টেঙা আম এবাৰহে বেচিব পাৰি
টেঙা আম এবাৰহে বেচিব পাৰি–ভাব সম্প্রসাৰণ
ছল-চাতুৰীৰ দ্বাৰা যে মানুহক বাৰে বাৰে ঠগাব নোৱাৰি তাকে বুজাবলৈ উক্ত নীতিবচনটো সততে উদ্ধৃত কৰা হয়।
আম অতি ভাল ফল। ইয়াক মানুহে খায় আৰু ভাল পায়। ইয়াৰ বিশেষ শক্তিবৰ্দ্ধক গুণো আছ। কিন্তু টেঙা আম আমি খাব নোৱাৰি। সেয়ে টকা খৰচ কৰি কোনও টেঙা আম কিনিব নিবিচাৰে। কিন্তু বিক্ৰেতাৰ কথা বিশ্বাস কৰি যদি ক্ৰেতাই টেঙা আম কিনে তেন্তে সি ঘৰলৈ গৈ খোৱাৰ পিছত বিক্ৰেতাৰ প্ৰৱঞ্চনা ধৰা পৰিব। তেনে অৱস্থাত ক্ৰেতাজনে সেইজন বিক্ৰেতাৰ পৰা ভৱিষ্যতে কোনো দিন আম নিকিনে। ঠিক তেনেকৈ মানুহক মিছা মাতি এবাৰহে ঠগাব পাৰি, বাৰে বাৰে নোৱাৰি। 0 0 0
টেঙা আম এবাৰহে বেচিব পাৰি Tenga Aam Aberhe Bechib Pari
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
- অসমীয়া কবিতা
- সাহিত্য সমালোচনা
- অসমীয়া কবিতাৰ ইতিহাস
- অসমীয়া ব্যাকৰণ
- ভাব সম্প্রসাৰণ
- Assamese Essays