Home Knowledge অসমীয়া কবি সাহিত্যিকসলকৰ ছদ্ম নাম

অসমীয়া কবি সাহিত্যিকসলকৰ ছদ্ম নাম

0

অসমীয়া কবি সাহিত্যিকসলকৰ ছদ্ম নাম। অসমীয়া কবি-সাহিত্যিকসকলৰ ছদ্ম নাম বিষয়ক এই অসমীয়া প্ৰবন্ধত প্ৰসিদ্ধ কবি আৰু সাহিত্যিকসকলৰ ছদ্ম নাম, সেই ছদ্ম নামৰ অন্তৰ্নিহিত অৰ্থ আৰু সাহিত্যিক প্ৰেক্ষাপট সহজ আৰু তথ্যভিত্তিক ভাষাত উপস্থাপন কৰা হৈছে।

অসমীয়া কবি সাহিত্যিকসলকৰ ছদ্ম নাম

অসমীয়া কবি সাহিত্যিকসলকৰ ছদ্ম নাম

প্ৰকৃত নাম——————-ছদ্ম নাম

বাণীকান্ত কাকতি—-ভৱানন্দ পাঠক

অতুল চন্দ্ৰ হাজৰিকা—-চিত্ৰ দাস

পাৰ্বতী প্ৰসাদ বৰুৱা—-হয়ভৰ অভয়পুৰী

লক্ষ্মীনাথ বেজবৰুৱা—-কৃপাবৰ বৰুৱা

বিনন্দ চন্দ্ৰ শৰ্মা—-কেৰপাই শৰ্মা

সূৰ্য কুমাৰ ভূঞা—-ভানুনন্দন 

ৰজনীকান্ত বৰদলৈ—-ভোলাই শৰ্মা

ভূৱন মোহন বৰুৱা—-কাঞ্চন বৰুৱা

মহেশ চন্দ্ৰ দেৱ গোস্বামী—-কুমাৰ শ্ৰীমধুসূদন

কিশোৰী মোহন শৰ্মা—-কুমাৰ কিশোৰ

গুণাভিৰাম বৰুৱা—-গুৰু দত্ত

কীৰ্তিনাথ হাজৰিকা—-দদাই

ৰত্নকান্ত বৰকাকতি—-নতুন কৃপাবৰ

নিৰ্মল কুমাৰ বৰদলৈ—-নীলা বাইদেউ

ইন্দিৰা গোস্বামী—-মামণি ৰয়চম গোস্বামী

বিৰিঞ্চি কুমাৰ বৰুৱা—-বীণা বৰুৱা, ৰাস্না বৰুৱা

দীনেশ চন্দ্ৰ গোস্বামী—-চাৰু দত্ত 

দেৱেশ্বৰ শৰ্মা—-দেশ

বেণুধৰ শৰ্মা—-বিহগুটি বৰা

উমাকান্ত শৰ্মা—-পশুপতি ভৰদ্বাজ

মহেন্দ্ৰ নাথ ডেকা ফুকন—-মনাই বৈৰাগী

কীৰ্তিনাথ শৰ্মা—-যশপতি শৰ্মা

পবিত্ৰ কুমাৰ ডেকা—-ৰসেশ্বৰ হাজৰিকা, ধনঞ্জয়

বিষ্ণু প্ৰসাদ ৰাভা—-বিষ্ণু প্ৰিয়া ৰাভা ঠাকুৰীয়া   

চৈয়দ আব্দুল মালিক—-স্বামী অভঙানন্দ, অজগৰ

মুনিন বৰকটকী—-অনিৰুদ্ধ কটকী

কমলা কান্ত ভট্টাচাৰ্য—-অষ্টাবক্ৰ

নগেন দত্ত—-এণ্ডি খুড়া

নৱকান্ত বৰুৱা—-এখুদ ককাইদেউ

ৰবীন দে’—-ৰংমন

ৰত্নেশ্বৰ মহন্ত—-ৰামদাস গোস্বামী

শৰৎ চন্দ্ৰ গোস্বামী—-ৰূপচন্দ্ৰ ভাগৱতী

ৰেৱতী মোহন দত্ত চেধুৰী—-শীলভদ্ৰ

ভবেন্দ্ৰ নাথ শইকীয়া—-সত্যপ্ৰিয় পাঠক, সঞ্জয়

সুৰেন্দ্ৰ নাথ মেধি—-সৌৰভ কুমাৰ চলিহা

হীৰেন গোহাঁই—-নিৰঞ্জন ফুকন

প্ৰমোদ কুমাৰ বৰদলৈ—-অঘৰী

হেমেন কুমাৰ শৰ্মা—-নীলিম কুমাৰ

বৈকুণ্ঠ কুমাৰ ভট্টাচাৰ্য—-ভট্টদেৱ

লম্বোদৰ বৰা—-সদানন্দ

ভূপেন হাজৰিকা—-গন্ধৰ্ব

সত্যনাথ বৰা—-এজন অসমীয়া

সীতানাথ ব্রহ্ম চৌধুৰী—-তিলোত্তমা বৰুৱা। ০ ০ ০

অসমীয়া কবি সাহিত্যিকসলকৰ ছদ্ম নাম

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

সাহিত্যিকসলকৰ ছদ্ম নাম

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here