Home Quiz শিক্ষা আৰু মনোবিজ্ঞান কুইজ

শিক্ষা আৰু মনোবিজ্ঞান কুইজ

0

শিক্ষা আৰু মনোবিজ্ঞান কুইজ

শিক্ষা আৰু মনোবিজ্ঞান কুইজ

শিক্ষা আৰু মনোবিজ্ঞান কুইজ

প্ৰঃ I. Q. -ৰ সম্পূৰ্ণ ৰূপটো কি?

উঃ Intelligent Quotient.

প্ৰঃ I. Q. ক অসমীয়াত কি বোলে?

উঃ বুদ্ধাংক।

প্ৰঃ আনন্দ আৰু  সফুৰ্তি কৰি থাকিলে কোনবিধ ৰোগৰ সম্ভাৱনা কমি যায়?

উঃ কেন্সাৰ ৰোগৰ।

প্ৰঃ টেলিেপথী কি?

উঃ টেলিেপথী হ’ল যন্ত্ৰ ব্যৱহাৰ নকৰাকৈ বহুদূৰৰ পৰা দুজন ব্যক্তিৰ মাজত মন সংযোগ কৰা কাৰ্য। 

প্ৰঃ জন্মৰ কিমান সময়ৰ পিছৰ পৰা শিশু এটাই আনক অনুকৰণ কৰে?

উঃ জন্মৰ 42 মিনিট পিছৰ পৰা।

প্ৰঃ যিসকলৰ বুদ্ধাংক 36 ৰ পৰা 50 হয়, তেওঁলোকৰ মানসিক বয়স কিমান?

উঃ 4 ৰ পৰা 5 বছৰ।

প্ৰঃ আমি ভয় খাই দৌৰ মাৰো নে দৌৰ মাৰিবলৈ ভয় খাওঁ?

উঃ আমি ভয় খাই দৌৰ মাৰোঁ।

প্ৰঃ টোপনি যোৱাৰ কিমান সময় পিছৰ পৰা  REM (Rapid Eye Movement)  প্ৰক্ৰিয়াটো আৰম্ভ হয়?

উঃ 10 ৰ পৰা 15 মিনিট পিছৰ পৰা।

প্ৰঃ মানসিকতা কিদৰে গঠন হয়?

উঃ বংশগতি আৰু পৰিবেশৰ প্ৰভাৱত।

প্ৰঃ প্ৰতিভা কি?

উঃ নৱ উন্মেষশালী বুদ্ধি।

শিক্ষা আৰু মনোবিজ্ঞান কুইজ

প্ৰঃ লেতেৰা বস্তু দেখিলে মুখত থুই অহাৰ বাবে কোনটো ক্ৰিয়া দায়ী?

উঃ প্ৰতিবৰ্তী ক্ৰিয়া।

প্ৰঃ পেট ভৰাই খোৱাৰ পিছত আমাৰ টোপনি ধৰে কিয়?

উঃ খোৱাৰ সময়ত শৰীৰৰ বেছিভাগ তেজ অন্ত্ৰলৈ প্ৰবাহিত হয় আৰু তেতিয়া অক্সিজেনৰ অভাৱ ঘটিলে আমাৰ টোপনি ধৰে।

প্ৰঃ পৰীক্ষাৰ আগে আগে বহুতৰ পেটৰ বিষ বা বমি হয় কিয়?

উঃ মানসিক অস্বস্তিৰ ফলত ফ্লেনিক নাৰ্ভডাল উত্তেজিত হোৱা বাবে।

প্ৰঃ  আমেৰিকাৰ বিখ্যাত মনোবিজ্ঞানী দম্পতীহালৰ নাম কি?

উঃ এলেন আৰু বিয়েত্ৰিচ গাৰ্ডিনাৰ।

প্ৰঃ ফোবিয়া মানে কি?

উঃ যুক্তিহীন অস্বাভাৱিক ভয়।

প্ৰঃ ৰাস্তা পাৰ হ’বলৈ ভয় কৰাক কি বোলে?

উঃ এজাইও ফোবিয়া।

প্ৰঃ হিপ’পোফোবিয়া মানে কি?

উঃ ঘোঁৰালৈ ভয় লাগে।

প্ৰঃ ৰাজহুৱা সভাত কথা ক’বলৈ ভয় কৰাটোক কি ফোবিয়া বোলে ?

