Home Kabita সাম্প্ৰতিক খবৰ | Samprotik Khabar

সাম্প্ৰতিক খবৰ | Samprotik Khabar

0

সাম্প্ৰতিক খবৰ | Samprotik Khabar

সাম্প্ৰতিক খবৰ  Samprotik Khabar

সাম্প্ৰতিক খবৰ

ৰাব্বি মছৰুৰ

সম্প্ৰতি আমাৰ ইয়াত পানীৰ বৰ আকাল

গছ-লতাবোৰ পাত হেৰুৱাই নাঙঠ হ’ল 

সম্প্ৰতি ইয়াত সবুজ শস্য নগজে

ক্ষৰিত তেজেৰে প্লাবিত হ’ল মাটি 

বোকাত গজিল বালি

সমভূমিবোৰ মৰুভূমি হ’ল 

সোণে হেৰুৱালে উজ্জ্বলতা

নদীয়ে হেৰুৱালে খৰস্ৰোতা

মাছবোৰ কেতিয়াবাই জীৱাষ্ম হ’ল

ফৰকাল আকাশত জুইৰ শিখা জ্বলিছে দাউ-দাউকৈ

অহৰহ উচুপিছে আকাশে। 

ইয়াত কেইবা দহক জুৰি ফুল নুফুলে। 

মাথো কাঁইটীয়া সাগৰ ফেনাই বিন্ধি

ৰক্তাক্ত কৰিছে কবিৰ  হৃদয়। ০ ০ ০

সাম্প্ৰতিক খবৰ | Samprotik Khabar

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here