হজৰত ঈছা কুইজ
হজৰত ঈছা কুইজ
হজৰত ঈছা কুইজ
প্ৰঃ হজৰত ঈছা (আঃ)ৰ পিতা আৰু মাতাৰ নাম কি?
উঃ হজৰত ঈছা (আঃ) আল্লাহৰ ইচ্ছাত অলৌকিকভাৱে পিতা অবিহনেই মৰিয়মৰ গৰ্ভত জন্ম গ্ৰহণ কৰে।
প্ৰঃ মৰিয়মৰ পিতা আৰু মাতাৰ নাম কি?
উঃ পিতাৰ নাম ইমৰান আৰু মাতাৰ নাম হেনা বা হান্নাহ।
প্ৰঃ হজৰত ঈছা (আঃ) ক’ত জন্ম গ্ৰহণ কৰিছিল?
উঃ ফিলিষ্টাইনৰ বায়তুল মুকাদ্দছ মছজিদৰ পৰা 8 মাইল দূৰত বায়তুল লাহাম (বেথেলহাম) নামে ঠাইত এক নিৰ্জন খেজুৰ গছৰ তলত ঈছা (আঃ)য়ে জন্ম গ্ৰহণ কৰিছিল।
প্ৰঃ হজৰত ঈছা (আঃ)ৰ উপাধি কি আছিল।
উঃ কলেমাতুল্লাহ (আল্লাহৰ বানী) বা ৰুহুল্লাহ (আল্লাহৰ ৰুহ)।
প্ৰঃ হজৰত ঈছা (আঃ) কিমান বছৰ জীয়াই আছিল?
উঃ 33 বছৰ। হজৰত ঈছা কুইজ
প্ৰঃ কিমান বছৰ বয়সত হজৰত ঈছা (আঃ) নবুয়ত প্ৰাপ্ত হয়?
উঃ 30 বছৰ বয়সত।
প্ৰঃ হজৰত ঈছা (আঃ)ক হত্যাৰ পৰিকল্পনা কোনে কৰিছিল?
উঃ ইহুদীসকলে।
প্ৰঃ বৰ্তমান হজৰত ঈছা (আঃ) ক’ত আছে?
উঃ চতুৰ্থ আকাশত।
প্ৰঃ হজৰত ঈছা (আঃ) চতুৰ্থ আকাশত আৰোহন কৰাৰ কিমান বছৰ পাছত তেখেতৰ মাতৃ মৰিয়ম পৰলোক গমন কৰে?
উঃ 5 বছৰ পিছত।
প্ৰঃ হজৰত ঈছা (আঃ)ৰ ঐহী খাঞ্চা (খাদ্যৰ পাত্ৰ) ত প্ৰতিদন কিমান সংখ্যক লোকে আহাৰ কৰিছিল?
উঃ 7,000 লোকে।
প্ৰঃ হজৰত ঈছা (আঃ)ৰ নিৰ্দেশ অমান্যকাৰীসকলৰ কি হৈছিল?
উঃ বান্দৰ আৰু গাহৰিত পৰিণত হৈছিল।
প্ৰঃ সিহঁতৰ সংখ্যা কিমান আছিল আৰু সিহঁত কিমান দিন জীয়াই আছিল?
উঃ 330 জন আৰু সিহঁত 3 দিন জীয়াই আছিল।
প্ৰঃ হজৰত ঈছা (আঃ) কিয় দ্বিতীয়বাৰ পৃথিৱীলৈ আহিব?
উঃ দামাস্কৰ মছজিদৰ পূৰ্বপ্ৰান্তত থকা গম্বুজত দুজন ফিৰিস্তাৰ কান্ধত ভৰ দি চতুৰ্থ আকাশৰ পৰা অৱতৰণ কৰিব। তেওঁ পুনৰাই পৃথিৱীলৈ ঘূৰি অহাৰ উদ্দেশ্য হ’ল দাজ্জালক হত্যা কৰা আৰু ইছলামী শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰা। 0 0 0
হজৰত ঈছা কুইজ
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:
- হজৰত ঈছা
- হজৰত মহম্মদ
- ইছলামৰ পয়গম্বৰ
- হজৰত ইব্রাহিম
- হজৰত আদম
- নবী শব্দের অর্থ
- ইসমালিক কুইজ
- আল্লাহ
- বিশ্ব কুইজ