Home Amplification টেঙা আম এবাৰহে বেচিব পাৰি | Tenga Aam Aberhe Bechib Pari

টেঙা আম এবাৰহে বেচিব পাৰি | Tenga Aam Aberhe Bechib Pari

টেঙা আম এবাৰহে বেচিব পাৰি Tenga Aam Aberhe Bechib Pari

0
টেঙা আম এবাৰহে বেচিব পাৰি
টেঙা আম এবাৰহে বেচিব পাৰি

টেঙা আম এবাৰহে বেচিব পাৰি

টেঙা আম এবাৰহে বেচিব পাৰি–ভাব সম্প্রসাৰণ

ছল-চাতুৰীৰ দ্বাৰা যে মানুহক বাৰে বাৰে ঠগাব নোৱাৰি তাকে বুজাবলৈ উক্ত নীতিবচনটো সততে উদ্ধৃত কৰা হয়।

আম অতি ভাল ফল। ইয়াক মানুহে খায় আৰু ভাল পায়। ইয়াৰ বিশেষ শক্তিবৰ্দ্ধক গুণো আছ। কিন্তু টেঙা আম আমি খাব নোৱাৰি। সেয়ে টকা খৰচ কৰি  কোনও টেঙা  আম কিনিব নিবিচাৰে।  কিন্তু বিক্ৰেতাৰ কথা বিশ্বাস কৰি যদি ক্ৰেতাই টেঙা আম কিনে তেন্তে সি ঘৰলৈ গৈ খোৱাৰ পিছত বিক্ৰেতাৰ প্ৰৱঞ্চনা ধৰা পৰিব। তেনে অৱস্থাত ক্ৰেতাজনে সেইজন বিক্ৰেতাৰ  পৰা ভৱিষ্যতে কোনো দিন আম নিকিনে। ঠিক তেনেকৈ মানুহক মিছা মাতি এবাৰহে ঠগাব পাৰি, বাৰে  বাৰে নোৱাৰি। 0 0 0

টেঙা আম এবাৰহে বেচিব পাৰি Tenga Aam Aberhe Bechib Pari

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here