উঃ লেলিও ফোবিয়া।

শিক্ষা আৰু মনোবিজ্ঞান কুইজ

প্ৰঃ বমি কৰিবলৈ ভয় লগাক কি বোলে?

উঃ এমিটফোবিয়া।

প্ৰঃ জুইলৈ ভয় কৰাক কি বোলে?

উঃ পাইৰো ফোবিয়া।

প্ৰঃ অম্বফোবিয়া হ’লে কি হয়?

উঃ বৰষুণলৈ ভয় লাগে।

প্ৰঃ কেতিয়া ভূতলৈ ভয় লাগে?

উঃ ফাজমোফোবিয়া ৰোগ হ’লে।

প্ৰঃ চাইদাৰোড্ৰমো ফোবিয়া হ’লে কি হয়?

উঃ ৰেল গাড়ীলৈ ভয় লাগে।

প্ৰঃ গেৰাচক ফোবিয়া হ’লে কিহৰ প্ৰতি ভয় লাগে?

উঃ বৃদ্ধবয়সলৈ।

প্ৰঃ কিমান বছৰ বয়সত মানুহৰ বুদ্ধিৰ নক্সা তৈয়াৰ হয়?

উঃ 7 বছৰ বয়সত।

শিক্ষা আৰু মনোবিজ্ঞান কুইজ

প্ৰঃ মহিলা এগৰাকীয়ে কেতিয়া মানসিক প্ৰতিবন্ধী শিশু জন্ম দিব পাৰে?

উঃ জিনৰ গণ্ডগোল হ’লে।

প্ৰঃ টোপনি অহাৰ সময়ত কোনোবাই সপোন দেখিছে নে নাই তাক কেনেকৈ বুজিব পৰা যায়?

উঃ টোপনিত থকা মানুহজনৰ যদি চকুৰ মণি লৰি থাকে তেনেহ’লে সপোন দেখি থকা বুলি বুজিব পাৰি।

প্ৰঃ এজন প্ৰাপ্ত বয়স্ক মানুহে নে এজন শিশুৱে সোনকালে ভাষা আয়ত্ব কৰিব পাৰে?

উঃ শিশুৱে।

প্ৰঃ কুকুৰলৈ ভয় কৰাক কি বোলে?

উঃ কাইনোফোবিয়া।

প্ৰঃ মনো ফোবিয়াই কিহলৈ ভয় কৰাক বুজায়?

উঃ নিঃসংগতা।

প্ৰঃ কোনবিধ ফোবিয়া হ’লে নাৰীয়ে গৰ্ভাৱস্থালৈ ভয় কৰে?

উঃ মেইজিয়ো ফোবিয়া।

প্ৰঃ ঘৰৰ মানুহ অসুস্থ হ’লে আমি কেনেধৰণৰ সপোন দেখিব পাৰোঁ?

উঃ পাহাৰ, টিলা বা ওখ ঠাইৰ পৰা পৰি যোৱাৰ সপোন।

প্ৰঃ খং বা বিৰক্তি অনুভৱ কৰিলে আমাৰ চকুৱে কেনেধৰণৰ আচৰণ কৰে?

উঃ চকুৰ পলক পৰা কমি যায়।

প্ৰঃ শৰীৰৰ স্নায়ু অধ্যয়ন কৰা বিজ্ঞানক কি বোলে?

উঃ নিউৰ’লজি।

শিক্ষা আৰু মনোবিজ্ঞান কুইজ

প্ৰঃ শৰীৰৰ সকলোবোৰ কাৰ্য-কলাপ নিয়ন্ত্ৰণ কৰা স্নায়ুতন্ত্ৰৰ উচ্চতম কেন্দ্ৰক কি বোলে?

উঃ  গুৰু মস্তিষ্ক।

প্ৰঃ স্কুলত যোৱা শতকৰা কিমানজন শিশু জড় বুদ্ধিসম্পন্ন হৈ থাকে?

উঃ শতকৰা 10 জন।

প্ৰঃ কোনটো ক্ৰিয়াৰ বাবে মানুহ এজনে চিন্তা কৰি থকাৰ সময়ত তেওঁৰ হাত-ভৰি লৰি থাকে?

উঃ প্ৰতিৱৰ্তী ক্ৰিয়াৰ বাবে

প্ৰঃ ইচ্ছা পূৰণৰ ক্ষেত্ৰত প্ৰেৰণাৰ ভূমিকা কি?

