Home Quiz হজৰত ইয়াকুব কুইজ

হজৰত ইয়াকুব কুইজ

0

হজৰত ইয়াকুব কুইজ

হজৰত ইয়াকুব কুইজ

হজৰত ইয়াকুব কুইজ 

প্ৰঃ হজৰত ইয়াকুব (আঃ) কিমান বছৰ আগতে জন্ম গ্ৰহণ কৰিছিল?

উঃ আজিৰ পৰা প্ৰায় 4,000 বছৰ আগতে।

প্ৰঃ হজৰত ইয়াকুব (আঃ)ৰ আন নাম কি আছিল?

উঃ ইস্ৰাইল। ইব্রানি ভাষাত ‘ইস্ৰাইল’ শব্দৰ অৰ্থ আল্লাহৰ বান্দা। এই কাৰণে ইয়াকুবৰ বংশধৰসকলক বনী ইস্ৰাইল বুলি কোৱা হয়।

প্ৰঃ ইয়াকুব (আঃ)ৰ কিমানজন পুত্ৰ আছিল?

উঃ 12 জন।

প্ৰঃ ইয়াকুব (আঃ)য়ে তেখেতৰ কোন পুত্ৰক অধিক ভাল পাইছিল?

উঃ হজৰত ইউছুফ (আঃ)ক।

প্ৰঃ ইয়াকুব (আঃ) কিমান বছৰ বয়সত পুত্ৰ ইউছুফৰ লগত দেখা কৰিবলৈ যায়?

উঃ 130 বছৰবয়সত 67 জন সংগী লগত লৈ।

প্ৰঃ ইয়াকুব (আঃ) কিমান বছৰ জীয়াই আছিল?

উঃ 147 বছৰ।।

প্ৰঃ ইয়াকুব (আঃ) ক’ত ইছলাম প্ৰচাৰ কৰে?

উঃ কেনানত।

প্ৰঃ হজৰত ইয়াকুবৰ একমাত্ৰ কোন পুত্ৰ নবী হৈছিল?

উঃ  হজৰত ইউছুফ (আঃ)। ০ ০ ০

হজৰত ইয়াকুব কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here