Home Knowledge শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজেতাসকল

শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজেতাসকল

0

শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজেতাসকল

শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজেতাসকল

শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজেতাসকল, Srimanta Sankardev Bonta Awardees

শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজেতাসকল

ব্যক্তি —————- চন

কীৰ্তিনাথ হাজৰিকা—-১৯৮৬

ভূপেন হাজৰিকা—-১৯৮৭

সত্যজিৎ ৰায—-১৯৮৮

মহেশ্বৰ নেওগ—-১৯৮৯

কপিলা বাৎসায়ন—-১৯৯০

সত্যেন্দ্ৰনাথ শৰ্মা—-১৯৯১

ৰামচন্দ্ৰ নাৰায়ণ দণ্ডেকাৰ—-১৯৯২

সত্যপ্ৰসাদ বৰুৱা, গাংগুবাই হাংগল—-১৯৯৩

মহেন্দ্ৰ বৰা—-১৯৯৪

চৈয়দ আব্দুল মালিক—-১৯৯৫

ভবেশ চন্দ্ৰ স্যানাল—-১৯৯৬

কেলুচৰণ মহাপাত্ৰ—-১৯৯৭

ভবেন্দ্ৰ নাথ শইকীয়া—-১৯৯৮

আমজাদ আলী খান—-১৯৯৯

সোণাৰাম চুতীযা—-২০০০

আচাৰ্য ইলাৰাম দাস—-২০০১

ইন্দিৰা মিৰি—-২০০২

হবিব তনবীৰ—-২০০৩

নাৰায়ণ দেৱ গোস্বামী, পাৰবিন চুলতানা—-২০০৪

বি জি ভাৰ্গিজ—-২০০৫

কেশৱানন্দ দেৱ গোস্বামী—-২০০৬

হোমেন বৰগোহাঞি—-২০০৭

শৰ্মিলা ঠাকুৰ—-২০০৮

০ ০ ০

শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজেতাসকল, Srimanta Sankardev Bonta Awardees

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here