উঃ ই কামৰ তাগিদা বঢ়ায় ।

প্ৰঃ ৰাগিয়াল বস্তুৰ প্ৰতি থকা ভয়ক কি বোলে?

উঃ পট’ ফোবিয়া।

প্ৰঃ সাপলৈ ভয় কৰাক কি বোলা হয়?

উঃ অফিও ফোবিয়া। 

প্ৰঃ শৰীৰৰ সমস্ত কাৰ্যকলাপ কিহৰ দ্বাৰা নিয়ন্ত্ৰিত হয়?

উঃ স্নায়ুতন্ত্ৰৰ দ্বাৰা।

প্ৰঃ মহিলাৰ প্ৰতি থকা ভয়ক কি বোলে ?

উঃ গাইন’ফোবিয়া।

প্ৰঃ উৰিবলৈ ভয় কৰাক কি ফোবিয়া বুলি কোৱা হয়?

উঃ এৰা ফোবিয়া।

প্ৰঃ পূৰ্ণিমাৰ পূৰ্ণ জোনটোৱে প্ৰাণীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায়?

উঃ ৰক্তচাপ আৰু হৃদস্পন্দন বৃদ্ধি কৰে।

প্ৰঃ শিশু এটাই কিমান বছৰ বয়সৰ পৰা অৰ্থপূৰ্ণ শব্দ উচ্চাৰণ কৰিব পাৰে?

উঃ একৰ পৰা দুই বছৰৰ ভিতৰত।

শিক্ষা আৰু মনোবিজ্ঞান কুইজ

প্ৰঃ ‘শিক্ষাই  সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে’– কথাষাৰ কোনে কৈছিল?

উঃ এৰিষ্ট’টল।

প্ৰঃ অতিপাত উৎকণ্ঠা আৰু অহেতুক ভয় পোৱা কি ৰোগৰ লক্ষণ?

উঃ নিউৰোছিচ।

প্ৰঃ শিক্ষাৰ কি লক্ষ্যত ব্যক্তিসত্বাৰ বিকাশৰ ওপৰত সৰ্বাধিক গুৰুত্ব  আৰোপ কৰা হৈছে?

উঃ শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যত।

প্ৰঃ  কিণ্ডাৰ গাৰ্ডেন স্কুলৰ জন্মদাতা কোন?

উঃ জাৰ্মানীৰ শিক্ষাবিদ ফ্রবেল

প্ৰঃ প্ৰাণীৰ আবেগক নিয়ন্ত্ৰণ কৰা মস্তিষ্কৰ অংশটোৰ নাম কি?

উঃ হাইপোথেলামাছ।

প্ৰঃ আমাৰ ভয়ৰ কাৰণ কি?

উঃ বিপদৰ আশংকা।

প্ৰঃ কোনে শিক্ষাক দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে?

উঃ শিক্ষাবিদ চাৰ জন আদামচে।

প্ৰঃ ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ গুৰি ধৰোতা কোন?

উঃ পাৰ্চি নান।

শিক্ষা আৰু মনোবিজ্ঞান কুইজ

প্ৰঃ ত্ৰিপাক্ষিক শিক্ষাত কি কি তিনিটা দিশৰ ওপৰত গুৰুত্ব দিয়া হয়?

উঃ শিক্ষাৰ্থী, শিক্ষক আৰু সামাজিক পৰিৱেশ।

প্ৰঃ কোন শিক্ষাবিদে শিক্ষাৰ লক্ষ্য হিচাপে সামাজিক যোগ্যতা  অৰ্জনৰ ওপৰত গুৰত্ব দিছে?

উঃ জন ডিউইয়ে।

প্ৰঃ শিক্ষাত সমাজকেন্দ্ৰিক লক্ষ্যত বৰ্তমানৰ বাবে গ্ৰহণযোগ্য দৃষ্টিভংগী কোনে আগবঢ়ায় ?

উঃ শিক্ষাবিদ জন ডিউইয়ে।

প্ৰঃ 12 বছৰৰ পৰা 18 বছৰ বয়সৰ স্তৰটোৰ নাম কি?

উঃ কৈশোৰ কাল।

প্ৰঃ  জন্মৰ পৰা 5 বছৰ বয়সৰ স্তৰটোৰ নাম কি?

