Home Amplification স্বাস্থ্য নিঘুণীয়া হৈ থাকে মানে মানুহে তাক বস্তু যেন নেদেখে —ভাৱ সম্প্ৰসাৰণ

স্বাস্থ্য নিঘুণীয়া হৈ থাকে মানে মানুহে তাক বস্তু যেন নেদেখে —ভাৱ সম্প্ৰসাৰণ

স্বাস্থ্য নিঘুণীয়া হৈ থাকে মানে মানুহে তাক বস্তু যেন নেদেখে ---ভাৱ সম্প্ৰসাৰণ

0

স্বাস্থ্য নিঘুণীয়া হৈ থাকে মানে মানুহে তাক বস্তু যেন নেদেখে —ভাৱ সম্প্ৰসাৰণ

স্বাস্থ্য নিঘুণীয়া হৈ থাকে মানে মানুহে তাক বস্তু যেন নেদেখে

 

স্বাস্থ্য নিঘুণীয়া হৈ থাকে মানে মানুহে তাক বস্তু যেন নেদেখে

স্বাস্থ্য নিঘুণীয়া হৈ থাকে মানে মানুহে তাক বস্তু যেন নেদেখে —ভাৱ সম্প্ৰসাৰণ

স্বাস্থ্য ধন পৰম সম্পদ। সদায় সুস্থ থকাই শৰীৰৰ স্বভাৱ যদিও স্বাস্থ্য ভালে থকালৈকে মানুহে ইয়াৰ তাৎপৰ্য অনুভৱ নকৰে।  কিন্তু অৱহেলা কৰি বা স্বাস্থ্যবিধি নিয়মমতে মানি নচলাৰ বাবে  এবাৰ যদি স্বাস্থ্য পৰি যায় বা ৰোগীয়া হৈ যায় তেন্তে তাৰ বাবে  বহুত যাতনা ভূগিব লগা হয় আৰু তেতিয়াহে মানুহে স্বাস্থ্য যে পৰম সম্পদ তাক অনুভৱ কৰিব পাৰে। সেয়ে স্বাস্থ্য ভালে থকা সময়ৰ পৰাই স্বাস্থ্য ৰক্ষাৰ প্ৰতি মনোযোগী হ’ব লাগে। 0 0 0

স্বাস্থ্য নিঘুণীয়া হৈ থাকে মানে মানুহে তাক বস্তু যেন নেদেখে —ভাৱ সম্প্ৰসাৰণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here