Home Quiz হজৰত ইলিয়াছ কুইজ

হজৰত ইলিয়াছ কুইজ

0

আপুনি যদি হজৰত ইলিয়াছ কুইজ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই হজৰত ইলিয়াছ কুইজ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।

হজৰত ইলিয়াছ কুইজ

হজৰত ইলিয়াছ কুইজ 

প্ৰঃ হজৰত ইলিয়াছ (আঃ) কোন সম্প্ৰদায়ৰ বাবে নবী হিচাপে প্ৰেৰিত হৈছিল?

উঃ ডামাস্কৰ পশ্চিমত থকা বা’লাবাক সম্প্ৰদায়ৰ বাবে।

প্ৰঃ হজৰত  ইলিয়াছ (আঃ)ৰ নাম কোৰানত কিমানবাৰ উল্লেখ আছে?

উঃ 2 বাৰ।

প্ৰঃ আজিৰ পৰা কিমান বছৰ আগতে হজৰত ইলিয়াছ (আঃ) পৃথিৱীত জন্ম গ্ৰহণ কৰিছিল?

উঃ 2900 বছৰ আগতে।

প্ৰঃ বৰ্তমান তেখেত ক’ত আছে?

উঃ হজৰত ইলিয়াছ (আঃ)ক তেখেতৰ সম্প্ৰদায়ে হত্যা কৰাৰ চেষ্টা কৰাত তেওঁ ৰহস্যজনকভাৱে অদৃশ্য হৈ যায়। কিছুমানে কয় যে তেখেত এতিয়াও পৃথিৱীত জীৱিত আছে। 0 0 0

নোট: যদি আপুনি উক্ত হজৰত ইলিয়াছ কুইজ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here