Home Amplification লাগি থাকিলে মাগি নাখায় — ভাব সম্প্রসাৰণ | Lagi Thakile Magi Nakhay

লাগি থাকিলে মাগি নাখায় — ভাব সম্প্রসাৰণ | Lagi Thakile Magi Nakhay

Lagi Thakile Magi Nakhay

0
লাগি থাকিলে মাগি নাখায় –ভাব সম্প্রসাৰণ | Lagi Thakile Magi Nakhay
লাগি থাকিলে মাগি নাখায় --ভাব সম্প্রসাৰণ  Lagi Thakile Magi Nakhay

লাগি থাকিলে মাগি নাখায়

লাগি থাকিলে মাগি নাখায় — ভাব সম্প্রসাৰণ

লাগি থাকিলে মাগি নাখায়: একান্তভাৱে লাগি থাকিলে যে আমি যিকোনো কামতে সফল হ’ব পাৰো তাক বুজাবলৈ অসমীয়া ভাষাত উক্ত প্ৰৱচনটো সততে উদ্ধৃত কৰা হয়।

মানুহে জীৱনত সফলতা বিচাৰে। সফলতা কৰ্মৰ লগত জড়িত। কাৰণ কাম কৰিলেহে জীৱনত সফলতা লাভ কৰিব পাৰি। কামত সফলতা লাভ কৰাৰ বাবে কামটোত একান্তভাৱে লাগি থাকিব লাগিব। উদাহৰণস্বৰুপে এজন গায়ক বা এজন লিখকে নিজকে প্রতিষ্ঠিত কৰিবলৈ হ’লে অবিৰতভাৱে চৰ্চা চলাই থাকিব লাগিব। চৰ্চা অৰ্থাৎ কাম নকৰাকৈ সফলতাৰ আশা কৰাটো গছ ৰোপন নকৰাকৈ ফল আশা কৰাৰ দৰেই মূৰ্খামী। সমাজত আমি এনে কিছুমান মানুহ দেখিবলৈ পাওঁ, যিসকল শাৰীৰিকভাৱে সক্ষম থকা সত্বেও কাম-বন  নকৰি অভাৱত ভূগে আৰু অৱশেষত ক্ষুধাৰ  তাড়ণাত ভিক্ষা মাগিবলৈ বাধ্য হয়। সেয়ে আমি যি কামেই নকৰো কিয় সেই কামটোত যদি লাগি থাকিব পাৰো অৰ্থাৎ একাণপতীয়াকৈ কামটো চলাই থকা হয়, তেন্তে সেই কামত নিশ্চয় সফলতা আহিব আৰু আমি আত্মনিৰ্ভৰশীল হ’ব পাৰিম। 0 0 0

লাগি থাকিলে মাগি নাখায়

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here