Home Biography ৰত্নমালা। Ratnamala

ৰত্নমালা। Ratnamala

0

ৰত্নমালা। Ratnamala

ৰত্নমালা। Ratnamala

 

ৰত্নমালা। Ratnamala

ৰত্নমালা (Ratnamala) কোচ দেশৰ কন্যা আছিল। আহোম ৰাজ্যৰ লগত থকা পূৰ্ব প্ৰীতি ভঙ্গ কৰাৰ অপৰাধ মাৰ্জনাৰ্থে কোচ ৰজা মহাৰাজ নৰনাৰয়ণে ইতিমধ্যে বন্ধী কৰি ৰখা ৰাজপুত্ৰ আচুক গোহাঁই আৰু তিনিজন ডাঙৰীয়াৰ তিনিজন পুত্ৰক পাতাল সিং কাৰ্যিৰ সৈতে আহোম স্বৰ্গদেউৰ ওচৰলৈ পঠিয়াইছিল। সেইসকলৰ লগত বহুত বঁটা বাহন দি পঠিওৱাৰ লগতে ‘ৰত্নমালা’ নামৰ কন্যাজনীকো আহোমৰাজ স্বৰ্গদেউ প্ৰতাপ সিংহলৈ পঠিয়াইছিল। ০ ০ ০

Read More: বিশ্ব ব্যক্তি পৰিচয়

বি. দ্র. উক্ত ‘ৰত্নমালা । Ratnamala ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here