ৰাব্বি মছৰুৰ ৰচিত গ্রন্থসমূহ । Books by Rabbi Masrur
ৰাব্বি মছৰুৰ ৰচিত গ্রন্থসমূহ
ৰাব্বি মছৰুৰ এজন চিন্তাবিদ, লেখক আৰু বক্তা। তেওঁ অসমীয়াত লিখে। তেওঁৰ সৃষ্টিশীল অসমীয়া লিখনিসমূহ সাহিত্য সমালোচনা, ৰচনা, জীৱনী, কবিতা, গীতিকবিতা, সমসাময়িক বিষয়ৰ ওপৰত প্ৰবন্ধ, অনুবাদ আদি ভাগত ভাগ কৰিব পাৰি । তেওঁৰ সকলো লিখনিত জীৱন আৰু বস্তুজগত সম্পর্কে তেওঁৰ নিজস্ব দৃষ্টিভংগী আৰু দৰ্শন প্ৰতিফলিত হৈছে। ইণ্টাৰনেটত উপলব্ধ তেওঁৰ কেইখনমান কিতাপৰ তালিকা তলত দিয়া হ’লঃ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- বিবিধ (বাৰে মিহলি লিখনিৰ সংকলন)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- সৰল অসমীয়া অভিধান …