Home Quiz হকী কুইজ | Hockey Quiz

হকী কুইজ | Hockey Quiz

0

হকী কুইজ | Hockey Quiz

হকী কুইজ  Hockey Quiz

হকী কুইজ,  Hockey Quiz

হকী কুইজ | Hockey Quiz

প্ৰঃ পুৰুষৰ হকী খেল এখন খেলাৰ সময় কিমান?

উঃ 70 মিনিট।

প্ৰঃ হকী খেলৰ বাবে কিমানজন আম্পায়াৰৰ প্ৰয়োজন?

উঃ 2 জন।

প্ৰঃ ভাৰতত খেলোৱা আটাইতকৈ প্ৰাচীনতম হকী টুৰ্ণামেন্ট কোনখন?

উঃ বেইঘটন কাপ।

প্ৰঃ ক’ত অনুষ্ঠিত অলিম্পিক খেলত ভাৰতে প্ৰথমে সোণৰ পদক লাভ কৰে?

উঃ আমষ্টাৰডাম।

প্ৰঃ হকী খেলত কিমানজনলৈকে খেলুৱৈ পৰিৱৰ্তন কৰিব পাৰি?

উঃ 3 জন।

প্ৰঃ 1971 চনত প্ৰথম বিশ্বকাপ হকী টুৰ্ণামেন্ট অনুষ্ঠিত কৰা হৈছিল। এই টুৰ্ণামেন্টখনৰ আয়োজক মহানগৰখনৰ নাম কি?

উঃ বাৰ্চিলোনা (স্পেইন)।

হকী কুইজ,  Hockey Quiz

প্ৰঃ কোন অলিম্পিকত প্ৰথমবাৰৰ বাবে মহিলা হকী প্ৰৱৰ্তন কৰা হয়?

উঃ 1980 চনত, মস্কো অলিম্পিকত।

প্ৰঃ ফুটবল খেল কিক অফেৰে আৰম্ভ হয়। হকী খেল কিহেৰে আৰম্ভ হয়?

উঃ বুলি অফ।

প্ৰঃ কোনজন ভাৰতীয় হকী তাৰকাই 2000 চনত ৰাজীৱ গান্ধী খেলৰত্ন বঁটা লাভ কৰিছিল?

উঃ ধনৰাজ পিল্লাই।

প্ৰঃ কোন চনত ভাৰতে পোন প্ৰথম অলিম্পিক হকীত সোণৰ পদক লাভ কৰে?

উঃ 1928 চনত।

প্ৰঃ কোনজন ভাৰতীয় হকীৰ খেলুৱৈক ‘হকীৰ যাদুকৰ’ বুলি কোৱা হয়?

উঃ ধ্যানচান্দ।

প্ৰঃ কোনজন খেলুৱৈয়ে ভাৰতীয় হকী দলটোক দীৰ্ঘতম সময়ৰ বাবে অধিনায়ক হিচাপে নেতৃত্ব প্ৰদান কৰিছিল?

উঃ পাৰ্গত সিং।

প্ৰঃ ভাৰতৰ ক’ত ধ্যানচান্দ হকী ষ্টেডিয়াম অৱস্থিত?

উঃ লক্ষনৌ ।

প্ৰঃ অশোক কুমাৰে ভাৰতৰ হৈ কিমানবাৰ বিশ্বকাপ হকী টুৰ্ণামেন্টত ভাগ লৈছিল?

উঃ 4 বাৰ।

হকী কুইজ,  Hockey Quiz

প্ৰঃ মহিলা হকী খেলৰ মুঠ সময় কিমান?

উঃ 60 মিনিট।

প্ৰঃ কোন চনত প্ৰথম বিশ্ব হকী টুৰ্ণামেন্ট অনুষ্ঠিত হৈছিল?

উঃ 1971 চনত। 

প্ৰঃ প্ৰথম ভাৰতীয় হকী ক্লাৱটোৰ নাম কি?

উঃ কলিকতা হকী ক্লাৱ।

প্ৰঃ প্ৰথম আন্তৰ্জাতিক পুৰুষৰ হকী খেলখন কেতিয়া আৰু কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?

উঃ 1895 চনত ইংলণ্ড আৰু আয়াৰলেণ্ডৰ মাজত।

প্ৰঃ বিশ্বৰ প্ৰথম হকী ক্লাৱটো ক’ত আৰু কেতিয়া স্থাপিত হৈছিল?

উঃ 1861 চনত ব্ল্যাকহথত।

প্ৰঃ ক’ত আধুনিক হকীৰ বিকাশ হৈছিল?

উঃ ইংলেণ্ডত।

প্ৰঃ কোনখন মহাদেশক হকীৰ জন্মস্থান বুলি কোৱা হয়?