উঃ  শৈশৱ কাল।

প্ৰঃ ‘Educare’  শব্দৰ অৰ্থ কি?

উঃ প্ৰতিপালন কৰা বা তুলি-তালি ডাঙৰ-দীঘল কৰা।

প্ৰঃ লেটিন শব্দ ‘Educatum’  ৰ অৰ্থ কি?

উঃ শিক্ষাদান কৰা কাৰ্য।

প্ৰঃ ‘Emile’  গ্ৰন্থৰ ৰচক কোন?

উঃ জে. জে. ৰুচো। 

প্ৰঃ  ‘Republic’ গ্ৰন্থৰ ৰচক কোন?

উঃ প্লেটো।

প্ৰঃ UNESCO  ৰ সম্পূৰ্ণ ৰূপটো কি?

উঃ United Nations Educational Scientific and Cultural Organisation

প্ৰঃ  UNESCO কোন চনত গঠন কৰা হয়?

উঃ 1945  চনত।

শিক্ষা আৰু মনোবিজ্ঞান কুইজ

প্ৰঃ NCERTৰ  সম্পূৰ্ণ ৰূপটো কি?

উঃ National Council of Educational Research and Training

প্ৰঃ  DIET ৰ সম্পূৰ্ণ ৰূপটো কি?

উঃ District Institute of Educational Training.

প্ৰঃ C D ROM  ৰ সম্পূৰ্ণ ৰূপটো কি?

উঃ Compact Disk Read Only Memory.

প্ৰঃ  ‘School’  শব্দটো কোন ভাষাৰ পৰা আহিছে?

উঃ গ্ৰীক ভাষাৰ ‘Skhole’ শব্দৰ পৰা। ইয়াৰ অৰ্থ হৈছে অৱসৰ বা জিৰণি।

প্ৰঃ SCERT  ৰ সম্পূৰ্ণ ৰূপটো কি?

উঃ State Council of Educational Research and Training.

প্ৰঃ Curriculum  শব্দটো কোন ভাষাৰ পৰা আহিছে?

উঃ লেটিন ভাষাৰ ‘Currere’ শব্দৰ পৰা।

প্ৰঃ  UGC ৰ সম্পূৰ্ণ ৰূপ কি?

উঃ University Grant Commission.

প্ৰঃ  UGC  কিমান চনত স্থাপিত হয়?

উঃ 1953 চনত।

শিক্ষা আৰু মনোবিজ্ঞান কুইজ

প্ৰঃ Website ৰ প্ৰথম পেজটোক কি বুলি জনা যায়?

উঃ Home Page।

প্ৰঃ মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা ?

উঃ চাৰিটা।

প্ৰঃ  শৈশৱ কালত কি শিক্ষা দিয়া হয়?

উঃ প্ৰাক্‌ -প্ৰাথমিক শিক্ষা।

প্ৰঃ বাল্যকালত কি শিক্ষা দিয়া হয়?

উঃ প্ৰাথমিক শিক্ষা।

প্ৰঃ কৈশোৰ কালত কি শিক্ষা দিয়া হয়?

উঃ মাধ্যমিক শিক্ষা।

প্ৰঃ আনুষ্ঠানিক শিক্ষাৰ প্ৰথম পৰ্যায়টো কি?

উঃ প্ৰাথমিক শিক্ষা।

প্ৰঃ প্ৰাথমিক শিক্ষা কিমান বয়সৰ পৰা আৰম্ভ কৰা হয়?

উঃ  6 বছৰ বয়সৰ পৰা।

প্ৰঃ জীৱনৰ কোনটো সময়ক ‘ধুমুহা আৰু পীড়ন’ৰ সময় বুলি কোৱা হয়?

উঃ কৈশোৰ কালছোৱাক।

প্ৰঃ কোন চনত দিল্লীত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হয়?

উঃ 1985 চনত।

শিক্ষা আৰু মনোবিজ্ঞান কুইজ

প্ৰঃ  কেতিয়া ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ গঠন কৰা হৈছিল?

উঃ 1961 চনত।

প্ৰঃ অতি প্ৰখৰ বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংক কিমান?

উঃ 120-140।

প্ৰঃ প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান?

উঃ 140 উধৰ্বত। 

প্ৰঃ উচ্চ বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংক কিমান?

উঃ 110-120

প্ৰঃ  শ্ৰেণী কক্ষৰ আকাৰ কেনে হোৱা উচিত?

