Home Literary Criticism ৰাগিয়াল বস্তুত আসক্ত মানুহে লগৰীয়াৰ সংখ্যা বঢ়াবলৈ চেষ্টা কৰে-ভাব সম্প্ৰসাৰণ

ৰাগিয়াল বস্তুত আসক্ত মানুহে লগৰীয়াৰ সংখ্যা বঢ়াবলৈ চেষ্টা কৰে-ভাব সম্প্ৰসাৰণ

ৰাগিয়াল বস্তুত আসক্ত মানুহে লগৰীয়াৰ সংখ্যা বঢ়াবলৈ চেষ্টা কৰে

0

ৰাগিয়াল বস্তুত আসক্ত মানুহে লগৰীয়াৰ সংখ্যা বঢ়াবলৈ চেষ্টা কৰে -ভাব সম্প্ৰসাৰণ

ৰাগিয়াল বস্তুত আসক্ত মানুহে লগৰীয়াৰ সংখ্যা বঢ়াবলৈ চেষ্টা কৰে-ভাব সম্প্ৰসাৰণ

ৰাগিয়াল বস্তুত আসক্ত মানুহে লগৰীয়াৰ সংখ্যা বঢ়াবলৈ চেষ্টা কৰে-ভাব সম্প্ৰসাৰণচেষ্টা কৰে

ৰাগিয়াল বস্তুত আসক্ত মানুহে লগৰীয়াৰ সংখ্যা বঢ়াবলৈ চেষ্টা কৰে-ভাব সম্প্ৰসাৰণ

মদেই হওঁক বা কানিয়েই হওঁক ৰাগি মাত্ৰৰে এটা দোষ আছে। ৰাগি লগাই মতলীয়া কৰিলে, তাক শলাগিবলৈ দুই-চাৰিজন মানুহ লাগে নহ’লে মতলীয়ালিত কোনো আনন্দ নাপায়। এজনে তাল নধৰিলে গায়নৰ গা নুঠাৰ দৰে মদপীৰ ক্ষেত্ৰতো সেয়া হয়। কিন্তু নিমতলীয়া মানুহে মতলীয়াৰ কথা নশলাগে, মতলীয়াইহে মতলীয়াৰ কথাত ৰস পায়। সেইবাবে কানীয়া, ভঙুৰা, মদপী সকলোৱে লগ  বিচাৰে আৰু লগৰীয়াৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰে।  সেয়ে সিহঁতে ভাল-বেয়া, ভদ্ৰ-অভদ্ৰ একো বিচাৰ নকৰি সৰু-ডাঙৰ  সকলোৰে লগত হৰিল-গৰিল হয় আৰু বুঢ়াও ল’ৰাৰ লগত সমানে চলে।  সেয়ে দেখা যায় লগৰীয়াৰ সংখ্যা বঢ়াবলৈ সিহঁতে ৰাগি নকৰা মানুহকো ৰাগি কৰিবলৈ শিকায়। 0 0 0

ৰাগিয়াল বস্তুত আসক্ত মানুহে লগৰীয়াৰ সংখ্যা বঢ়াবলৈ চেষ্টা কৰে — ভাব সম্প্ৰসাৰণ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here