Home Quiz হজৰত ছালেহ কুইজ

হজৰত ছালেহ কুইজ

0

আপুনি যদি হজৰত ছালেহ কুইজ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘হজৰত ছালেহ কুইজ’ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।

হজৰত ছালেহ কুইজ

হজৰত ছালেহ কুইজ 

প্ৰঃ কোন নবীৰ পিছত হজৰত ছালেহ (আঃ) নবী হিচাপে পৃথিৱীলৈ আহিছিল?

উঃ হজৰত হুদ (আঃ)ৰ পিছত।

প্ৰঃ হজৰত চালেহ (আঃ) ক’ত জন্ম গ্ৰহণ কৰিছিল?

উঃ য়েমেনৰ ওৱাদিল কুৰা উপত্যকাত।

প্ৰঃ হজৰত ছালেহ (আঃ)ৰ মুজেজা কি আছিল?

উঃ তেওঁ পাহাৰৰ পৰা এক গৰ্ভৱতী উট বাহিৰ কৰিছিল।

প্ৰঃ হজৰত ছালেহ (আঃ)ৰ মাজেজা দেখি কেইজন লোকে ঈমান (আল্লাহৰ প্ৰতি বিশ্বাস) স্থাপন কৰিছিল?

উঃ মাত্ৰ 1 জন।

প্ৰঃ আল্লাহৰ উটটোক সামুদ জাতিয়ে কাৰ সহায়ৰ্ত হত্যা কৰিছিল?

উঃ কাদাৰ বিন ছালেফ নামৰ এজন লোকৰ সহায়ত।

প্ৰঃ উটটিক মাৰি পেলোৱাৰ পিছত তাইৰ বাচ্চাটোৰ কি হৈছিল?

উঃ  চিৎকাৰ কৰি  পাহাৰলৈ গৈ অদৃশ্য হৈ গৈছিল।

প্ৰঃ হজৰত ছালেহ (আঃ)ক যিসকলে হত্যা কৰিবলৈ চেষ্টা কৰিছিল সিহঁতৰ কি হৈছিল?

উঃ আল্লাহৰ নিৰ্দেশত ফিতিৰস্তাসকলে বিশাল পাথৰ ওপৰত পেলাই সিহঁতক ধবংস কৰিছিল।

প্ৰঃ সামুদ জাতিৰ ধবংসৰ পিছত হজৰত ছালেহ (আঃ) ক’লৈ গৈছিল?

উঃ মক্কা আৰু তাৰ পৰা পেলেষ্টাইনলৈ গৈছিল।

প্ৰঃ হজৰত ছালেহ (আঃ)ৰ কেইজন অনুসাৰী আছিল?

উঃ120 জন। 0 0 0

নোট: যদি আপুনি উক্ত ‘হজৰত ছালেহ কুইজ’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here