Home Literary Criticism সীতানাথ ব্রহ্মচৌধুৰীৰ কবিতা ‘অন্বেষণ’ — এক আলোচনা । Sitanath Brahmachaudhury Annekhan

সীতানাথ ব্রহ্মচৌধুৰীৰ কবিতা ‘অন্বেষণ’ — এক আলোচনা । Sitanath Brahmachaudhury Annekhan

0

সীতানাথ ব্রহ্মচৌধুৰীৰ কবিতা ‘অন্বেষণ’ — এক আলোচনা

ৰাব্বি মছৰুৰ

সীতানাথ ব্রহ্মচৌধুৰীৰ কবিতা ‘অন্বেষণ’ -- এক আলোচনা । Sitanath Brahmachaudhury Annekhan

 

সীতানাথ ব্রহ্মচৌধুৰীৰ কবিতা ‘অন্বেষণ’

সীতানাথ ব্রহ্মচৌধুৰীৰ কবিতা ‘অন্বেষণ’ — এক আলোচনা । Sitanath Brahmachaudhury Annekhan

সীতানাথ ব্রহ্মচৌধুৰীৰ ‘অন্বেষণ’ শিৰোনামৰ কবিতাটি এক ৰোমান্টিক প্ৰেমৰ কবিতা। কবিতাটিৰ মাজেৰে কবিয়ে প্ৰেয়সীৰ সতে হোৱা বিচ্ছেদ বেদনাৰ ছবি প্ৰকট কৰি তুলিছে।

কবি পূৰ্বজন্মত বিশ্বাসী। কবিয়ে জাতিষ্মৰৰ দৰে পূৰ্বজনমৰ প্ৰেয়সীৰ কথা মনত পেলাইছে। তাই আছিল অনুপমা সৌন্দৰ্যৰ প্ৰতিমা। পূৰ্বজনমত তাই যৌৱনৰ প্ৰথম ঢৌ তুলি কবিৰ প্ৰেম সত্বাক জোঁকাৰি দিছিল। কবিয়ে এই জনমতো তাইক পাবলৈ ব্যাকুল হৈ পৰিছে। সমস্ত জগত বিচাৰি চলাথ কৰিছে। কিন্তু তাইক ক’তো বিচাৰি পোৱা নাই। পূৰ্ব জনমত তাইৰ সৌন্দৰ্যময়ী লাৱণী দেহত যৌৱনৰ বসন্তই খেলা কৰিছিল। প্ৰেমৰ ৰঙেৰে জিলিকি উঠিছিল কবিৰ প্ৰেয়সীৰ দেহৰ প্ৰতিটো অংগ। কবিৰ ওঁঠৰ এটি মাথো প্ৰেমভৰা চুমাত তেওঁৰ প্ৰেয়সী প্ৰেমত মতলীয়া হৈ পৰিছিল। পূৰ্ব জনমৰ বিদায় লগ্নত প্ৰিয়তমা আৰু কবিৰ দুচকু দুখৰ চকুলোৰে ভৰি পৰিছিল।

কবিয়ে তেওঁৰ পূৰ্ব জনমৰ সেই প্ৰেয়সীজনী এতিয়া ক’ত, কেনেদৰে আছে সেয়া নাজানে। সেই মোহময়ী প্ৰেয়সীক কবিয়ে ক’তো বিচাৰি নাপাই বিৰহত কাতৰ হৈ পৰিছে। ০ ০ ০

সীতানাথ ব্রহ্মচৌধুৰীৰ কবিতা ‘অন্বেষণ’

Read More: কবিতাৰ মূলভাৱ আৰু সাৰাংশৰ মাজত পার্থক্য

.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here