শ্বুটিং কুইজ | Shooting Quiz
শ্বুটিং কুইজ | Shooting Quiz
শ্বুটিং কুইজ | Shooting Quiz
প্ৰঃ ISSFৰ সম্পূৰ্ণ ৰূপটো কি?
উঃ International Shooting Sports Federation.
প্ৰঃ ISSF ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উঃ জাৰ্মানী।
প্ৰঃ বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ হৈ সোণৰ পদক লাভ কৰা প্ৰথম ভাৰতীয় গৰাকীৰ নাম কি?
উঃ অভিনৱ বিন্দ্ৰা।
প্ৰঃ প্ৰথম বিশ্ব শ্বুটিং চেম্পিয়নশ্বিপ ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?
উঃ 1897 চনত ফ্রান্সত।
প্ৰঃ এয়াৰ ৰাইফলৰ সৰ্বমুঠ দূৰত্ব কিমান হ’ব লাগে।
উঃ 850 মিঃ মিঃৰ ভিতৰত।।
প্ৰঃ মহিলাৰ বাবে পৃথক অলিম্পিক ইভেন্ট হিচােপ শ্বুটিঙক কোন চনত অলিম্পিকত অন্তৰ্ভূক্ত কৰা হয়?
উঃ 1984 চনত (লছ এঞ্জেলচত)।
প্ৰঃ 2004 চনৰ এথেন্স অলিম্পিকত ৰাজ্যবৰ্ধন সিং ৰাথোড়ে শ্বুটিঙত কি পদক লাভ কৰে?
উঃ ৰূপৰ পদক।
প্ৰঃ সংযুক্ত আৰব গণৰাজ্যৰ এজন শ্বুুটাৰে 2004 চনৰ এথেন্স অলিম্পিকত পুৰুষৰ ডাবল ট্রিপ ইভেন্টত সোণৰ পদক লাভ কৰে। তেওঁৰ নাম কি?
উঃ আহমেদ আল-মেকট’ম।
প্ৰঃ 2004 চনত এজন বিখ্যাত ভাৰতীয় শ্বুটাৰক ৰাজীব গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰা হয়। তেওঁৰ নাম কি?
উঃ ৰাজ্যবৰ্ধন সিং ৰাথোড়।
প্ৰঃ ডোহাত অনুষ্ঠিত 2006 চনৰ 15 তম এছিয়ান গেমছত তিনিটা সোণৰ পদক পোৱা বিখ্যাত ভাৰতীয় শ্বুটাৰ গৰাকীৰ নাম কি?
উঃ যশপাল ৰাণা।
শ্বুটিং কুইজ
প্ৰঃ চুইডেনৰ কোনজন বিশ্ব প্ৰসিদ্ধ শ্বুটাৰে 60 বছৰ বয়সত 1908 চনৰ অলিম্পিকত দুটা সোণৰ পদক আৰু 72 বছৰ বয়সত 1920 চনৰ অলিম্পিকত এটা ৰূপৰ পদক অৰ্জন কৰে?
উঃ অস্কাৰ স্বান।
প্ৰঃ 2004 চনৰ এথেন্স অলিম্পিকত শ্বুটিঙৰ কেইটা ইভেন্ট অনুষ্ঠিত হৈছিল?
উঃ 17 টা।
প্ৰঃ 2002 চনৰ সপ্তদশ কমনৱেলথ গেমত চাৰিটাকৈ সোণৰ পদক অৰ্জন কৰা ভাৰতীয় শ্বুটাৰজনৰ নাম কি?
উঃ যশপাল ৰাণা।
প্ৰঃ 2006 চনৰ মাৰ্চত গোৱাঙ ঝাওত অনুষ্ঠিত ISSF বিশ্বকাপৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিং ইভেন্টত সোণৰ পদক পোৱা ব্যক্তিজন কোন?
উঃ গগন নাৰং।
প্ৰঃ অলিম্পিকৰ একক শাখাত ৰূপৰ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় শ্বুটাৰ কোন?
উঃ ৰাজ্যবৰ্ধন সিং ৰাথোড়।
প্ৰঃ 2005 চনত অৰ্জুন বঁটা লাভ কৰা ভাৰতীয় শ্বুটাৰজন কোন?
উঃ গগন নাৰ। ০ ০ ০
শ্বুটিং কুইজ | Shooting Quiz
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
শ্বুটিং কুইজ | Shooting Quiz
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:
- বেডমিন্টন কুইজ
- ক্ৰিকেট কুইজ
- খেল ধেমালী কুইজ
- ফুটবল বিশ্বকাপ কুইজ
- খেল কুইজ
- বিশ্ব কুইজ