লাচিত বৰফুকন-চমু জীৱনী
লাচিত বৰফুকন-চমু জীৱনী
লাচিত বৰফুকন-চমু জীৱনী
আলেকজেণ্ডাৰ, নেপোলিয়ান, নেলচন, জেনেৰেল গ্ৰাণ্ট, লাবিদ বিন আলিদৰ নাম সমগ্ৰ বিশ্বতে পৰিচিত, কিন্তু অসমৰ বাহিৰত কিমানজনে লাচিত বৰফুৱনৰ নাম জানে? লাচিত বৰফুকন কেৱল নাম নহয়, তেওঁ দেশপ্ৰেম, আনুগত্য, কৰ্তব্যপৰায়ণতা, সাহসিকতা আৰু যুদ্ধ কৌশলৰ আদৰ্শ প্ৰতীক।
লাচিত বৰফুকনৰ জন্ম হৈছিল ১৬২২ চনৰ ২৪ নৱেম্বৰত শিৱসাগৰৰ গড়গাঁৱৰ ওচৰৰ এখন গাঁৱত। তেওঁৰ মাকৰ নাম আছিল নাগেশ্বৰীৰ আৰু পিতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। তেওঁ আছিল পিতৃ-মাতৃৰ সপ্তম সন্তান। আহোম বংশত জন্মগ্ৰহণ কৰি শৈশৱৰ পৰাই তেওঁ উপযুক্ত শিক্ষা লাভ কৰাৰ লগতে যুদ্ধ-কৌশল শিকিছিল আৰু বীৰত্ব, অনুশাসন, কৰ্তব্যপৰায়ণতাৰ দ্বাৰা তেওঁ আহোম ৰজাৰ দৃষ্টি আকৰ্ষণ কৰি প্ৰথমে ‘হাতিধৰা তামুলী’ পদত নিযুক্তি লাভ কৰে আৰু পিছলৈ তেওঁক সেনাপতিৰ পদলৈ উন্নীত কৰা হয়। তেওঁ ১৬৭১ চনত শৰাইঘাটৰ যুদ্ধত মোগলৰ বিশাল সৈন্যবাহিনীক পৰাস্ত কৰে।
মোগলক পৰাস্ত কৰি তেওঁ আহোম ৰাজ্যৰ স্বাধীনতা বজাই ৰখাই নহয়, আমাক বীৰত্ব, আনুগত্য, দেশপ্ৰেমৰ শিক্ষাও দি গ’ল ।
তেওঁৰ আদৰ্শৰ পৰা আমি অনুপ্ৰাণিত হোৱা উচিত। অসমৰ গৌৰৱ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীত তেখেতলৈ আমাৰ হৃদয়স্পৰ্শী শ্ৰদ্ধাঞ্জলি থাকিল । ০ ০ ০.
বি. দ্র. উক্ত ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়‘ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..