Home Quiz হজৰত আইউব কুইজ

হজৰত আইউব কুইজ

0

হজৰত আইউব কুইজ

হজৰত আইউব কুইজ

 

হজৰত আইউব কুইজ

হজৰত আইউব কুইজ

প্ৰঃ আজিৰ পৰা কিমান বছৰ পূর্বে হজৰত আইউব (আঃ) য়ে জন্ম গ্ৰহণ কৰিছিল?

উঃ আজিৰ পৰা প্ৰায় 3500 বছৰ পূর্বে ছিৰিয়াৰ আছিফা নামে ঠাইত।

প্ৰঃ হজৰত আইউব (আঃ)ৰ পিতৃৰ নাম কি?

উঃ মুস বিন ৰাজিহ।

প্ৰঃ হজৰত আইউব (আঃ)ৰ মাতা কোন আছিল?

উঃ হজৰত লুত (আঃ)ৰ কন্যা।

প্ৰঃ হজৰত আইউব (আঃ)ক অতি ধৈৰ্যশীল নবী বুলি কিয় কোৱা হয়?

উঃ হজৰত আইউব (আঃ) আল্লাহই পৰীক্ষাস্বৰূপ তেখেতক দিয়া কঠিন ৰোগত 18 বছৰ অতি ধৈৰ্য সহকাৰে কষ্ট ভোগ কৰিছিল বাবে।

প্ৰঃ ৰহিমা বিবি কোন আছিল?

উঃ হজৰত আইউব নবীৰ এজনী পত্নী। তাই ইউছুফ (আঃ)ৰ পুত্ৰ আফৰাহিমৰ কন্যা আছিল।

প্ৰঃ হজৰত আইউব (আঃ) কিমান বছৰ জীয়াই আছিল?

উঃ  140 বছৰ। 0 0 0

হজৰত আইউব কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here