উঃ বৰ্গাকাৰ হোৱা উচিত।

প্ৰঃ বিদ্যালয় প্ৰতিষ্ঠানৰ মানৱ সম্পদ তিনিটাৰ নাম লিখা।

উঃ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী।

প্ৰঃ বিদ্যালয় প্ৰতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধৰ নাম লিখা।

উঃ ভূমি, বিদ্যালয় গৃহ আৰু শ্ৰেণীকক্ষ।

প্ৰঃ পুথিভঁৰালৰ দায়িত্বত থকা ব্যক্তিজনক কি বুলি কোৱা হয়?

উঃ গ্ৰন্থাগাৰিক বা পুথিভঁৰালী।

প্ৰঃ ‘শ্ৰেণী কক্ষতে এখন দেশৰ ভৱিষ্যত গঢ়ি তোলা হয়’– কথাষাৰ কোনে কৈছিল?

উঃ টি ৰেমন্ট। ০ ০ ০

শিক্ষা আৰু মনোবিজ্ঞান কুইজ

(কুইজ )

শিক্ষা আৰু মনোবিজ্ঞান কুইজ

প্ৰঃ শিক্ষা কি?
উঃ শিক্ষা হৈছে জ্ঞান, দক্ষতা আৰু মূল্যবোধৰ বিকাশ।

প্ৰঃ মনোবিজ্ঞান কি?
উঃ মনোবিজ্ঞান হৈছে মন আৰু ব্যৱহাৰৰ অধ্যয়ন।

প্ৰঃ শিক্ষাৰ প্ৰধান উদ্দেশ্য কি?
উঃ শিক্ষাৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিগত আৰু সামাজিক বিকাশ।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰধান শাখা কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান শাখা হৈছে ক্লিনিকেল মনোবিজ্ঞান।

প্ৰঃ শিক্ষাৰ প্ৰকাৰ কিমান?
উঃ শিক্ষাৰ প্ৰকাৰ তিনিটা: আনুষ্ঠানিক, অনানুষ্ঠানিক আৰু অ-আনুষ্ঠানিক।

প্ৰঃ মনোবিজ্ঞানৰ জনক কোন?
উঃ মনোবিজ্ঞানৰ জনক হৈছে উইলিয়াম ৱুণ্ট।

প্ৰঃ শিক্ষাৰ প্ৰাথমিক স্তৰ কি?
উঃ শিক্ষাৰ প্ৰাথমিক স্তৰ হৈছে প্ৰাথমিক শিক্ষা।

প্ৰঃ মনোবিজ্ঞানৰ উদ্দেশ্য কি?
উঃ মনোবিজ্ঞানৰ উদ্দেশ্য হৈছে মন আৰু ব্যৱহাৰ বুজা।

প্ৰঃ শিক্ষাৰ মাধ্যম কি?
উঃ শিক্ষাৰ মাধ্যম হৈছে পাঠ্যপুথি, শিক্ষক আৰু প্ৰযুক্তি।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰয়োগ ক’ত হয়?
উঃ মনোবিজ্ঞানৰ প্ৰয়োগ চিকিৎসা, শিক্ষা আৰু ব্যৱসায়ত হয়।

প্ৰঃ শিক্ষাৰ উপকাৰিতা কি?
উঃ শিক্ষাৰ উপকাৰিতা হৈছে জ্ঞান বৃদ্ধি, দক্ষতা বিকাশ আৰু সামাজিক উন্নতি।

প্ৰঃ মনোবিজ্ঞানৰ উপকাৰিতা কি?
উঃ মনোবিজ্ঞানৰ উপকাৰিতা হৈছে মানসিক স্বাস্থ্য উন্নতি আৰু ব্যৱহাৰ বুজা।

প্ৰঃ শিক্ষাৰ প্ৰয়োজনীয়তা কি?
উঃ শিক্ষাৰ প্ৰয়োজনীয়তা হৈছে ব্যক্তিগত আৰু সামাজিক বিকাশ।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰয়োজনীয়তা কি?
উঃ মনোবিজ্ঞানৰ প্ৰয়োজনীয়তা হৈছে মানসিক স্বাস্থ্য আৰু সামাজিক সুস্থতা।