উঃ এছিয়া।

হকী কুইজ,  Hockey Quiz

প্ৰঃ ‘পদ্মশ্ৰী’ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় হকী খেলুৱৈ গৰাকী কোন?

উঃ বলবীৰ সিং চিনিয়ৰ।

প্ৰঃ 2006 চনত অনুষ্ঠিত বিশ্বকাপ হকী প্ৰতিযোগিতাত কোনখন দেশে অষ্ট্ৰেলিয়াক হৰুৱাই বিজয় সাব্যস্ত কৰে?

উঃ জাৰ্মানী।

প্ৰঃ বিখ্যাত হকী খেলুৱৈ ধ্যানচান্দৰ জন্মদিনটো ভাৰতত কেনেদৰে উদ্‌যাপন কৰা হয়?

উঃ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে।

প্ৰঃ অলিম্পিকৰ এখন খেলত সৰ্বাধিক গ’ল কৰা ভাৰতীয় খেলুৱৈ গৰাকী কোন?

উঃ ৰূপসিং।

প্ৰঃ কোন চনত প্ৰথমবাৰৰ বাবে অলিম্পিকত পুৰুষৰ হকী অন্তৰ্ভূক্ত কৰা হয়?

উঃ 1908 চনত, লণ্ডন অলিম্পিকত।

প্ৰঃ কেতিয়াৰ পৰা এচিয়ান গেমছত প্ৰথম হকী প্ৰতিযোগিতা অন্তৰ্ভূক্ত কৰা হয়?

উঃ 1958 চনত, তৃতীয় এচিয়ান গেমচত।

প্ৰঃ ইন্দিৰা গান্ধী গ’ল্ড কাপ হকী কোন চনত আৰম্ভ হৈছিল?

উঃ 1987 চনত।

প্ৰঃ 1889 চনত স্থাপিত হৈ বৰ্তমানলৈকে বৰ্তি থকা প্ৰাচীনতম মহিলা হকী ক্লাৱটোৰ নাম কি?

উঃ উইম্বলডন লেডী হকী ক্লাৱ।

হকী কুইজ,  Hockey Quiz

প্ৰঃ অলিম্পিকৰ প্ৰথম হকী খেলত ভাৰতে কোনখন দেশক 6-0 গ’লৰ ব্যৱধানত পৰাজিত কৰিছিল?

উঃ অষ্ট্ৰিয়া।

প্ৰঃ প্ৰথম ভাৰতীয় আন্তৰ্জাতিক হকী আম্পায়াৰ গৰাকীৰ নাম কি?

উঃ পঙ্কজ গুপ্তা।

প্ৰঃ 1932 চনত অলিম্পিক হকীত ভাৰতে বৃহৎ সাফল্য লাভ কৰিছিল। ভাৰতে কাৰ বিৰুদ্ধে খেলিছিল?

উঃ আমেৰিকা।

প্ৰঃ ভাৰতে কেৱল বেংককত অনুষ্ঠিত এছিয়াডতহে হকীত স্বৰ্ণ পদক লাভ কৰিছিল। বেংকক এছিয়াড কোন চনত অনুষ্ঠিত হৈছিল?

উঃ 1966 চনত।

প্ৰঃ কোন চনত ভাৰতে ফাইনেলত পাকিস্থানক হৰুৱাই বিশ্বকাপ হকীত বিজয় সাব্যস্ত কৰিছিল?

উঃ 1875 চনত।

প্ৰঃ হকী খেলত একমাত্ৰ কোনজন খেলুৱৈয়ে ভৰিৰে বল স্পৰ্শ কৰাৰ অনুমতি পায়?

উঃ গ’লৰক্ষক।

প্ৰঃ বিশ্বকাপ হকী টুৰ্ণামেন্টত সৰ্বাধিক 12 টা গ’ল কৰি অভিলেখ গঢ়া ভাৰতীয় হকী খেলুৱৈজনৰ নাম কি?

উঃ ৰাজিন্দৰ সিং।

প্ৰঃ কোন চনত আন্তৰ্জাতিক হকী টুৰ্ণামেন্ট ‘চেম্পিয়নছ  ট্ৰফী’ আৰম্ভ হৈছিল?

উঃ 1978 চনত।

প্ৰঃ অলিম্পিকত একেৰাহে চতুৰ্থবাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈজনৰ নাম কি?

উঃ লেছলি ক্লাউডিয়াছ।

প্ৰঃ কোনখন দেশে প্ৰথম বিশ্বকাপ হকী টুৰ্ণামেন্টত বিজয় লাভ কৰিছিল?

উঃ পাকিস্থান। 0 0 0

হকী কুইজ,  Hockey Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

হকী কুইজ,  Hockey Quiz

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here