৰৱন্ধ ‘মাধৱদেৱ’-এক আলোচনা

লক্ষ্মীধৰ শৰ্মাৰ প্ৰৱন্ধ ‘মাধৱদেৱ’ — এক আলোচনা | Lakhmidhar Sarmar Madavdev

লক্ষ্মীধৰ শৰ্মাই ‘মাধৱদেৱ’ নামৰ প্ৰৱন্ধটিত অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰধান শিষ্য মাধৱদেৱৰ জীৱন দৰ্শনৰ মাজত পাৰ্থক্যৰ বিষয়ে আলোচনা কৰিছে। তেওঁৰ মতে মাধৱদেৱৰ ধী-শক্তি আৰু প্ৰতিভা  শংকৰদেৱতকৈ কম নাছিল। কিন্তু জীৱনৰ লক্ষ্যৰ বিষয়ে দুয়োৰে দৰ্শনৰ মাজত পাৰ্থক্য আছিল। 

দুয়োজন ব্যক্তিয়েই জীৱৰ মুক্তি বিচাৰিছিল যদিও  শংকৰদেৱে সেই মুক্তি যাত্ৰাত নিজৰ অন্যান্য আনুষঙ্গিক কাৰ্যবিলাকক বাদ দিয়া নাছিল। সমাজৰ উন্নতি যাতে সকলো বিষয়তে হয় তাৰ প্ৰতিও তেওঁ সচেষ্ট আছিল। তেওঁৰ আদৰ্শ আছিল মানৱ সমাজৰ সৰ্বাঙ্গীণ উন্নতি সাধন কৰা।

কিন্তু মাধৱদেৱৰ আদৰ্শ আছিল গৃহ সংসাৰ ত্যাগ কৰি প্ৰকৃত সত্যৰ সন্ধান কৰা যাৰ সহায়েৰে আত্মাৰ মুক্তি সম্ভৱ হয়। 

শংকৰদেৱ উদাৰ আৰু মাধৱদেৱ গভীৰ – এয়ে দুয়োৰে মাজত পাৰ্থক্য। মাধৱদেৱৰ প্ৰত্যেক কাৰ্যতে তেওঁৰ হৃদয়ৰ অদম্য উচ্ছাস প্ৰকাশ হৈছিল। তেওঁ যি সত্যৰ উপলব্ধি কৰিছিল তাকে সি জীৱনত প্ৰতিফলিত কৰাৰ চেষ্টা কৰিছিল।

এয়ে আছিল শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন দৰ্শনৰ মাজৰ পাৰ্থক্য। 0 0 0.

 

বি. দ্র. উক্ত ‘লক্ষ্মীধৰ শৰ্মাৰ প্ৰৱন্ধ ‘মাধৱদেৱ’ — এক আলোচনা | Lakhmidhar Sarmar Madavdevৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘নির্বাচিত অসমীয়া প্রবন্ধ সমালোচনা গ্রন্থৰ   পৰা লোৱা হৈছে

.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here