প্ৰঃ শিক্ষাৰ প্ৰধান উপাদান কি?
উঃ শিক্ষাৰ প্ৰধান উপাদান হৈছে শিক্ষক, পাঠ্যপুথি আৰু শিক্ষাৰ্থী।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰধান উপাদান কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান উপাদান হৈছে মন, অনুভূতি আৰু ব্যৱহাৰ।

প্ৰঃ শিক্ষাৰ লক্ষ্য কি?
উঃ শিক্ষাৰ লক্ষ্য হৈছে জ্ঞান, দক্ষতা আৰু মূল্যবোধৰ বিকাশ।

প্ৰঃ মনোবিজ্ঞানৰ লক্ষ্য কি?
উঃ মনোবিজ্ঞানৰ লক্ষ্য হৈছে মন আৰু ব্যৱহাৰ বুজা।

প্ৰঃ শিক্ষাৰ প্ৰধান সমস্যা কি?
উঃ শিক্ষাৰ প্ৰধান সমস্যা হৈছে শিক্ষাৰ মান আৰু সুযোগৰ অভাৱ।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰধান সমস্যা কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান সমস্যা হৈছে মানসিক ৰোগ আৰু আচৰণগত সমস্যা।

প্ৰঃ শিক্ষাৰ প্ৰধান উপায় কি?
উঃ শিক্ষাৰ প্ৰধান উপায় হৈছে পাঠ্যপুথি, শিক্ষক আৰু প্ৰযুক্তি।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰধান উপায় কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান উপায় হৈছে থেৰাপি আৰু ঔষধ।

প্ৰঃ শিক্ষাৰ প্ৰধান লক্ষ্য কি?
উঃ শিক্ষাৰ প্ৰধান লক্ষ্য হৈছে ব্যক্তিগত আৰু সামাজিক বিকাশ।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰধান লক্ষ্য কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান লক্ষ্য হৈছে মানসিক স্বাস্থ্য উন্নতি।

প্ৰঃ শিক্ষাৰ প্ৰধান উপাদান কি?
উঃ শিক্ষাৰ প্ৰধান উপাদান হৈছে শিক্ষক, পাঠ্যপুথি আৰু শিক্ষাৰ্থী।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰধান উপাদান কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান উপাদান হৈছে মন, অনুভূতি আৰু ব্যৱহাৰ।

প্ৰঃ শিক্ষাৰ প্ৰধান সমস্যা কি?
উঃ শিক্ষাৰ প্ৰধান সমস্যা হৈছে শিক্ষাৰ মান আৰু সুযোগৰ অভাৱ।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰধান সমস্যা কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান সমস্যা হৈছে মানসিক ৰোগ আৰু আচৰণগত সমস্যা।

প্ৰঃ শিক্ষাৰ প্ৰধান উপায় কি?
উঃ শিক্ষাৰ প্ৰধান উপায় হৈছে পাঠ্যপুথি, শিক্ষক আৰু প্ৰযুক্তি।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰধান উপায় কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান উপায় হৈছে থেৰাপি আৰু ঔষধ।

প্ৰঃ শিক্ষাৰ প্ৰধান লক্ষ্য কি?
উঃ শিক্ষাৰ প্ৰধান লক্ষ্য হৈছে ব্যক্তিগত আৰু সামাজিক বিকাশ।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰধান লক্ষ্য কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান লক্ষ্য হৈছে মানসিক স্বাস্থ্য উন্নতি।

প্ৰঃ শিক্ষাৰ প্ৰধান উপাদান কি?
উঃ শিক্ষাৰ প্ৰধান উপাদান হৈছে শিক্ষক, পাঠ্যপুথি আৰু শিক্ষাৰ্থী।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰধান উপাদান কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান উপাদান হৈছে মন, অনুভূতি আৰু ব্যৱহাৰ।

প্ৰঃ শিক্ষাৰ প্ৰধান সমস্যা কি?
উঃ শিক্ষাৰ প্ৰধান সমস্যা হৈছে শিক্ষাৰ মান আৰু সুযোগৰ অভাৱ।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰধান সমস্যা কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান সমস্যা হৈছে মানসিক ৰোগ আৰু আচৰণগত সমস্যা।

প্ৰঃ শিক্ষাৰ প্ৰধান উপায় কি?
উঃ শিক্ষাৰ প্ৰধান উপায় হৈছে পাঠ্যপুথি, শিক্ষক আৰু প্ৰযুক্তি।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰধান উপায় কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান উপায় হৈছে থেৰাপি আৰু ঔষধ।

