Home Amplification ৰূপ ঈশ্বৰ প্রদত্ত–ভাব সম্প্ৰসাৰণ | Rup Iswar Pradatta

ৰূপ ঈশ্বৰ প্রদত্ত–ভাব সম্প্ৰসাৰণ | Rup Iswar Pradatta

ৰূপ ঈশ্বৰ প্রদত্ত

0
ৰূপ ঈশ্বৰ প্রদত্ত — ভাব সম্প্ৰসাৰণ | Rup Iswar Pradatta
ৰূপ ঈশ্বৰ প্রদত্ত

 

ৰূপ ঈশ্বৰ প্রদত্ত

ৰূপ ঈশ্বৰ প্রদত্ত–ভাব সম্প্ৰসাৰণ

প্ৰাণীৰ অবয়ৱ আৰু ৰূপ প্ৰকৃতিগতভাৱে পোৱা যায়। অৰ্থাৎ ৰূপ ঈশ্বৰ প্রদত্ত। কথাষাৰৰ বৰ তাৎপৰ্যপূৰ্ণ।

আমি দেখা পাওঁ যে আমাৰ মাজৰ কিছুমানৰ শাৰীৰিক ৰূপ অতুলনীয়, আকৌ কিছুমান লোক সিমান দেখনিয়াৰ নহয় আৰু  কিছুমানৰ ৰূপ কুৎসিত। কুৎসিত চেহেৰাৰ লোকে বহু সময়ত সুন্দৰ বা দেখনিয়াৰ নোহোৱা বাবে দুঃখ কৰা দেখা যায়। বাস্তৱিকতে এয়া ভুল ধাৰণা। শাৰীৰিক ৰূপৰ ওপৰত আমাৰ কোনো হাত নাই । কাৰণ ৰূপ জন্মগত এটি গুণ। আমি ইয়াক যিভাৱে পাওঁ সেইদৰে গ্ৰহণ কৰাই  জ্ঞানীৰ লক্ষণ। ৰূপৰ গুণ থাকিলেও ৰূপৰ বেয়া দিশো নথকা নহয়। আমি ইতিহাসত পাওঁ  গ্ৰীক ৰাজকুমাৰী হেলেনৰ ৰূপৰ বাবেই  ট্ৰয় নগৰী ধবংস হৈছিল, ৰূপৰ বাবেই ৰাৱণে  সীতাক হৰণ কৰি সীতাৰ চৰিত্ৰত কলংক আৰোপ কৰিছিল। 0 0 0

ৰূপ ঈশ্বৰ প্রদত্ত — ভাব সম্প্ৰসাৰণ | Rup Iswar Pradatta

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here