আপুনি যদি ‘জিমনাষ্টিকচ্ কুইজ | Gymnastic Quiz‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘জিমনাষ্টিকচ্ কুইজ | Gymnastic Quiz’ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব
জিমনাষ্টিকচ্ কুইজ | Gymnastic Quiz
প্ৰঃ আন্তৰ্জাতিক জিমনাষ্টিকছ ফেডাৰেচন কেতিয়া গঠন কৰা হয়?
উঃ 1881 চনত।
প্ৰঃ কেতিয়াৰ পৰা অলিম্পিকত জিমনাষ্টিকছত মহিলাই একক শাখাত অংশ গ্ৰহণ কৰিবলৈ লয়?
উঃ 1952 চনৰ অলিম্পিকৰ পৰা।
প্ৰঃ জিমনাষ্টিকছত কাক ‘ৰোমানিয়াৰ বিস্ময় বালিকা’ বুলি কোৱা হয়?
উঃ নাদিয়া কমানেচি।
প্ৰঃ 2000 ছিডনী অলিম্পিকত শেহতীয়াকৈ অন্তৰ্ভূক্ত কৰা জিমনাষ্টিকছৰ বিষয়টো কি?
উঃ ট্রেম্পলিন।
প্ৰঃ জিমনাষ্টিকছৰ পাৰফেক্ট স্ক’ৰ কিমান?
উঃ দহ।
প্ৰঃ 1972 আৰু 1976 চনৰ অলিম্পিকত 4 টা সোণৰ পদক আৰু 2 টা ৰূপৰ পদক লাভ কৰা খেলুৱৈ জনৰ নাম কি?
উঃ ওলগা কৰবাট।
প্ৰঃ জিমনাষ্টিকছৰ ‘আজো-ককা’ বুলি কাক জনা যায়?
উঃ জোহান গাটচ্ মুথছ।
প্ৰঃ ‘Gymnastics for Youth’ নামৰ গ্ৰন্থখনৰ লিখক কোন?
উঃ জোহান গাটচ্ মুথছ।
প্ৰঃ আন্তৰ্জাতিক জিমনাষ্টিকছত পুৰুষ আৰু মহিলাৰ দুটাহে উমৈহতীয়া বিষয় থাকে? তাৰে এটা হ’ল ভল্টিং হৰ্ছ, আনটো কি?
উঃ ফ্লোৰ এক্সাৰচাইজ।
প্ৰঃ 2004 চনৰ এথেন্স অলিম্পিকত মহিলাৰ আনইভেন বাৰ শাখাত সোণৰ পদক অৰ্জন কৰা খেলুৱৈ গৰাকীৰ নাম কি?
উঃ এমিলি লেপেনেক।
প্ৰঃ জীৱনজোৰা অৱদানৰ বাবে কোনগৰাকী ভাৰতীয় জিমনাষ্টিকছ খেলুৱৈক 2000 চনত অৰ্জুন বঁটা প্ৰদান কৰা হয়?
উঃ কল্পনা দেৱনাথ।
প্ৰঃ কোনটো বৰ্ষত ফেডাৰেচন ইন্টাৰনেচনেল ডি জিমনাষ্টিকছ ৰিথমিক জিমনাষ্টিকছ বিভাগীয় বিষয় হিচাপে ঘোষণা কৰে?
উঃ 1961 চনত।
প্ৰঃ যদি জিমনাষ্টিক খেলুৱৈ এজনে সঁজুলিৰ ওপৰৰ পৰা পৰি যায় তেন্তে নিম্নতম কিমান পইন্ট কৰ্তন কৰা হয়?
উঃ মুঠ পইন্টৰ পাঁচ-দশমাংশ।
প্ৰঃ বিখ্যাত জিমনাষ্টিকছ খেলুৱৈ নাদিয়া কমানেচিৰ গিৰীয়েক এজন জিমনাষ্টিক খেলুৱৈ। তেওঁ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল। তেওঁৰ নাম কি?
উঃ বাৰ্ট ক’নাৰ। 0 0 0
Gymnastic Quiz
Q. When was the International Gymnastics Federation formed?
A. In 1881.
Q. When did women start competing in the singles category in gymnastics in the Olympics?
A. From the 1952 Olympics.
Q. Who is referred to as the ‘Wonder Girl of Romania’ in gymnastics?
A. Nadia Comaneci.
Q. What is the recent inclusion of gymnastics in the 2000 Sydney Olympics?
A. The trampoline.
Q. What is the perfect score in gymnastics?
A. Ten.
Q. What is the name of the athlete who won 4 gold and 2 silver medals in the 1972 and 1976 Olympics?
A. Olga Karbat.
Q. Who is known as the ‘grandfather’ of gymnastics?
A. Johann Gatschmuths.
Q. Who is the author of the book ‘Gymnastics for Youth’?
A. Johann Gatschmuths.
Q. In international gymnastics, men and women have only two things in common? One of them is a vaulting horse, what’s the other one?
A. Floor exercises.
Q. What is the name of the athlete who won the gold medal in the women’s uneven bar category at the 2004 Athens Olympics?
A. Emily Lepanek.
Q. Which Indian gymnast was awarded the Arjuna Award in 2000 for his lifetime contribution?
A. Kalpana Devnath.
Q. In which year did the Fédération Internationale de Gymnastics declare rhythmic gymnastics as a departmental subject?
A. In 1961.
Q. What is the minimum number of points deducted if a gymnast falls from the top of the equipment?
A. Five-tenths of the total points.
Q. The husband of famous gymnast Nadia Comaneci is a gymnast. He won the gold medal in the Olympics. What is his name?
A. Bert Conner.0 0 0
নোট: যদি আপুনি উক্ত ‘জিমনাষ্টিকচ্ কুইজ | Gymnastic Quiz’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
জিমনাষ্টিকচ্ কুইজ | Gymnastic Quiz
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