প্ৰঃ শিক্ষাৰ প্ৰধান লক্ষ্য কি?
উঃ শিক্ষাৰ প্ৰধান লক্ষ্য হৈছে ব্যক্তিগত আৰু সামাজিক বিকাশ।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰধান লক্ষ্য কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান লক্ষ্য হৈছে মানসিক স্বাস্থ্য উন্নতি।

প্ৰঃ শিক্ষাৰ প্ৰধান উপাদান কি?
উঃ শিক্ষাৰ প্ৰধান উপাদান হৈছে শিক্ষক, পাঠ্যপুথি আৰু শিক্ষাৰ্থী।

প্ৰঃ শিক্ষা আৰু মনোবিজ্ঞানৰ প্ৰধান উপাদান কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান উপাদান হৈছে মন, অনুভূতি আৰু ব্যৱহাৰ।

প্ৰঃ শিক্ষাৰ প্ৰধান সমস্যা কি?
উঃ শিক্ষাৰ প্ৰধান সমস্যা হৈছে শিক্ষাৰ মান আৰু সুযোগৰ অভাৱ।

প্ৰঃ শিক্ষা আৰু মনোবিজ্ঞানৰ প্ৰধান সমস্যা কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান সমস্যা হৈছে মানসিক ৰোগ আৰু আচৰণগত সমস্যা।

প্ৰঃ শিক্ষাৰ প্ৰধান উপায় কি?
উঃ শিক্ষাৰ প্ৰধান উপায় হৈছে পাঠ্যপুথি, শিক্ষক আৰু প্ৰযুক্তি।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰধান উপায় কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান উপায় হৈছে থেৰাপি আৰু ঔষধ।

প্ৰঃ শিক্ষাৰ প্ৰধান লক্ষ্য কি?
উঃ শিক্ষাৰ প্ৰধান লক্ষ্য হৈছে ব্যক্তিগত আৰু সামাজিক বিকাশ।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰধান লক্ষ্য কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান লক্ষ্য হৈছে মানসিক স্বাস্থ্য উন্নতি।

প্ৰঃ শিক্ষাৰ প্ৰধান উপাদান কি?
উঃ শিক্ষাৰ প্ৰধান উপাদান হৈছে শিক্ষক, পাঠ্যপুথি আৰু শিক্ষাৰ্থী।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰধান উপাদান কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান উপাদান হৈছে মন, অনুভূতি আৰু ব্যৱহাৰ।

প্ৰঃ শিক্ষাৰ প্ৰধান সমস্যা কি?
উঃ শিক্ষাৰ প্ৰধান সমস্যা হৈছে শিক্ষাৰ মান আৰু সুযোগৰ অভাৱ।

প্ৰঃ শিক্ষা আৰু মনোবিজ্ঞানৰ প্ৰধান সমস্যা কি?
উঃ শিক্ষা আৰু মনোবিজ্ঞানৰ প্ৰধান সমস্যা হৈছে মানসিক ৰোগ আৰু আচৰণগত সমস্যা।

প্ৰঃ শিক্ষাৰ প্ৰধান উপায় কি?
উঃ শিক্ষাৰ প্ৰধান উপায় হৈছে পাঠ্যপুথি, শিক্ষক আৰু প্ৰযুক্তি।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰধান উপায় কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান উপায় হৈছে থেৰাপি আৰু ঔষধ।

প্ৰঃ শিক্ষাৰ প্ৰধান লক্ষ্য কি?
উঃ শিক্ষাৰ প্ৰধান লক্ষ্য হৈছে ব্যক্তিগত আৰু সামাজিক বিকাশ।

প্ৰঃ মনোবিজ্ঞানৰ প্ৰধান লক্ষ্য কি?
উঃ মনোবিজ্ঞানৰ প্ৰধান লক্ষ্য হৈছে মানসিক স্বাস্থ্য উন্নতি।

নোট: যদি আপুনি উক্ত ‘শিক্ষা আৰু মনোবিজ্ঞান কুইজ’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

শিক্ষা আৰু মনোবিজ্ঞান কুইজ

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ

শিক্ষা আৰু মনোবিজ্ঞান কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here